Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-01

4.5/5 - (30 votes)

Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান

Assam GK (Assamese) Mock Test 01

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

GET CERTIFICATE

1 / 10

আহোম ৰাজত্ব কালত প্ৰথম খন ৰাজধানীৰ নাম কি ?

2 / 10

শ্ৰীমন্ত শঙ্কৰদেৱৰ কোন চনত জন্ম হৈছিল ?

3 / 10

নেপথ্য শিল্পী হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী গায়ক / গায়িকাৰ নাম কি ?

4 / 10

ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সকলে কেতিয়া প্ৰবেশ কৰিছিল ?

5 / 10

ৰাষ্ট্ৰীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত ?

6 / 10

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত “দেউলাং খুই”ৰ ৰচক কোন ?

7 / 10

পথৰুঘাটৰ ৰণ ক’ত সংঘটিত হৈছিল ?

8 / 10

ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম গৰাকী অসমীয়াৰ নাম কি ?

9 / 10

অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি ?

10 / 10

শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam