Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-04

5/5 - (4 votes)

Assam GK In Assamese Language

১/ অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায় ?

Which tea farmer of Assam is known as Danbir?

(ক) মণিৰাম দেৱান
(খ) জগন্নাথ বৰুৱা
(গ) ৰাধাকান্ত সন্দিকৈ
(ঘ) ভোলাৰাম বৰুৱা

উত্তৰ :- (গ) ৰাধাকান্ত সন্দিকৈ

 

২/ জাগীৰোড কিহৰ বাবে বিখ্যাত ?

What is Jagiroad famous for?

(ক) চেনী উদ্যোগ
(খ) কুঁহিয়াৰ উদ্যোগ
(গ) মৰাপাট উদ্যোগ
(ঘ) কাগজ উদ্যোগ

উত্তৰ :- (ঘ) কাগজ উদ্যোগ

 

৩/ আহোম ৰাজত্ব কালত কোনগৰাকী ব্যক্তিয়ে সামাজিক সংস্কাৰৰ লগতে বিত্তীয় সংস্কাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছিল ?

Which person took responsibility for social reforms as well as financial reforms during the Ahom dynasty?

(ক) আটন বুঢ়াগোহাঁই
(খ) মোমাই তামুলী বৰবৰুৱা
(গ) পূৰ্ণানন্দ বুঢ়াগোহাঁই
(ঘ) বদন বৰফুকন

উত্তৰ :- (খ) মোমাই তামুলী বৰবৰুৱা

 

৪/ অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান ?

What is the number of Lok Sabha constituencies in Assam?

(ক) ১৮
(খ) ১২
(গ) ১৪
(ঘ) ৭

উত্তৰ:- (গ) ১৪

 

৫/ কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

Which Assamese athlete won the first Arjuna Award?

(ক) বিদ্যুৎ গোস্বামী
(খ) বিতুপন শইকীয়া
(গ) ভোগেশ্বৰ বৰুৱা
(ঘ) মনালিছা বৰুৱা মেহতা

উত্তৰ :- (গ) ভোগেশ্বৰ বৰুৱা

 

৬/ মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা অনুসৰি অসমৰ প্ৰাচীন নাম কি ?

What is the ancient name of Assam as mentioned in the Mahabharata and Ramayana?

(ক) ইন্দ্ৰপ্ৰস্থ
(খ) প্ৰাগজ্যোতিষপুৰ
(গ) কামৰূপ
(ঘ) অসম

উত্তৰ :- (খ) প্ৰাগজ্যোতিষপুৰ

 

৭/ অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

Who was the first woman Chief Minister of Assam?

(ক) নলিনীবালা দেৱী
(খ) পাৰুল দাস
(গ) আনোৱাৰা টাইমূৰ
(ঘ) কমলা ৰয়

উত্তৰ :- (গ) আনোৱাৰা টাইমূৰ

 

৮/ অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজক কোন আছিল ?

Who was the first Chinese traveler to visit Assam?

(ক) হিউয়েন চাং
(খ) ফা হিয়েন
(গ) কিও সিনহা
(ঘ) মিলান জেইন

উত্তৰ :- (ক) হিউয়েন চাং

 

৯/ অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ?

Who was the first Governor of Assam?

(ক) বি কে নেহৰু
(খ) লোকনাথ মিশ্ৰ
(গ) শিৱচৰণ মাথুৰ
(ঘ) ছাৰ আকবৰ হাইদৰী

উত্তৰ :- (ঘ) ছাৰ আকবৰ হাইদৰী

 

১০/ অসমৰ সৈতে আন্তঃ ৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ?

What are the names of the two countries that share international borders with Assam?

(ক) চীন – ৰাছিয়া
(খ) নেপাল – চীন
(গ) ভূটান – বাংলাদেশ
(ঘ) নেপাল – ম্যানমাৰ

উত্তৰ:- (গ) ভূটান – বাংলাদেশ

Assam GK (Assamese) Mock Test 04

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

জাগীৰোড কিহৰ বাবে বিখ্যাত ?

2 / 10

মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা অনুসৰি অসমৰ প্ৰাচীন নাম কি ?

3 / 10

অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

4 / 10

অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান ?

5 / 10

কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

6 / 10

অসমৰ সৈতে আন্তঃ ৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ?

7 / 10

আহোম ৰাজত্ব কালত কোনগৰাকী ব্যক্তিয়ে সামাজিক সংস্কাৰৰ লগতে বিত্তীয় সংস্কাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছিল ?

8 / 10

অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায় ?

9 / 10

অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ?

10 / 10

অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজক কোন আছিল ?

Your score is

0%

You must log in to see your results.

১/ অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায় ?

(ক) মণিৰাম দেৱান
(খ) জগন্নাথ বৰুৱা
(গ) ৰাধাকান্ত সন্দিকৈ
(ঘ) ভোলাৰাম বৰুৱা

উত্তৰ :- (গ) ৰাধাকান্ত সন্দিকৈ

 

২/ জাগীৰোড কিহৰ বাবে বিখ্যাত ?

(ক) চেনী উদ্যোগ
(খ) কুঁহিয়াৰ উদ্যোগ
(গ) মৰাপাট উদ্যোগ
(ঘ) কাগজ উদ্যোগ

উত্তৰ :- (ঘ) কাগজ উদ্যোগ

 

৩/ আহোম ৰাজত্ব কালত কোনগৰাকী ব্যক্তিয়ে সামাজিক সংস্কাৰৰ লগতে বিত্তীয় সংস্কাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছিল ?

(ক) আটন বুঢ়াগোহাঁই
(খ) মোমাই তামুলী বৰবৰুৱা
(গ) পূৰ্ণানন্দ বুঢ়াগোহাঁই
(ঘ) বদন বৰফুকন

উত্তৰ :- (খ) মোমাই তামুলী বৰবৰুৱা

 

৪/ অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান ?

(ক) ১৮
(খ) ১২
(গ) ১৪
(ঘ) ৭

উত্তৰ:- (গ) ১৪

 

৫/ কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

(ক) বিদ্যুৎ গোস্বামী
(খ) বিতুপন শইকীয়া
(গ) ভোগেশ্বৰ বৰুৱা
(ঘ) মনালিছা বৰুৱা মেহতা

উত্তৰ :- (গ) ভোগেশ্বৰ বৰুৱা

 

৬/ মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা অনুসৰি অসমৰ প্ৰাচীন নাম কি ?

(ক) ইন্দ্ৰপ্ৰস্থ
(খ) প্ৰাগজ্যোতিষপুৰ
(গ) কামৰূপ
(ঘ) অসম

উত্তৰ :- (খ) প্ৰাগজ্যোতিষপুৰ

 

৭/ অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

(ক) নলিনীবালা দেৱী
(খ) পাৰুল দাস
(গ) আনোৱাৰা টাইমূৰ
(ঘ) কমলা ৰয়

উত্তৰ :- (গ) আনোৱাৰা টাইমূৰ

 

৮/ অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজক কোন আছিল ?

(ক) হিউয়েন চাং
(খ) ফা হিয়েন
(গ) কিও সিনহা
(ঘ) মিলান জেইন

উত্তৰ :- (ক) হিউয়েন চাং

 

৯/ অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ?

(ক) বি কে নেহৰু
(খ) লোকনাথ মিশ্ৰ
(গ) শিৱচৰণ মাথুৰ
(ঘ) ছাৰ আকবৰ হাইদৰী

উত্তৰ :- (ঘ) ছাৰ আকবৰ হাইদৰী

 

১০/ অসমৰ সৈতে আন্তঃ ৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ?

(ক) চীন – ৰাছিয়া
(খ) নেপাল – চীন
(গ) ভূটান – বাংলাদেশ
(ঘ) নেপাল – ম্যানমাৰ

উত্তৰ:- (গ) ভূটান – বাংলাদেশ

error: Content is protected !! ExamAssam