Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-03

5/5 - (2 votes)

Assam GK In Assamese Language

১/ প্ৰথম অসমীয়া ৰঙীন চলচিত্ৰ খনৰ নাম কি ?

What is the name of the first Assamese color film?

(ক) ভাইটি
(খ) দূৰণিৰ ৰং
(গ) পিয়লি ফুকন
(ঘ) অগ্নিস্থান

উত্তৰ :- (ক) ভাইটি

 

২/ শৰাইঘাট দলং কোন চনত নিৰ্মিত কৰা হৈছিল ?

In which year was the Saraighat Bridge built?

(ক) ১৯৪৮ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৯৬৪ চনত

উত্তৰ :- (গ) ১৯৬২ চনত

 

৩/ কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?

Who was the first to translate the Ramayana into Assamese?

(ক) ভট্টদেৱ
(খ) অনন্ত কন্দলী
(গ) ৰাম সৰস্বতী
(ঘ) মাধৱ কন্দলী

উত্তৰ :- (ঘ) মাধৱ কন্দলী

 

৪/ সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্ৰন্থ বনফুলৰ ৰচক কোন আছিল ?

Who was the author of the first Assamese book of poetry to win the Sahitya Akademi Award?

(ক) ৰাধানাথ বৰবৰুৱা
(খ) মফিজুদ্দিন আহমদ হাজৰিকা
(গ) পদ্মনাথ গোহাঞিবৰুৱা
(ঘ) যতীন্দ্ৰনাথ দুৱৰা

উত্তৰ :- (ঘ) যতীন্দ্ৰনাথ দুৱৰা

 

৫/ অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায় ?

Which oil refinery in Assam is known as the refinery resulting from the Assam Agreement?

(ক) ডিগবৈ
(খ) নুমলীগড়
(গ) বঙাইগাঁও
(ঘ) নুনমাটি

উত্তৰ:- (খ) নুমলীগড়

 

৬/ অসমৰ শিক্ষাৰ হাৰ কিমান ?

What is the education rate in Assam?

(ক) ৪৯%
(খ) ৭৩.১৮ %
(গ) ৫৮.৩২ %
(ঘ) ৬৭.৫০ %

উত্তৰ :- (খ) ৭৩.১৮ %

 

৭/ অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত ?

Where is the Agricultural Research Center of Assam located?

(ক) সাপেখাটি
(খ) সোণাৰি
(গ) তিতাবৰ
(ঘ) মাৰ্ঘেৰিটা

উত্তৰ :- (গ) তিতাবৰ

 

৮/ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

What is Sarthebari famous for?

(ক) পাট মুগা উদ্যোগ
(খ) কাঁহ পিতল উদ্যোগ
(গ) বস্ত্ৰ উদ্যোগ
(ঘ) ৰেচম শিল্প

উত্তৰ :- (খ) কাঁহ পিতল উদ্যোগ

 

৯/ অসমৰ চিমেণ্ট ফেক্টৰী ক’ত আছে ?

Where is the cement factory in Assam?

(ক) বোকাজান
(খ) হাফলং
(গ) হামৰেণ
(ঘ) বোকাখাট

উত্তৰ :- (ক) বোকাজান

 

১০/ ভাৰতৰ প্ৰথম গৰাকী চাহ খেতিয়কৰ নাম কি ?

What is the name of the first tea farmer in India?

(ক) দাদাভাই নৌৰজীৰ
(খ) মণিৰাম দেৱান
(গ) ৰাধাকান্ত সন্দিকৈ
(ঘ) ৰবাৰ্ট স্কট

উত্তৰ :- (খ) মণিৰাম দেৱান

Assam GK (Assamese) Mock Test 03

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসমৰ শিক্ষাৰ হাৰ কিমান ?

2 / 10

ভাৰতৰ প্ৰথম গৰাকী চাহ খেতিয়কৰ নাম কি ?

3 / 10

অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায় ?

4 / 10

প্ৰথম অসমীয়া ৰঙীন চলচিত্ৰ খনৰ নাম কি ?

5 / 10

সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্ৰন্থ বনফুলৰ ৰচক কোন আছিল ?

6 / 10

শৰাইঘাট দলং কোন চনত নিৰ্মিত কৰা হৈছিল ?

7 / 10

অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত ?

8 / 10

সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

9 / 10

কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?

10 / 10

অসমৰ চিমেণ্ট ফেক্টৰী ক’ত আছে ?

Your score is

0%

You must log in to see your results.

১/ প্ৰথম অসমীয়া ৰঙীন চলচিত্ৰ খনৰ নাম কি ?

(ক) ভাইটি
(খ) দূৰণিৰ ৰং
(গ) পিয়লি ফুকন
(ঘ) অগ্নিস্থান

উত্তৰ :- (ক) ভাইটি

 

২/ শৰাইঘাট দলং কোন চনত নিৰ্মিত কৰা হৈছিল ?

(ক) ১৯৪৮ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৯৬৪ চনত

উত্তৰ :- (গ) ১৯৬২ চনত

 

৩/ কোনে প্ৰথমে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ?

(ক) ভট্টদেৱ
(খ) অনন্ত কন্দলী
(গ) ৰাম সৰস্বতী
(ঘ) মাধৱ কন্দলী

উত্তৰ :- (ঘ) মাধৱ কন্দলী

 

৪/ সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কবিতা গ্ৰন্থ বনফুলৰ ৰচক কোন আছিল ?

(ক) ৰাধানাথ বৰবৰুৱা
(খ) মফিজুদ্দিন আহমদ হাজৰিকা
(গ) পদ্মনাথ গোহাঞিবৰুৱা
(ঘ) যতীন্দ্ৰনাথ দুৱৰা

উত্তৰ :- (ঘ) যতীন্দ্ৰনাথ দুৱৰা

 

৫/ অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ বুলি জনা যায় ?

(ক) ডিগবৈ
(খ) নুমলীগড়
(গ) বঙাইগাঁও
(ঘ) নুনমাটি

উত্তৰ:- (খ) নুমলীগড়

 

৬/ অসমৰ শিক্ষাৰ হাৰ কিমান ?

(ক) ৪৯%
(খ) ৭৩.১৮ %
(গ) ৫৮.৩২ %
(ঘ) ৬৭.৫০ %

উত্তৰ :- (খ) ৭৩.১৮ %

 

৭/ অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত ?

(ক) সাপেখাটি
(খ) সোণাৰি
(গ) তিতাবৰ
(ঘ) মাৰ্ঘেৰিটা

উত্তৰ :- (গ) তিতাবৰ

 

৮/ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?

(ক) পাট মুগা উদ্যোগ
(খ) কাঁহ পিতল উদ্যোগ
(গ) বস্ত্ৰ উদ্যোগ
(ঘ) ৰেচম শিল্প

উত্তৰ :- (খ) কাঁহ পিতল উদ্যোগ

 

৯/ অসমৰ চিমেণ্ট ফেক্টৰী ক’ত আছে ?

(ক) বোকাজান
(খ) হাফলং
(গ) হামৰেণ
(ঘ) বোকাখাট

উত্তৰ :- (ক) বোকাজান

 

১০/ ভাৰতৰ প্ৰথম গৰাকী চাহ খেতিয়কৰ নাম কি ?

(ক) দাদাভাই নৌৰজীৰ
(খ) মণিৰাম দেৱান
(গ) ৰাধাকান্ত সন্দিকৈ
(ঘ) ৰবাৰ্ট স্কট

উত্তৰ :- (খ) মণিৰাম দেৱান

error: Content is protected !! ExamAssam