Education Related Question Answer MCQ For competitive Exam In the Assamese Language. “Education is fundamental for achieving full human potential, developing an equitable and just society, and promoting national development.” I developed the best multiple choices questions for developing better understanding. It will help students to qualify several competitive examinations.
Current Affairs :- Click Here
PDF DOWNLOAD কৰিবলৈ তললৈ SCROLL কৰি গৈ থাকক।
শিক্ষা, শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰ
১/ ভাৰত চৰকাৰৰ শিক্ষা বিভাগটোক বৰ্তমান কি নামেৰে জনা যায় ?
উত্তৰ :- মানৱ সম্পদ উন্নয়ন বিভাগ।
২/ ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা কোনে পৰিচালনা কৰে ?
উত্তৰ :- সৰ্বশিক্ষা মিছন।
৩/ প্ৰথম শ্ৰেণীত নাম ভৰ্তিৰ বাবে কিমান বছৰত শিশু এজন উপযুক্ত হয় ?
উত্তৰ :- ৬ বছৰত ।
৪/ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰ :- শতকৰা ৬৬ জন।
৫/ ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজ ক’ত আছে ?
উত্তৰ :- ডেৰাডুনত ।
৬/ ভাৰতৰ জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয় ক’ত আছে ?
উত্তৰ :- নতুন দিল্লী।
৭/ বায়ুসেনা বাহিনীৰ প্ৰশাসনীয় মহাবিদ্যালয় ক’ত আছে ?
উত্তৰ :- কইম্বাটুৰ ।
৮/ IIT ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰ :- ভাৰতীয় প্ৰযুক্তিবিদ্যা ( Indian Institute of Technology ).
৯/ IIM ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ :- Indian Institute of Management (ভাৰতীয় ব্যৱসায় প্ৰশাসন পৰিচালনা শিক্ষা প্ৰতিষ্ঠান )
১০/ ভাৰতৰ প্ৰথম মহাবিদ্যালয় খনৰ নাম কি ?
উত্তৰ :- উইলিয়াম কলেজ, কলিকতা (১৮০০ চন) ।
১১/ আই. এছ. আই (ISI) Indian Statistical Institute ক’ত আছে ?
উত্তৰ :- কলিকতা।
১২/ দি ইনষ্টিটিউট অব মেথেমেটিকেল চাইন্স ক’ত আছে ?
উত্তৰ :- চেন্নাই।
১৩/ নেচনেল ইনষ্টিটিউট অব অচেন টেকনল’জি ক’ত আছে ?
উত্তৰ :- চেন্নাই।
১৪/ নেচনেল চেন্টাৰ ফৰ এগ্রিকালচাৰেল ইক’নমি এণ্ড পলিচি ৰিচাৰ্ছ ক’ত আছে ?
উত্তৰ :- নতুন দিল্লীত।
১৫/ দা এনাৰ্জি এণ্ড ৰিচ’ৰচেছ ইনষ্টিটিউট ক’ত আছে ?
উত্তৰ :- নতুন দিল্লীত।
Education Related Question Answer MCQ For competitive Exam In the Assamese Language.
Join Telegram :- Join Here