Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-03

4.9/5 - (7 votes)

Assam GK (Assamese) Mock Test 03

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

প্ৰথম অসমীয়া ৰঙীন চলচিত্ৰ খনৰ নাম কি ?

2 / 10

সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

3 / 10

অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত ?

4 / 10

শৰাইঘাট দলং কোন চনত নিৰ্মিত কৰা হৈছিল ?

5 / 10

অসমৰ শিক্ষাৰ হাৰ কিমান ?

6 / 10

সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্ৰন্থ বনফুলৰ ৰচক কোন আছিল ?

7 / 10

অসমৰ চিমেণ্ট ফেক্টৰী ক’ত আছে ?

8 / 10

অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায় ?

9 / 10

কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?

10 / 10

ভাৰতৰ প্ৰথম গৰাকী চাহ খেতিয়কৰ নাম কি ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam