Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-06

5/5 - (6 votes)

Assam GK In Assamese Language

১/ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

What is Shualkuchi famous for?

(ক) তীখা উদ্যোগ
(খ) ৰেচম উদ্যোগ
(গ) কাঁহ পিতল উদ্যোগ
(ঘ) চামৰা উদ্যোগ

উত্তৰ :- (খ) ৰেচম উদ্যোগ

 

২/ অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ?

What is the number of National Parks in Assam?

(ক) ৬ খন
(খ) ৭ খন
(গ) ১৫ খন
(ঘ) ৪ খন

উত্তৰ :- (খ) ৭ খন

 

৩/ ১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ?

Who represented Assam at the Round Table Conference in 1937?

(ক) বিষ্ণুৰাম মেধি
(খ) গোপীনাথ বৰদলৈ
(গ) হেমচন্দ্ৰ গোস্বামী
(ঘ) চন্দ্ৰধৰ বৰুৱা

উত্তৰ :- (ঘ) চন্দ্ৰধৰ বৰুৱা

 

৪/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল ?

When was the Boro Sahitya Sabha formed?

(ক) ১৯৬০ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৫২ চনত
(ঘ) ১৯৫৪ চনত

উত্তৰ :- (গ) ১৯৫২ চনত

 

৫/ অসম বিশ্ব বিদ্যালয় ক’ত অৱস্থিত ?

Where is the University of Assam located?

(ক) গুৱাহাটী
(খ) যোৰহাট
(গ) শিলচৰ
(ঘ) তেজপুৰ

উত্তৰ :- (গ) শিলচৰ

 

৬/ ১৯৫০ চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি ?

What is the name of the city in Assam that was completely destroyed in the 1950 earthquake?

(ক) তেজপুৰ
(খ) শদিয়া
(গ) গোলাঘাট
(ঘ) বৰপেটা

উত্তৰ :- (খ) শদিয়া

 

৭/ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোজিত কৰা চহৰ দুখন কি ?

What are the two cities connected by NH-54?

(ক) শ্বিলং – আগৰতলা
(খ) মাকুম – লেখাপানী
(গ) শিলচৰ – লুঙলেই
(ঘ) বৰহি – পাণ্ডু

উত্তৰ :- (গ) শিলচৰ – লুংলেই

 

৮/ ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

Who was the first editor of Ramdhenu?

(ক) দীননাথ শৰ্মা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) ইন্দ্ৰকমল বেজবৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ইন্দ্ৰকমল বেজবৰুৱা

 

৯/ প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ নাম কি ?

What is the name of the founding editor of the first Assamese monthly magazine Jonaki?

(ক) হেমচন্দ্ৰ গোস্বামী
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
(ঘ) বেণুধৰ ৰাজখোৱা

উত্তৰ :- (গ) চন্দ্ৰকুমাৰ আগৰৱালা

 

১০/ প্ৰথম মহিলা এ. চি. এছ. বিষয়া গৰাকী কোন আছিল ?

The first woman was ACS Who was the officer?

(ক) পাৰুল দাস
(খ) শুচিব্রতা ৰায়চৌধুৰী
(গ) মীৰা শৰ্মা
(ঘ) লক্ষ্মী দেৱী

উত্তৰ :- (খ) শুচিব্রতা ৰায়চৌধুৰী

Assam GK (Assamese) Mock Test 06

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

১৯৫০ চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি ?

2 / 10

শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

3 / 10

১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ?

4 / 10

বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল ?

5 / 10

ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

6 / 10

প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ নাম কি ?

7 / 10

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোজিত কৰা চহৰ দুখন কি ?

8 / 10

অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ?

9 / 10

অসম বিশ্ব বিদ্যালয় ক’ত অৱস্থিত ?

10 / 10

প্ৰথম মহিলা এ. চি. এছ. বিষয়া গৰাকী কোন আছিল ?

Your score is

0%

You must log in to see your results.

১/ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

(ক) তীখা উদ্যোগ
(খ) ৰেচম উদ্যোগ
(গ) কাঁহ পিতল উদ্যোগ
(ঘ) চামৰা উদ্যোগ

উত্তৰ :- (খ) ৰেচম উদ্যোগ

 

২/ অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ?

(ক) ৬ খন
(খ) ৭ খন
(গ) ১৫ খন
(ঘ) ৪ খন

উত্তৰ :- (খ) ৭ খন

 

৩/ ১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ?

(ক) বিষ্ণুৰাম মেধি
(খ) গোপীনাথ বৰদলৈ
(গ) হেমচন্দ্ৰ গোস্বামী
(ঘ) চন্দ্ৰধৰ বৰুৱা

উত্তৰ :- (ঘ) চন্দ্ৰধৰ বৰুৱা

 

৪/ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল ?

(ক) ১৯৬০ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৫২ চনত
(ঘ) ১৯৫৪ চনত

উত্তৰ :- (গ) ১৯৫২ চনত

 

৫/ অসম বিশ্ব বিদ্যালয় ক’ত অৱস্থিত ?

(ক) গুৱাহাটী
(খ) যোৰহাট
(গ) শিলচৰ
(ঘ) তেজপুৰ

উত্তৰ :- (গ) শিলচৰ

 

৬/ ১৯৫০ চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি ?

(ক) তেজপুৰ
(খ) শদিয়া
(গ) গোলাঘাট
(ঘ) বৰপেটা

উত্তৰ :- (খ) শদিয়া

 

৭/ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোজিত কৰা চহৰ দুখন কি ?

(ক) শ্বিলং – আগৰতলা
(খ) মাকুম – লেখাপানী
(গ) শিলচৰ – লুঙলেই
(ঘ) বৰহি – পাণ্ডু

উত্তৰ :- (গ) শিলচৰ – লুংলেই

 

৮/ ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

(ক) দীননাথ শৰ্মা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) ইন্দ্ৰকমল বেজবৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ইন্দ্ৰকমল বেজবৰুৱা

 

৯/ প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ নাম কি ?

(ক) হেমচন্দ্ৰ গোস্বামী
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
(ঘ) বেণুধৰ ৰাজখোৱা

উত্তৰ :- (গ) চন্দ্ৰকুমাৰ আগৰৱালা

 

১০/ প্ৰথম মহিলা এ. চি. এছ. বিষয়া গৰাকী কোন আছিল ?

(ক) পাৰুল দাস
(খ) শুচিব্রতা ৰায়চৌধুৰী
(গ) মীৰা শৰ্মা
(ঘ) লক্ষ্মী দেৱী

উত্তৰ :- (খ) শুচিব্রতা ৰায়চৌধুৰী

error: Content is protected !! ExamAssam