Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-05

5/5 - (3 votes)

Assam GK In Assamese Language

১/ গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

When was the Guwahati Town Club born?

(ক) ১৯০৪ চনত
(খ) ১৯০৫ চনত
(গ) ১৯০৬ চনত
(ঘ) ১৯১০ চনত

উত্তৰ :- (গ) ১৯০৬ চনত

 

২/ অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?

What is the name of the world famous National Park located in Assam?

(ক) জিম কৰবেট
(খ) কাজিৰঙা
(গ) মানাহ
(ঘ) গিৰ অভয়াৰণ্য

উত্তৰ:- (খ) কাজিৰঙা

 

৩/ অসমৰ একমাত্ৰ “আই. আই. টি” খন ক’ত অৱস্থিত ?

Where is the only “IIT” in Assam located?

(ক) তিনিচুকীয়া
(খ) শিলচৰ
(গ) গুৱাহাটী
(ঘ) তেজপুৰ

উত্তৰ :- (গ) গুৱাহাটী

 

৪/ ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া কোন ?

Who was the first Assamese to become Chief Justice of the High Court of India?

(ক) পাৰ্বতী কুমাৰ গোস্বামী
(খ) হলিৰাম ডেকা
(গ) মহানন্দ দাস
(ঘ) কৃষ্ণকান্ত সন্দিকৈ

উত্তৰ :- (ক) পাৰ্বতী কুমাৰ গোস্বামী

 

৫/ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি ?

What is the name of the first Assamese to be elected President of India?

(ক) ভি ভি গিৰি
(খ) ফকৰুদ্দিন আলী আহমেদ
(গ) ড° জাকিৰ হুছেইন
(ঘ) গিয়ানী জাইল সিং

উত্তৰ :- (খ) ফকৰুদ্দিন আলী আহমেদ

 

৬/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি ?

What is the name of the first Assamese filmmaker?

(ক) প্ৰভাত মূৰ্খাৰ্জি
(খ) নিপ বৰুৱা
(গ) ড° ভূপেন হাজৰিকা
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ :- (ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

 

৭/ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?

What is the total number of districts in Assam?

(ক) ২০ খন
(খ) ২৫ খন
(গ) ২২ খন
(ঘ) ৩৫ খন

উত্তৰ (ঘ) ৩৫ খন

 

৮/ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান পাইছে ?

Which National Park of Assam is included in the World Heritage List?

(ক) নামেৰী
(খ) মানাহ
(গ) ওৰাং
(ঘ) কাজিৰঙা

উত্তৰ :- (খ) মানাহ

 

৯/ মহাভৈৰৱ মন্দিৰ কোঁনখন জিলাত অৱস্থিত ?

Mahabhairav Temple is located in which district?

(ক) তেজপুৰ
(খ) কাছাৰ
(গ) নগাওঁ
(ঘ) গোলাঘাট

উত্তৰ :- (ক) তেজপুৰ

 

১০/ কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল ?

When did Assam come under the British?

(ক) ১৮২৬ চনত
(খ) ১৮২৪ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮১৭ চনত

উত্তৰ :- (ক) ১৮২৬ চনত

Assam GK (Assamese) Mock Test 05

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান পাইছে ?

2 / 10

অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?

3 / 10

মহাভৈৰৱ মন্দিৰ কোঁনখন জিলাত অৱস্থিত ?

4 / 10

ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া কোন ?

5 / 10

প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি ?

6 / 10

অসমৰ একমাত্ৰ “আই. আই. টি” খন ক’ত অৱস্থিত ?

7 / 10

অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?

8 / 10

কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল ?

9 / 10

ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি ?

10 / 10

গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

Your score is

0%

You must log in to see your results.

১/ গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল ?

(ক) ১৯০৪ চনত
(খ) ১৯০৫ চনত
(গ) ১৯০৬ চনত
(ঘ) ১৯১০ চনত

উত্তৰ :- (গ) ১৯০৬ চনত

 

২/ অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?

(ক) জিম কৰবেট
(খ) কাজিৰঙা
(গ) মানাহ
(ঘ) গিৰ অভয়াৰণ্য

উত্তৰ:- (খ) কাজিৰঙা

 

৩/ অসমৰ একমাত্ৰ “আই. আই. টি” খন ক’ত অৱস্থিত ?

(ক) তিনিচুকীয়া
(খ) শিলচৰ
(গ) গুৱাহাটী
(ঘ) তেজপুৰ

উত্তৰ :- (গ) গুৱাহাটী

 

৪/ ভাৰতীয় উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথম গৰাকী অসমীয়া কোন ?

(ক) পাৰ্বতী কুমাৰ গোস্বামী
(খ) হলিৰাম ডেকা
(গ) মহানন্দ দাস
(ঘ) কৃষ্ণকান্ত সন্দিকৈ

উত্তৰ :- (ক) পাৰ্বতী কুমাৰ গোস্বামী

 

৫/ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়াৰ নাম কি ?

(ক) ভি ভি গিৰি
(খ) ফকৰুদ্দিন আলী আহমেদ
(গ) ড° জাকিৰ হুছেইন
(ঘ) গিয়ানী জাইল সিং

উত্তৰ :- (খ) ফকৰুদ্দিন আলী আহমেদ

 

৬/ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি ?

(ক) প্ৰভাত মূৰ্খাৰ্জি
(খ) নিপ বৰুৱা
(গ) ড° ভূপেন হাজৰিকা
(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ :- (ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

 

৭/ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?

(ক) ২০ খন
(খ) ২৫ খন
(গ) ২২ খন
(ঘ) ৩৫ খন

উত্তৰ (ঘ) ৩৫ খন

 

৮/ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত স্থান পাইছে ?

(ক) নামেৰী
(খ) মানাহ
(গ) ওৰাং
(ঘ) কাজিৰঙা

উত্তৰ :- (খ) মানাহ

 

৯/ মহাভৈৰৱ মন্দিৰ কোঁনখন জিলাত অৱস্থিত ?

(ক) তেজপুৰ
(খ) কাছাৰ
(গ) নগাওঁ
(ঘ) গোলাঘাট

উত্তৰ :- (ক) তেজপুৰ

 

১০/ কেতিয়া অসম ব্ৰিটিছৰ অধীন হৈছিল ?

(ক) ১৮২৬ চনত
(খ) ১৮২৪ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮১৭ চনত

উত্তৰ :- (ক) ১৮২৬ চনত

error: Content is protected !! ExamAssam