Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-07

4.3/5 - (6 votes)

Assam GK (Assamese) Mock Test 07

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

পৃথিৱীৰ সৰ্ববৃহৎ চি. টি. চি. চাহ নিলাম কেন্দ্ৰটো ক’ত অৱস্থিত ?

2 / 10

অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?

3 / 10

মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায় ?

4 / 10

 চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি ?

5 / 10

আহোমৰ শেষ স্বাধীন ৰজাজনৰ নাম কি ?

6 / 10

তলৰ কোঁনজন অসমীয়াই দাণ্ডি যাত্ৰাত ভাগ লৈছিল ?

7 / 10

মাইলছ ব্ৰঞ্চনে প্ৰস্তুত কৰা অসমীয়া ইংৰাজী অভিধান খনত মুঠ কিমান শব্দ সন্নিবিষ্ট আছিল ?

8 / 10

আহোম যুগৰ শ্ৰেষ্ঠ কবি গৰাকীৰ নাম কি ?

9 / 10

প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী” কোন চনত নিৰ্মান কৰা হৈছিল ?

10 / 10

পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam