Education, শিক্ষা, শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰ MCQ

5/5 - (3 votes)

Education Related Question Answer MCQ For competitive Exam In the Assamese Language. “Education is fundamental for achieving full human potential, developing an equitable and just society, and promoting national development.” I developed the best multiple choices questions for developing better understanding. It will help students to qualify several competitive examinations.

Current Affairs :- Click Here

PDF DOWNLOAD কৰিবলৈ তললৈ SCROLL কৰি গৈ থাকক।

শিক্ষা, শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰ

১/ ভাৰত চৰকাৰৰ শিক্ষা বিভাগটোক বৰ্তমান কি নামেৰে জনা যায় ?

উত্তৰ :- মানৱ সম্পদ উন্নয়ন বিভাগ।

২/ ভাৰতৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা কোনে পৰিচালনা কৰে ?

উত্তৰ :- সৰ্বশিক্ষা মিছন।

৩/ প্ৰথম শ্ৰেণীত নাম ভৰ্তিৰ বাবে কিমান বছৰত শিশু এজন উপযুক্ত হয় ?

উত্তৰ :- ৬ বছৰত ।

৪/ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ কিমান ?

উত্তৰ :- শতকৰা ৬৬ জন।

৫/ ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটাৰী কলেজ ক’ত আছে ?

উত্তৰ :- ডেৰাডুনত ।

৬/ ভাৰতৰ জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয় ক’ত আছে ?

উত্তৰ :- নতুন দিল্লী।

৭/ বায়ুসেনা বাহিনীৰ প্ৰশাসনীয় মহাবিদ্যালয় ক’ত আছে ?

উত্তৰ :- কইম্বাটুৰ ।

৮/ IIT ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ :- ভাৰতীয় প্ৰযুক্তিবিদ্যা ( Indian Institute of Technology ).

৯/ IIM ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ :- Indian Institute of Management (ভাৰতীয় ব্যৱসায় প্ৰশাসন পৰিচালনা শিক্ষা প্ৰতিষ্ঠান )

১০/ ভাৰতৰ প্ৰথম মহাবিদ্যালয় খনৰ নাম কি ?

উত্তৰ :- উইলিয়াম কলেজ, কলিকতা (১৮০০ চন) ।

১১/ আই. এছ. আই (ISI) Indian Statistical Institute ক’ত আছে ?

উত্তৰ :- কলিকতা।

১২/ দি ইনষ্টিটিউট অব মেথেমেটিকেল চাইন্স ক’ত আছে ?

উত্তৰ :- চেন্নাই।

১৩/ নেচনেল ইনষ্টিটিউট অব অচেন টেকনল’জি ক’ত আছে ?

উত্তৰ :- চেন্নাই।

১৪/ নেচনেল চেন্টাৰ ফৰ এগ্রিকালচাৰেল ইক’নমি এণ্ড পলিচি ৰিচাৰ্ছ ক’ত আছে ?

উত্তৰ :- নতুন দিল্লীত।

১৫/ দা এনাৰ্জি এণ্ড ৰিচ’ৰচেছ ইনষ্টিটিউট ক’ত আছে ?

উত্তৰ :- নতুন দিল্লীত।

Education Related Question Answer MCQ For competitive Exam In the Assamese Language.

ExamAssam.in
ExamAssam.in

Join Telegram :- Join Here

error: Content is protected !! ExamAssam