Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-06

5/5 - (3 votes)

Assam GK (Assamese) Mock Test 06

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোজিত কৰা চহৰ দুখন কি ?

2 / 10

ৰামধেনুৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?

3 / 10

প্ৰথম মহিলা এ. চি. এছ. বিষয়া গৰাকী কোন আছিল ?

4 / 10

অসম বিশ্ব বিদ্যালয় ক’ত অৱস্থিত ?

5 / 10

প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীৰ নাম কি ?

6 / 10

১৯৫০ চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি ?

7 / 10

বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল ?

8 / 10

অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ?

9 / 10

শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

10 / 10

১৯৩৭ চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam