Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-04

4.4/5 - (7 votes)

Assam GK (Assamese) Mock Test 04

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসমৰ কোনগৰাকী চাহ খেতিয়কক দানবীৰ ৰূপে জনা যায় ?

2 / 10

অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান ?

3 / 10

অসমৰ সৈতে আন্তঃ ৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি ?

4 / 10

অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?

5 / 10

অসমলৈ অহা প্ৰথম গৰাকী চীনা পৰিব্ৰাজক কোন আছিল ?

6 / 10

কোনগৰাকী অসমীয়া খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

7 / 10

আহোম ৰাজত্ব কালত কোনগৰাকী ব্যক্তিয়ে সামাজিক সংস্কাৰৰ লগতে বিত্তীয় সংস্কাৰৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছিল ?

8 / 10

মহাভাৰত আৰু ৰামায়ণত উল্লেখ কৰা অনুসৰি অসমৰ প্ৰাচীন নাম কি ?

9 / 10

জাগীৰোড কিহৰ বাবে বিখ্যাত ?

10 / 10

অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল কোন আছিল ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam