Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language-MCQ-10

5/5 - (7 votes)

Assam GK In Assamese Language

১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?

What is the name of the first Assamese children’s film?

(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা

 

২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

What is the name of the first Assamese novel to be made into a film?

(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি

 

৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

For which book did Bhabendra Nath Shaikia win the Sahitya Akademi Award?

(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল

 

৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

Which poet is known as the poet of the stream?

(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা

 

৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

When did tea cultivation start in Assam?

(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত

 

৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?

In which district of Assam is the Sainik School located?

(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা

 

৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?

Where is the hot spring in Assam?

(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট

 

৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

In which district of Assam is the japi industry located?

(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী

 

৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?

Where was the first session of the Assam Sahitya Sabha held?

(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ

 

১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?

Who is the emperor of novels?

(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ

Assam GK (Assamese) Mock Test 10

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

 ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

2 / 10

অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল ?

3 / 10

নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

4 / 10

 অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

5 / 10

চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

6 / 10

প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?

7 / 10

অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?

8 / 10

অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

9 / 10

উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?

10 / 10

অসমৰ ক’ত গৰম পানীৰ উহ আছে ?

Your score is

0%

You must log in to see your results.

১/ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?

(ক) অবুজ বেদনা
(খ) জীৱন সুৰভি
(গ) পূবেৰুণ
(ঘ) চিকমিক বিজুলী

উত্তৰ :- (ক) অবুজ বেদনা

 

২/ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

(ক) মিৰি জীয়ৰী
(খ) পিতাপুত্ৰ
(গ) পৃথিৱীৰ হাঁহি
(ঘ) মনোমতি

উত্তৰ :- (ঘ) মনোমতি

 

৩/ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

(ক) শৃংখল
(খ) ৰাতি ফুলা ফুল
(গ) ৰংমিলিৰ হাঁহি
(ঘ) সেন্দুৰ

উত্তৰ :- (ক) শৃংখল

 

৪/ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

(ক) ৰত্নকান্ত বৰকাকতি
(খ) অমূল্য বৰুৱা
(গ) শৈলধৰ ৰাজখোৱা
(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰ :- (গ) শৈলধৰ ৰাজখোৱা

 

৫/ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

(ক) ১৮৫০ চনত
(খ) ১৮৪২ চনত
(গ) ১৮২২ চনত
(ঘ) ১৮৪৫ চনত

উত্তৰ :- (ক) ১৮৫০ চনত

 

৬/ অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?

(ক) বঙাইগাঁও
(খ) গোৱালপাৰা
(গ) শিৱসাগৰ
(ঘ) তিনিচুকীয়া

উত্তৰ :- (খ) গোৱালপাৰা

 

৭/ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?

(ক) গোলাঘাট
(খ) দুলীয়াজান
(গ) নলবাৰী
(ঘ) নগাওঁ

উত্তৰ :- (ক) গোলাঘাট

 

৮/ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

(ক) নলবাৰী
(খ) বৰপেটা
(গ) বঙাইগাঁও
(ঘ) শিলচৰ

উত্তৰ :- (ক) নলবাৰী

 

৯/ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?

(ক) শিৱসাগৰ
(খ) তেজপুৰ
(গ) নগাওঁ
(ঘ) বৰপেটা

উত্তৰ :- (ক) শিৱসাগৰ

 

১০/ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?

(ক) ৰজনীকান্ত বৰদলৈ
(খ) চৈয়দ আব্দুল মালিক
(গ) অতুল চন্দ্ৰ হাজৰিকা
(ঘ) বেণুধৰ শৰ্মা

উত্তৰ :- (ক) ৰজনীকান্ত বৰদলৈ

error: Content is protected !! ExamAssam