Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-09

5/5 - (6 votes)

Assam GK In Assamese Language

১/ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলন খনৰ নাম কি ?

What is the name of the collection of short stories by Sahitya Akademi Award winner Sourav Kumar Chaliha?

(ক) গোলাম
(খ) শৃংখল
(গ) আবৃত্ত
(ঘ) বাজীকৰ

উত্তৰ :- (ক) গোলাম

 

২/ প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি ?

What is the name of the first Assamese fourteen-verse poem?

(ক) প্ৰিয়তমাৰ চিঠি
(খ) প্ৰতিপদ
(গ) বনফুল
(ঘ) স্বপ্নভংগ

উত্তৰ :- (ক) প্ৰিয়তমাৰ চিঠি

 

৩/ অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ?

Who was the first Assamese to write literature in the rhythm of Amitraksha?

(ক) কাশীনাথ তামুলী ফুকন
(খ) লম্বোদৰ বৰা
(গ) ৰমাকান্ত চৌধুৰী
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ৰমাকান্ত চৌধুৰী

 

৪/ প্ৰথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি ?

What is the name of the first Assamese satirical magazine?

(ক) চিহ্নযাত্ৰা
(খ) কাৰ্টুন
(গ) কানীয়াৰ কীৰ্ত্তন
(ঘ) সাধুৰ পুথি

উত্তৰ :- (খ) কাৰ্টুন

 

৫/ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

Who was the first President of the Assam Sahitya Sabha?

(ক) হোমেন বৰগোহাঞি
(খ) শঙ্কৰদেৱ
(গ) লক্ষ্মীনাথ বেজবৰুৱা
(ঘ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰ :- (ঘ) পদ্মনাথ গোহাঞিবৰুৱা

 

৬/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

What is the name of the first Assamese novel to win the Jnanpith Award?

(ক) মৃত্যুঞ্জয়
(খ) নীলকণ্ঠী ব্ৰজ
(গ) আয়কিংগম
(ঘ) লাহৰী

উত্তৰ :- (ক) মৃত্যুঞ্জয়

 

৭/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?

Who was the first woman President of the Assam Sahitya Sabha?

(ক) নলিনীবালা দেৱী
(খ) শুচিব্ৰতা ৰায়চৌধুৰী
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ :- (ক) নলিনীবালা দেৱী

 

৮/ অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় ?

When was the Assam Women’s Football Association formed?

(ক) ১৯৮৫ চনত
(খ) ১৯৮৬ চনত
(গ) ১৯৮৭ চনত
(ঘ) ১৯৮৮ চনত

উত্তৰ :- (ক) ১৯৮৫ চনত

 

৯/ অসমত সহ: অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি ?

What is the name of the artist who made his co: acting debut in Assam ?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা
(খ) ব্ৰজ শৰ্মা
(গ) জ্যোতিপ্ৰসাদ আগৰৱালা
(ঘ) প্ৰমথেশ বৰুৱা

উত্তৰ :- (খ) ব্ৰজ শৰ্মা

 

১০/ অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্ৰথমগৰাকী সভাপতি কোন আছিল ?

Who was the first President of the Assam Football Association (1946)?

(ক) নবীন চন্দ্ৰ বৰদলৈ
(খ) ফখৰুদ্দিন আলি আহমেদ
(গ) ফণী শৰ্মা
(ঘ) ৰাধাগোবিন্দ বৰুৱা

উত্তৰ :- (খ) ফখৰুদ্দিন আলি আহমেদ

Assam GK (Assamese) Mock Test 09

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?

2 / 10

অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় ?

3 / 10

প্ৰথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি ?

4 / 10

জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

5 / 10

অসমত সহ: অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি ?

6 / 10

প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি ?

7 / 10

অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

8 / 10

অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ?

9 / 10

অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্ৰথমগৰাকী সভাপতি কোন আছিল ?

10 / 10

সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলন খনৰ নাম কি ?

Your score is

0%

You must log in to see your results.

১/ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলন খনৰ নাম কি ?

(ক) গোলাম
(খ) শৃংখল
(গ) আবৃত্ত
(ঘ) বাজীকৰ

উত্তৰ :- (ক) গোলাম

 

২/ প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি ?

(ক) প্ৰিয়তমাৰ চিঠি
(খ) প্ৰতিপদ
(গ) বনফুল
(ঘ) স্বপ্নভংগ

উত্তৰ :- (ক) প্ৰিয়তমাৰ চিঠি

 

৩/ অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ?

(ক) কাশীনাথ তামুলী ফুকন
(খ) লম্বোদৰ বৰা
(গ) ৰমাকান্ত চৌধুৰী
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ :- (গ) ৰমাকান্ত চৌধুৰী

 

৪/ প্ৰথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি ?

(ক) চিহ্নযাত্ৰা
(খ) কাৰ্টুন
(গ) কানীয়াৰ কীৰ্ত্তন
(ঘ) সাধুৰ পুথি

উত্তৰ :- (খ) কাৰ্টুন

 

৫/ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

(ক) হোমেন বৰগোহাঞি
(খ) শঙ্কৰদেৱ
(গ) লক্ষ্মীনাথ বেজবৰুৱা
(ঘ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰ :- (ঘ) পদ্মনাথ গোহাঞিবৰুৱা

 

৬/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

(ক) মৃত্যুঞ্জয়
(খ) নীলকণ্ঠী ব্ৰজ
(গ) আয়কিংগম
(ঘ) লাহৰী

উত্তৰ :- (ক) মৃত্যুঞ্জয়

 

৭/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?

(ক) নলিনীবালা দেৱী
(খ) শুচিব্ৰতা ৰায়চৌধুৰী
(গ) মামণি ৰয়চম গোস্বামী
(ঘ) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ :- (ক) নলিনীবালা দেৱী

 

৮/ অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় ?

(ক) ১৯৮৫ চনত
(খ) ১৯৮৬ চনত
(গ) ১৯৮৭ চনত
(ঘ) ১৯৮৮ চনত

উত্তৰ :- (ক) ১৯৮৫ চনত

 

৯/ অসমত সহ: অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি ?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা
(খ) ব্ৰজ শৰ্মা
(গ) জ্যোতিপ্ৰসাদ আগৰৱালা
(ঘ) প্ৰমথেশ বৰুৱা

উত্তৰ :- (খ) ব্ৰজ শৰ্মা

 

১০/ অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্ৰথমগৰাকী সভাপতি কোন আছিল ?

(ক) নবীন চন্দ্ৰ বৰদলৈ
(খ) ফখৰুদ্দিন আলি আহমেদ
(গ) ফণী শৰ্মা
(ঘ) ৰাধাগোবিন্দ বৰুৱা

উত্তৰ :- (খ) ফখৰুদ্দিন আলি আহমেদ

error: Content is protected !! ExamAssam