Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-02

4.7/5 - (3 votes)

Assam GK (Assamese) Mock Test 02

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

GET CERTIFICATE

1 / 10

অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি ?

2 / 10

শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থ খনৰ নাম কি ?

3 / 10

গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত ?

4 / 10

শুক্লধ্বজ কি নামে জনপ্ৰিয় আছিল ?

5 / 10

ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায় ?

6 / 10

লাচিত বৰফুকনৰ জ্যোতিষী গৰাকীৰ নাম কি আছিল ?

7 / 10

অসমৰ কোঁনখন বিশ্ব বিদ্যালয়ত ৰেডিঅ’ৰ প্ৰচলন পোন প্ৰথমে হৈছিল ?

8 / 10

 বামুণী কোঁৱৰৰ আহোম নাম কি আছিল ?

9 / 10

কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ?

10 / 10

অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে — বিখ্যাত উক্তিটো কাৰ আছিল ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam