Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-01

4.8/5 - (13 votes)

Assam GK In Assamese Language

১/ ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত ?

National Award winner Devjit Changmai is associated with which profession?

(ক) গায়ক
(খ) লেখক
(গ) ছাউণ্ড ডিজাইনাৰ
(ঘ) নিৰ্দেশক

উত্তৰ :- (গ) ছাউণ্ড ডিজাইনাৰ

 

২/ অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি ?

What is the name of the first government employee of Assam?

(ক) আনন্দৰাম বৰুৱা
(খ) ময়িদুল ইছলাম বৰা
(গ) সোণমনি বৰা
(ঘ) শৰৎ বৰা

উত্তৰ :- (ক) আনন্দৰাম বৰুৱা

 

৩/ নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী গায়ক / গায়িকাৰ নাম কি ?

Who is the first singer / singer of Assam to win the National Award for Background Artist?

(ক) পাৰবিন চুলতানা
(খ) প্ৰিয়ংকা ভৰালী
(গ) তৰালী শৰ্মা
(ঘ) মুনমী বৰা

উত্তৰ:- (গ) তৰালী শৰ্মা

 

৪/ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত “দেউলাং খুই”ৰ ৰচক কোন ?

Who is the author of the Sahitya Academi Award winning “Deulang Khui”?

(ক) ৰীতা চৌধুৰী
(খ) নিৰ্মলপ্ৰভা বৰদলৈ
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) মাইনী মহন্ত

উত্তৰ:- (ক) ৰীতা চৌধুৰী

 

৫/ শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ?

In which year was the capital of Assam shifted from Shivsagar to Rangpur in Jorhat?

(ক) ১৮২০ চনত
(খ) ১৭৯৪ চনত
(গ) ১৫৬৭ চনত
(ঘ) ১৬৯৭ চনত

উত্তৰ :- (খ) ১৭৯৪ চনত

 

৬/ পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল ?

Where did the Battle of Pathrughat take place?

(ক) নগাওঁ জিলাত
(খ) শিৱসাগৰ জিলাত
(গ) কাৰ্বি আংলং জিলাত
(ঘ) দৰং জিলাত

উত্তৰ :- (ঘ) দৰং জিলাত

 

৭/ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি ?

What is the name of the first Assamese to declare rebellion against the British?

(ক) মণিৰাম দেৱান
(খ) পিয়লি ফুকন
(গ) গোমধৰ কোঁৱৰ
(ঘ) কুশল কোঁৱৰ

উত্তৰ :- (গ) গোমধৰ কোঁৱৰ

 

৮/ শ্ৰীমন্ত শঙ্কৰদেৱৰ কোন চনত জন্ম হৈছিল ?

In which year was Srimanta Sankaradeva born?

(ক) ১৯৩৯ খীষ্ট্ৰাব্দত
(খ) ১৪৪৯ খীষ্ট্ৰাব্দত
(গ) ১৫৫৯ খীষ্ট্ৰাব্দত
(ঘ) ১৬৬৯ খীষ্ট্ৰাব্দত

উত্তৰ :- (খ) ১৪৪৯ খীষ্ট্ৰাব্দত

 

৯/ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সকলে কেতিয়া প্ৰবেশ কৰিছিল ?

When did the Ahom enter the Brahmaputra Valley?

(ক) ১২২০ খীষ্ট্ৰাব্দত
(খ) ১২২৫ খীষ্ট্ৰাব্দত
(গ) ১২২৮ খীষ্ট্ৰাব্দত
(ঘ) ১১৩০ খীষ্ট্ৰাব্দত

উত্তৰ :- (গ) ১২২৮ খীষ্ট্ৰাব্দত

 

১০/ আহোম ৰাজত্ব কালত প্ৰথম খন ৰাজধানীৰ নাম কি ?

What was the name of the first capital of the Ahom dynasty?

(ক) গোঁসাই গাওঁ
(খ) ৰংপুৰ
(গ) চৰাইদেউ
(ঘ) নলবাৰী

উত্তৰ:- (গ) চৰাইদেউ

Assam GK In Assamese Language

Assam GK (Assamese) Mock Test 01

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

GET CERTIFICATE

1 / 10

শ্ৰীমন্ত শঙ্কৰদেৱৰ কোন চনত জন্ম হৈছিল ?

2 / 10

পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল ?

3 / 10

শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ?

4 / 10

ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি ?

5 / 10

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত “দেউলাং খুই”ৰ ৰচক কোন ?

6 / 10

নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী গায়ক / গায়িকাৰ নাম কি ?

7 / 10

ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত ?

8 / 10

ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সকলে কেতিয়া প্ৰবেশ কৰিছিল ?

9 / 10

আহোম ৰাজত্ব কালত প্ৰথম খন ৰাজধানীৰ নাম কি ?

10 / 10

অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি ?

Your score is

0%

You must log in to see your results.

১/ ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত ?

(ক) গায়ক
(খ) লেখক
(গ) ছাউণ্ড ডিজাইনাৰ
(ঘ) নিৰ্দেশক

উত্তৰ :- (গ) ছাউণ্ড ডিজাইনাৰ

 

২/ অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি ?

(ক) আনন্দৰাম বৰুৱা
(খ) ময়িদুল ইছলাম বৰা
(গ) সোণমনি বৰা
(ঘ) শৰৎ বৰা

উত্তৰ :- (ক) আনন্দৰাম বৰুৱা

 

৩/ নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী গায়ক / গায়িকাৰ নাম কি ?

(ক) পাৰবিন চুলতানা
(খ) প্ৰিয়ংকা ভৰালী
(গ) তৰালী শৰ্মা
(ঘ) মুনমী বৰা

উত্তৰ:- (গ) তৰালী শৰ্মা

 

৪/ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত “দেউলাং খুই”ৰ ৰচক কোন ?

(ক) ৰীতা চৌধুৰী
(খ) নিৰ্মলপ্ৰভা বৰদলৈ
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) মাইনী মহন্ত

উত্তৰ:- (ক) ৰীতা চৌধুৰী

 

৫/ শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ?

(ক) ১৮২০ চনত
(খ) ১৭৯৪ চনত
(গ) ১৫৬৭ চনত
(ঘ) ১৬৯৭ চনত

উত্তৰ :- (খ) ১৭৯৪ চনত

 

৬/ পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল ?

(ক) নগাওঁ জিলাত
(খ) শিৱসাগৰ জিলাত
(গ) কাৰ্বি আংলং জিলাত
(ঘ) দৰং জিলাত

উত্তৰ :- (ঘ) দৰং জিলাত

 

৭/ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি ?

(ক) মণিৰাম দেৱান
(খ) পিয়লি ফুকন
(গ) গোমধৰ কোঁৱৰ
(ঘ) কুশল কোঁৱৰ

উত্তৰ :- (গ) গোমধৰ কোঁৱৰ

 

৮/ শ্ৰীমন্ত শঙ্কৰদেৱৰ কোন চনত জন্ম হৈছিল ?

(ক) ১৯৩৯ খীষ্ট্ৰাব্দত
(খ) ১৪৪৯ খীষ্ট্ৰাব্দত
(গ) ১৫৫৯ খীষ্ট্ৰাব্দত
(ঘ) ১৬৬৯ খীষ্ট্ৰাব্দত

উত্তৰ :- (খ) ১৪৪৯ খীষ্ট্ৰাব্দত

 

৯/ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সকলে কেতিয়া প্ৰবেশ কৰিছিল ?

(ক) ১২২০ খীষ্ট্ৰাব্দত
(খ) ১২২৫ খীষ্ট্ৰাব্দত
(গ) ১২২৮ খীষ্ট্ৰাব্দত
(ঘ) ১১৩০ খীষ্ট্ৰাব্দত

উত্তৰ :- (গ) ১২২৮ খীষ্ট্ৰাব্দত

 

১০/ আহোম ৰাজত্ব কালত প্ৰথম খন ৰাজধানীৰ নাম কি ?

(ক) গোঁসাই গাওঁ
(খ) ৰংপুৰ
(গ) চৰাইদেউ
(ঘ) নলবাৰী

উত্তৰ:- (গ) চৰাইদেউ

error: Content is protected !! ExamAssam