Assam GK In Assamese Language
১/ বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?
What was the Ahom name of Bamuni Konwar?
(ক) চুদাংফা
(খ) চুহুংমুং
(গ) সংযোগফা
(ঘ) চুবিনফা
উত্তৰ :- (ক) চুদাংফা
২/ কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?
During the reign of which Ahom king was Dhodar Ali built?
(ক) গদাধৰ সিংহ
(খ) শিৱ সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ
উত্তৰ:- (ক) গদাধৰ সিংহ
৩/ অসমৰ কোঁনখন বিশ্ব বিদ্যালয়ত ৰেডিঅ’ৰ প্ৰচলন পোন প্ৰথমে হৈছিল ?
Which university in Assam was the first to introduce radio?
(ক) গুৱাহাটী বিশ্ববিদ্যালয়
(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়
(গ) অসম বিশ্ববিদ্যালয়
(ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
উত্তৰ :- (ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
৪/ গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?
The Navagraha Temple in Guwahati is situated on which hill?
(ক) নীলাচল
(খ) কালাপাহাৰ
(গ) জাপৰিগোগ
(ঘ) চিত্ৰাচল
উত্তৰ :- (ঘ) চিত্ৰাচল
৫/ লাচিত বৰফুকনৰ জ্যোতিষী গৰাকীৰ নাম কি আছিল ?
What was the name of the astrologer of Lachit Barphukan?
(ক) সূৰ্যখৰি
(খ) ৰামখানি
(গ) সমুদ্ৰসৰি
(ঘ) যাদৱখৰি
উত্তৰ :- (গ) সমুদ্ৰখৰি
৬/ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থ খনৰ নাম কি ?
What is the name of the smallest book written by Srimanta Sankaradeva?
(ক) গুণমালা
(খ) কীৰ্তন
(গ) দশম
(ঘ) কালীয় দমন
উত্তৰ :- (ক) গুণমালা
৭/ অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি ?
What is the name of the father of Assamese prose literature?
(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) ভট্টোদেৱ
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা
উত্তৰ :- (গ) ভট্টদেৱ
৮/ অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে — বিখ্যাত উক্তিটো কাৰ আছিল ?
Assamese women can write fairy tales in clothes — whose famous quote was it ?
(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(খ) বি আৰ আম্বেদকাৰ
(গ) মহাত্মা গান্ধী
(ঘ) জৱাহৰলাল নেহৰু
উত্তৰ :- (গ) মহাত্মা গান্ধী
৯/ শুক্লধ্বজ কি নামে জনপ্ৰিয় আছিল ?
What was Shukla Dhwaja popular by?
(ক) ধৰ্মৰাজ
(খ) চিলাৰায়
(গ) সংগ্ৰামজিৎ
(ঘ) প্ৰতাপ
উত্তৰ :- (খ) চিলাৰায়
১০/ ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?
Which market in Imphal is known as the Women’s Market?
(ক) মৰেহ বজাৰ
(খ) ইমা বজাৰ
(গ) মনপা বজাৰ
(ঘ) কুঁৱৰী বাম বজাৰ
উত্তৰ :- (খ) ইমা বজাৰ
You must log in to see your results.