Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-08

5/5 - (1 vote)

Assam GK (Assamese) Mock Test 08

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোনখন আলোচনীৰ মাধ্যমেৰে আৰম্ভ হয় ?

2 / 10

অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজা যায় ?

3 / 10

কোনটো কবিতাৰে আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি হৈছিল ?

4 / 10

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

5 / 10

অসমত বাংলা ভাষাৰ প্ৰচলন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

6 / 10

বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি ?

7 / 10

জোনাকী কোন চনত প্ৰকাশ পাইছিল ?

8 / 10

অসম ক্ৰিকেট এছচিয়েচন কোন চনত গঠন হৈছিল ?

9 / 10

গুৱাহাটীলৈ অহা প্ৰথম খিষ্ট্ৰান মিছনেৰীজনৰ নাম কি ?

10 / 10

অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখন কোনে ৰচনা কৰিছিল ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam