Assam GK In Assamese Language
১/ জোনাকী কোন চনত প্ৰকাশ পাইছিল ?
In which year was Jonaki published?
(ক) ১৮৮৯ চনত
(খ) ১৮৯৭ চনত
(গ) ১৮৮৫ চনত
(ঘ) ১৮৭০ চনত
উত্তৰ :- (ক) ১৮৮৯ চনত
২/ অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?
In which year did the Bengali language become popular in Assam?
(ক) ১৮২০ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮৭৩ চনত
(ঘ) ১৮৫০ চনত
উত্তৰ :- (খ) ১৮৩৬ চনত
৩/ গুৱাহাটীলৈ অহা প্ৰথম খিষ্ট্ৰান মিছনেৰীজনৰ নাম কি ?
What is the name of the first Christian missionary to Guwahati?
(ক) মাইলছ ব্ৰনছন
(খ) জেমছ ৰে
(গ) শ্ৰীমতী কাট্টাৰ
(ঘ) এ কে গাৰ্ণী
উত্তৰ :- (খ) জেমছ ৰে
৪/ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় ?
Which magazine marked the beginning of the Romantic era in Assamese literature?
(ক) জোনাকী
(খ) কবিতাৰ পুথি
(গ) জয়ন্তী
(ঘ) ৰামধেনু
উত্তৰ :- (ক) জোনাকী
৫/ অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন কোনে ৰচনা কৰিছিল ?
Who wrote the first book of sonnets in Assamese?
(ক) হিতেশ্বৰ বৰবৰুৱা
(খ) ডিম্বেশ্বৰ নেওগ
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ :- (ক) হিতেশ্বৰ বৰবৰুৱা
৬/ কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল ?
Which poem was the beginning of modern Assamese poetry?
(ক) মালছ
(খ) কুকুৰ
(গ) বনকুৱৰি
(ঘ) সপোনৰ ঘৰ
উত্তৰ :- (গ) বনকুৱৰি
৭/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?
What is the name of the book of poems by Jyoti Prasad Agrawal?
(ক) বেদনাৰ উল্কা
(খ) আপোন সুৰ
(গ) দহিকতৰা
(ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ
উত্তৰ :- (ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ
৮/ বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ?
What is the name of the book of stories by Bishnu Prasad Rava?
(ক) আহুতি
(খ) সোণপাহি
(গ) বাজৰ্ষি
(ঘ) পাপৰি
উত্তৰ :- (খ) সোণপাহি
৯/ অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায় ?
Who is the father of Assamese short stories?
(ক) হেমচন্দ্ৰ গোস্বামী
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) সত্যনাথ বৰা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ :- (ঘ) লক্ষ্মীনাথ বেজবৰুৱা
১০/ অসম ক্ৰিকেট এছচিয়েচন কোন চনত গঠন হৈছিল ?
In which year was the Assam Cricket Association formed?
(ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত
(খ) ১৯৪৮ চনৰ ৩০ নৱেম্বৰত
(গ) ১৯৪৯ চনৰ ৩০ নৱেম্বৰত
(ঘ) ১৯৫০ চনৰ ৩০ নৱেম্বৰত
উত্তৰ :- (ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত
You must log in to see your results.
১/ জোনাকী কোন চনত প্ৰকাশ পাইছিল ?
(ক) ১৮৮৯ চনত
(খ) ১৮৯৭ চনত
(গ) ১৮৮৫ চনত
(ঘ) ১৮৭০ চনত
উত্তৰ :- (ক) ১৮৮৯ চনত
২/ অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?
(ক) ১৮২০ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮৭৩ চনত
(ঘ) ১৮৫০ চনত
উত্তৰ :- (খ) ১৮৩৬ চনত
৩/ গুৱাহাটীলৈ অহা প্ৰথম খিষ্ট্ৰান মিছনেৰীজনৰ নাম কি ?
(ক) মাইলছ ব্ৰনছন
(খ) জেমছ ৰে
(গ) শ্ৰীমতী কাট্টাৰ
(ঘ) এ কে গাৰ্ণী
উত্তৰ :- (খ) জেমছ ৰে
৪/ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় ?
(ক) জোনাকী
(খ) কবিতাৰ পুথি
(গ) জয়ন্তী
(ঘ) ৰামধেনু
উত্তৰ :- (ক) জোনাকী
৫/ অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন কোনে ৰচনা কৰিছিল ?
(ক) হিতেশ্বৰ বৰবৰুৱা
(খ) ডিম্বেশ্বৰ নেওগ
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ :- (ক) হিতেশ্বৰ বৰবৰুৱা
৬/ কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল ?
(ক) মালছ
(খ) কুকুৰ
(গ) বনকুৱৰি
(ঘ) সপোনৰ ঘৰ
উত্তৰ :- (গ) বনকুৱৰি
৭/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?
(ক) বেদনাৰ উল্কা
(খ) আপোন সুৰ
(গ) দহিকতৰা
(ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ
উত্তৰ :- (ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ
৮/ বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ?
(ক) আহুতি
(খ) সোণপাহি
(গ) বাজৰ্ষি
(ঘ) পাপৰি
উত্তৰ :- (খ) সোণপাহি
৯/ অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায় ?
(ক) হেমচন্দ্ৰ গোস্বামী
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) সত্যনাথ বৰা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ :- (ঘ) লক্ষ্মীনাথ বেজবৰুৱা
১০/ অসম ক্ৰিকেট এছচিয়েচন কোন চনত গঠন হৈছিল ?
(ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত
(খ) ১৯৪৮ চনৰ ৩০ নৱেম্বৰত
(গ) ১৯৪৯ চনৰ ৩০ নৱেম্বৰত
(ঘ) ১৯৫০ চনৰ ৩০ নৱেম্বৰত
উত্তৰ :- (ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত