Assam GK Mock Test (Assamese) সাধাৰণ জ্ঞান-09

5/5 - (2 votes)

Assam GK (Assamese) Mock Test 09

Full collection of Assam gk questions, answers, facts and figures for all competitive exams.

Get Certificate To Login/Register Our Website

1 / 10

অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

2 / 10

অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল ?

3 / 10

অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন হৈছিল ?

4 / 10

জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

5 / 10

অসমত সহ: অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি ?

6 / 10

অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয় ?

7 / 10

প্ৰথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি ?

8 / 10

সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলন খনৰ নাম কি ?

9 / 10

অসম ফুটবল সন্থাৰ (১৯৪৬ চন) প্ৰথমগৰাকী সভাপতি কোন আছিল ?

10 / 10

প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি ?

Your score is

0%

You must log in to see your results.

Government exam All Assam GK MOCK TEST (Assamese Language) is available here.

At Assam Gk, we post the most recent exam information on a regular basis, as well as helpful articles, guides, and tips to pass your test.

This site gives you a 100% guarantee in your examinations.

Full collection of Assam GK questions, answers, facts, and figures for all competitive exams.

error: Content is protected !! ExamAssam