Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-07

5/5 - (6 votes)

Assam GK In Assamese Language

১/ পৃথিৱীৰ সৰ্ববৃহৎ চি. টি. চি. চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত ?

The world’s largest CTC Where is the Tea Auction Center located?

(ক) কলকতা
(খ) গুৱাহাটী
(গ) দাৰ্জিলিং
(ঘ) কলম্বো

উত্তৰ :- (খ) গুৱাহাটী

 

২/ আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি ?

What is the name of the last independent king of the Ahom?

(ক) চন্দ্ৰকান্ত সিংহ
(খ) কমলেশ্বৰ সিংহ
(গ) যোগেশ্বৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ

উত্তৰ :- (ঘ) পুৰন্দৰ সিংহ

 

৩/ মাইলছ ব্ৰঞ্চনে প্ৰস্তুত কৰা অসমীয়া ইংৰাজী অভিধান খনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

How many words did Miles Bronson contain in the Assamese English Dictionary?

(ক)  ১৫০০০ শব্দ
(খ)  ২০০০০ শব্দ
(গ)  ১২০০০ শব্দ
(ঘ)  ১৪০০০ শব্দ

উত্তৰ :- (ঘ) ১৪০০০ শব্দ

 

৪/ চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি ?

What is the name of the last king of the Chutia Empire?

(ক) ৰত্নপাল
(খ) বিষ্ণুপাল
(গ) বীৰপাল
(ঘ) নীতিপাল

উত্তৰ :- (ঘ) নীতিপাল

 

৫/ পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

Which tribe celebrates the Pollen Festival?

(ক) কাৰ্বি
(খ) ৰাভা
(গ) মিচিং
(ঘ) বড়ো

উত্তৰ :- (গ) মিচিং

 

৬/ অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?

Who awards the Assam Valley Literature Award?

(ক) অসম সাহিত্য সভা
(খ) সাহিত্য অকাডেমি
(গ) মেগৰ শিক্ষা ন্যাস
(ঘ) অসম চৰকাৰ

উত্তৰ :- (গ) মেগৰ শিক্ষা ন্যাস

 

৭/ তলৰ কোঁনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

Which of the following Assamese participated in the Dandi Yatra?

(ক) লীলাধৰ বৰুৱা
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) তৰুণৰাম ফুকন
(ঘ) কুলধৰ চলিহা

উত্তৰ :- (ক) লীলাধৰ বৰুৱা

 

৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” কোন চনত নিৰ্মান কৰা হৈছিল ?

In which year was the first Assamese film “Jaymati” made?

(ক) ১৯২৫ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯২০ চনত
(ঘ) ১৯৪০ চনত

উত্তৰ :- (খ) ১৯৩৫ চনত

 

৯/ মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

What are the plays of Madhavade known as?

(ক) ঝুমুৰা
(খ) অংকীয়া নাট
(গ) একাংকিকা নাট
(ঘ) সম্পূৰ্ণ নাট

উত্তৰ :- (ক) ঝুমুৰা

 

১০/ আহোম যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি ?

What is the name of the greatest poet of the Ahom era?

(ক) কৱিৰাজ চক্ৰৱৰ্তী
(খ) অমূল্য কাকতি
(গ) ভট্টদেৱ
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (ক) কৱিৰাজ চক্ৰৱৰ্তী

Assam GK (Assamese) Mock Test 07

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

তলৰ কোঁনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

2 / 10

মাইলছ ব্ৰঞ্চনে প্ৰস্তুত কৰা অসমীয়া ইংৰাজী অভিধান খনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

3 / 10

মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

4 / 10

প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” কোন চনত নিৰ্মান কৰা হৈছিল ?

5 / 10

পৃথিৱীৰ সৰ্ববৃহৎ চি. টি. চি. চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত ?

6 / 10

 চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি ?

7 / 10

অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?

8 / 10

আহোম যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি ?

9 / 10

পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

10 / 10

আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি ?

Your score is

0%

You must log in to see your results.

১/ পৃথিৱীৰ সৰ্ববৃহৎ চি. টি. চি. চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত ?

(ক) কলকতা
(খ) গুৱাহাটী
(গ) দাৰ্জিলিং
(ঘ) কলম্বো

উত্তৰ :- (খ) গুৱাহাটী

 

২/ আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি ?

(ক) চন্দ্ৰকান্ত সিংহ
(খ) কমলেশ্বৰ সিংহ
(গ) যোগেশ্বৰ সিংহ
(ঘ) পুৰন্দৰ সিংহ

উত্তৰ :- (ঘ) পুৰন্দৰ সিংহ

 

৩/ মাইলছ ব্ৰঞ্চনে প্ৰস্তুত কৰা অসমীয়া ইংৰাজী অভিধান খনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

(ক)  ১৫০০০ শব্দ
(খ)  ২০০০০ শব্দ
(গ)  ১২০০০ শব্দ
(ঘ)  ১৪০০০ শব্দ

উত্তৰ :- (ঘ) ১৪০০০ শব্দ

 

৪/ চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি ?

(ক) ৰত্নপাল
(খ) বিষ্ণুপাল
(গ) বীৰপাল
(ঘ) নীতিপাল

উত্তৰ :- (ঘ) নীতিপাল

 

৫/ পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

(ক) কাৰ্বি
(খ) ৰাভা
(গ) মিচিং
(ঘ) বড়ো

উত্তৰ :- (গ) মিচিং

 

৬/ অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?

(ক) অসম সাহিত্য সভা
(খ) সাহিত্য অকাডেমি
(গ) মেগৰ শিক্ষা ন্যাস
(ঘ) অসম চৰকাৰ

উত্তৰ :- (গ) মেগৰ শিক্ষা ন্যাস

 

৭/ তলৰ কোঁনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

(ক) লীলাধৰ বৰুৱা
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) তৰুণৰাম ফুকন
(ঘ) কুলধৰ চলিহা

উত্তৰ :- (ক) লীলাধৰ বৰুৱা

 

৮/ প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” কোন চনত নিৰ্মান কৰা হৈছিল ?

(ক) ১৯২৫ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯২০ চনত
(ঘ) ১৯৪০ চনত

উত্তৰ :- (খ) ১৯৩৫ চনত

 

৯/ মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

(ক) ঝুমুৰা
(খ) অংকীয়া নাট
(গ) একাংকিকা নাট
(ঘ) সম্পূৰ্ণ নাট

উত্তৰ :- (ক) ঝুমুৰা

 

১০/ আহোম যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি ?

(ক) কৱিৰাজ চক্ৰৱৰ্তী
(খ) অমূল্য কাকতি
(গ) ভট্টদেৱ
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (ক) কৱিৰাজ চক্ৰৱৰ্তী

error: Content is protected !! ExamAssam