Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-02

4/5 - (2 votes)

Assam GK In Assamese Language

১/ বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?

What was the Ahom name of Bamuni Konwar?

(ক) চুদাংফা
(খ) চুহুংমুং
(গ) সংযোগফা
(ঘ) চুবিনফা

উত্তৰ :- (ক) চুদাংফা

 

২/ কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?

During the reign of which Ahom king was Dhodar Ali built?

(ক) গদাধৰ সিংহ
(খ) শিৱ সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ

উত্তৰ:- (ক) গদাধৰ সিংহ

 

৩/ অসমৰ কোঁনখন বিশ্ব বিদ্যালয়ত ৰেডিঅ’ৰ প্ৰচলন পোন প্ৰথমে হৈছিল ?

Which university in Assam was the first to introduce radio?

(ক) গুৱাহাটী বিশ্ববিদ্যালয়
(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়
(গ) অসম বিশ্ববিদ্যালয়
(ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

উত্তৰ :- (ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

 

৪/ গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?

The Navagraha Temple in Guwahati is situated on which hill?

(ক) নীলাচল
(খ) কালাপাহাৰ
(গ) জাপৰিগোগ
(ঘ) চিত্ৰাচল

উত্তৰ :- (ঘ) চিত্ৰাচল

 

৫/ লাচিত বৰফুকনৰ জ্যোতিষী গৰাকীৰ নাম কি আছিল ?

What was the name of the astrologer of Lachit Barphukan?

(ক) সূৰ্যখৰি
(খ) ৰামখানি
(গ) সমুদ্ৰসৰি
(ঘ) যাদৱখৰি

উত্তৰ :- (গ) সমুদ্ৰখৰি

 

৬/ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থ খনৰ নাম কি ?

What is the name of the smallest book written by Srimanta Sankaradeva?

(ক) গুণমালা
(খ) কীৰ্তন
(গ) দশম
(ঘ) কালীয় দমন

উত্তৰ :- (ক) গুণমালা

 

৭/ অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি ?

What is the name of the father of Assamese prose literature?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) ভট্টোদেৱ
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ :- (গ) ভট্টদেৱ

 

৮/ অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে — বিখ্যাত উক্তিটো কাৰ আছিল ?

Assamese women can write fairy tales in clothes — whose famous quote was it ?

(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(খ) বি আৰ আম্বেদকাৰ
(গ) মহাত্মা গান্ধী
(ঘ) জৱাহৰলাল নেহৰু

উত্তৰ :- (গ) মহাত্মা গান্ধী

 

৯/ শুক্লধ্বজ কি নামে জনপ্ৰিয় আছিল ?

What was Shukla Dhwaja popular by?

(ক) ধৰ্মৰাজ
(খ) চিলাৰায়
(গ) সংগ্ৰামজিৎ
(ঘ) প্ৰতাপ

উত্তৰ :- (খ) চিলাৰায়

 

১০/ ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?

Which market in Imphal is known as the Women’s Market?

(ক) মৰেহ বজাৰ
(খ) ইমা বজাৰ
(গ) মনপা বজাৰ
(ঘ) কুঁৱৰী বাম বজাৰ

উত্তৰ :- (খ) ইমা বজাৰ

Assam GK (Assamese) Mock Test 02

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

GET CERTIFICATE

1 / 10

ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?

2 / 10

অসমৰ কোঁনখন বিশ্ব বিদ্যালয়ত ৰেডিঅ’ৰ প্ৰচলন পোন প্ৰথমে হৈছিল ?

3 / 10

অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে — বিখ্যাত উক্তিটো কাৰ আছিল ?

4 / 10

শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থ খনৰ নাম কি ?

5 / 10

লাচিত বৰফুকনৰ জ্যোতিষী গৰাকীৰ নাম কি আছিল ?

6 / 10

 বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?

7 / 10

অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি ?

8 / 10

গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?

9 / 10

কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?

10 / 10

শুক্লধ্বজ কি নামে জনপ্ৰিয় আছিল ?

Your score is

0%

You must log in to see your results.

১/ বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?

(ক) চুদাংফা
(খ) চুহুংমুং
(গ) সংযোগফা
(ঘ) চুবিনফা

উত্তৰ :- (ক) চুদাংফা

 

২/ কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?

(ক) গদাধৰ সিংহ
(খ) শিৱ সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ

উত্তৰ:- (ক) গদাধৰ সিংহ

 

৩/ অসমৰ কোঁনখন বিশ্ব বিদ্যালয়ত ৰেডিঅ’ৰ প্ৰচলন পোন প্ৰথমে হৈছিল ?

(ক) গুৱাহাটী বিশ্ববিদ্যালয়
(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়
(গ) অসম বিশ্ববিদ্যালয়
(ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

উত্তৰ :- (ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

 

৪/ গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?

(ক) নীলাচল
(খ) কালাপাহাৰ
(গ) জাপৰিগোগ
(ঘ) চিত্ৰাচল

উত্তৰ :- (ঘ) চিত্ৰাচল

 

৫/ লাচিত বৰফুকনৰ জ্যোতিষী গৰাকীৰ নাম কি আছিল ?

(ক) সূৰ্যখৰি
(খ) ৰামখানি
(গ) সমুদ্ৰসৰি
(ঘ) যাদৱখৰি

উত্তৰ :- (গ) সমুদ্ৰখৰি

 

৬/ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থ খনৰ নাম কি ?

(ক) গুণমালা
(খ) কীৰ্তন
(গ) দশম
(ঘ) কালীয় দমন

উত্তৰ :- (ক) গুণমালা

 

৭/ অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি ?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) ভট্টোদেৱ
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ :- (গ) ভট্টদেৱ

 

৮/ অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে — বিখ্যাত উক্তিটো কাৰ আছিল ?

(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(খ) বি আৰ আম্বেদকাৰ
(গ) মহাত্মা গান্ধী
(ঘ) জৱাহৰলাল নেহৰু

উত্তৰ :- (গ) মহাত্মা গান্ধী

 

৯/ শুক্লধ্বজ কি নামে জনপ্ৰিয় আছিল ?

(ক) ধৰ্মৰাজ
(খ) চিলাৰায়
(গ) সংগ্ৰামজিৎ
(ঘ) প্ৰতাপ

উত্তৰ :- (খ) চিলাৰায়

 

১০/ ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?

(ক) মৰেহ বজাৰ
(খ) ইমা বজাৰ
(গ) মনপা বজাৰ
(ঘ) কুঁৱৰী বাম বজাৰ

উত্তৰ :- (খ) ইমা বজাৰ

error: Content is protected !! ExamAssam