Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-08

5/5 - (6 votes)

Assam GK In Assamese Language

১/ জোনাকী কোন চনত প্ৰকাশ পাইছিল ?

In which year was Jonaki published?

(ক) ১৮৮৯ চনত
(খ) ১৮৯৭ চনত
(গ) ১৮৮৫ চনত
(ঘ) ১৮৭০ চনত

উত্তৰ :- (ক) ১৮৮৯ চনত

 

২/ অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

In which year did the Bengali language become popular in Assam?

(ক) ১৮২০ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮৭৩ চনত
(ঘ) ১৮৫০ চনত

উত্তৰ :- (খ) ১৮৩৬ চনত

 

৩/ গুৱাহাটীলৈ অহা প্ৰথম খিষ্ট্ৰান মিছনেৰীজনৰ নাম কি ?

What is the name of the first Christian missionary to Guwahati?

(ক) মাইলছ ব্ৰনছন
(খ) জেমছ ৰে
(গ) শ্ৰীমতী কাট্টাৰ
(ঘ) এ কে গাৰ্ণী

উত্তৰ :- (খ) জেমছ ৰে

 

৪/ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় ?

Which magazine marked the beginning of the Romantic era in Assamese literature?

(ক) জোনাকী
(খ) কবিতাৰ পুথি
(গ) জয়ন্তী
(ঘ) ৰামধেনু

উত্তৰ :- (ক) জোনাকী

 

৫/ অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন কোনে ৰচনা কৰিছিল ?

Who wrote the first book of sonnets in Assamese?

(ক) হিতেশ্বৰ বৰবৰুৱা
(খ) ডিম্বেশ্বৰ নেওগ
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ :- (ক) হিতেশ্বৰ বৰবৰুৱা

 

৬/ কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল ?

Which poem was the beginning of modern Assamese poetry?

(ক) মালছ
(খ) কুকুৰ
(গ) বনকুৱৰি
(ঘ) সপোনৰ ঘৰ

উত্তৰ :- (গ) বনকুৱৰি

 

৭/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

What is the name of the book of poems by Jyoti Prasad Agrawal?

(ক) বেদনাৰ উল্কা
(খ) আপোন সুৰ
(গ) দহিকতৰা
(ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ

উত্তৰ :- (ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ

 

৮/ বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ?

What is the name of the book of stories by Bishnu Prasad Rava?

(ক) আহুতি
(খ) সোণপাহি
(গ) বাজৰ্ষি
(ঘ) পাপৰি

উত্তৰ :- (খ) সোণপাহি

 

৯/ অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায় ?

Who is the father of Assamese short stories?

(ক) হেমচন্দ্ৰ গোস্বামী
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) সত্যনাথ বৰা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ :- (ঘ) লক্ষ্মীনাথ বেজবৰুৱা

 

১০/ অসম ক্ৰিকেট এছচিয়েচন কোন চনত গঠন হৈছিল ?

In which year was the Assam Cricket Association formed?

(ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত
(খ) ১৯৪৮ চনৰ ৩০ নৱেম্বৰত
(গ) ১৯৪৯ চনৰ ৩০ নৱেম্বৰত
(ঘ) ১৯৫০ চনৰ ৩০ নৱেম্বৰত

উত্তৰ :- (ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত

Assam GK (Assamese) Mock Test 08

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় ?

2 / 10

জোনাকী কোন চনত প্ৰকাশ পাইছিল ?

3 / 10

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

4 / 10

গুৱাহাটীলৈ অহা প্ৰথম খিষ্ট্ৰান মিছনেৰীজনৰ নাম কি ?

5 / 10

কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল ?

6 / 10

অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

7 / 10

বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ?

8 / 10

অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন কোনে ৰচনা কৰিছিল ?

9 / 10

অসম ক্ৰিকেট এছচিয়েচন কোন চনত গঠন হৈছিল ?

10 / 10

অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায় ?

Your score is

0%

You must log in to see your results.

১/ জোনাকী কোন চনত প্ৰকাশ পাইছিল ?

(ক) ১৮৮৯ চনত
(খ) ১৮৯৭ চনত
(গ) ১৮৮৫ চনত
(ঘ) ১৮৭০ চনত

উত্তৰ :- (ক) ১৮৮৯ চনত

 

২/ অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

(ক) ১৮২০ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮৭৩ চনত
(ঘ) ১৮৫০ চনত

উত্তৰ :- (খ) ১৮৩৬ চনত

 

৩/ গুৱাহাটীলৈ অহা প্ৰথম খিষ্ট্ৰান মিছনেৰীজনৰ নাম কি ?

(ক) মাইলছ ব্ৰনছন
(খ) জেমছ ৰে
(গ) শ্ৰীমতী কাট্টাৰ
(ঘ) এ কে গাৰ্ণী

উত্তৰ :- (খ) জেমছ ৰে

 

৪/ অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় ?

(ক) জোনাকী
(খ) কবিতাৰ পুথি
(গ) জয়ন্তী
(ঘ) ৰামধেনু

উত্তৰ :- (ক) জোনাকী

 

৫/ অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন কোনে ৰচনা কৰিছিল ?

(ক) হিতেশ্বৰ বৰবৰুৱা
(খ) ডিম্বেশ্বৰ নেওগ
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ :- (ক) হিতেশ্বৰ বৰবৰুৱা

 

৬/ কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল ?

(ক) মালছ
(খ) কুকুৰ
(গ) বনকুৱৰি
(ঘ) সপোনৰ ঘৰ

উত্তৰ :- (গ) বনকুৱৰি

 

৭/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

(ক) বেদনাৰ উল্কা
(খ) আপোন সুৰ
(গ) দহিকতৰা
(ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ

উত্তৰ :- (ঘ) লুইতৰ পাৰৰ অগ্নিসুৰ

 

৮/ বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ?

(ক) আহুতি
(খ) সোণপাহি
(গ) বাজৰ্ষি
(ঘ) পাপৰি

উত্তৰ :- (খ) সোণপাহি

 

৯/ অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায় ?

(ক) হেমচন্দ্ৰ গোস্বামী
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) সত্যনাথ বৰা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ :- (ঘ) লক্ষ্মীনাথ বেজবৰুৱা

 

১০/ অসম ক্ৰিকেট এছচিয়েচন কোন চনত গঠন হৈছিল ?

(ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত
(খ) ১৯৪৮ চনৰ ৩০ নৱেম্বৰত
(গ) ১৯৪৯ চনৰ ৩০ নৱেম্বৰত
(ঘ) ১৯৫০ চনৰ ৩০ নৱেম্বৰত

উত্তৰ :- (ক) ১৯৪৭ চনৰ ৩০ নৱেম্বৰত

error: Content is protected !! ExamAssam