The name of a scientific instrument In Assamese Language :
কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ
The name of a scientific instrument In Assamese Language :
JOIN Our Telegram Group :- Click Now
১) বেৰোস্কোপ – বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ।
২) বেৰোমিটাৰ – বায়ুৰ চাপ জোখা যন্ত্ৰ।
৩) এনিম’মিটাৰ – বায়ুৰ গতি পৰিমাপক যন্ত্ৰ।
৪) ক্ৰেস্কোগ্ৰাফ – উদ্ভিদৰ জীৱনী শক্তিৰ জ্ঞান পাব পৰা যন্ত্ৰ।
৫) থাৰ্ম’মিটাৰ – শৰীৰৰ তাপ জোখা যন্ত্ৰ।
৬) লেক্টোমিটাৰ – গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ।
৭) ওডোমিটাৰ – শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ।
৮) ইডিঅ’মিটাৰ – গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰ।
৯) স্পিৰ’স্কোপ – নোট জাল নে আচল বুজিব পৰা যন্ত্ৰ।
১০) ফেদম – পানীৰ গভীৰতা জোখা স্কেল।
১১) ডায়নামো – যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰিব পৰা যন্ত্ৰ।
১২) কম্পাছ – দিশ নিৰ্ণয় কৰা যন্ত্ৰ।
১৩) অল্টিমিটাৰ – কোনো ঠাইৰ উষ্ণতা মাপক যন্ত্ৰ।
১৪) চিচ্মোমিটাৰ – ভূমিকম্পৰ উৎপত্তি আৰু গতি নিৰ্ণয় কৰা যন্ত্ৰ।
১৫) এমিটাৰ – বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰ।
১৬) স্ক্ৰু-গজ – সৰু তাঁৰৰ ব্যাসাৰ্ধ জোখা যন্ত্ৰ।
১৭) স্পিৰিট-লেভেল – কোনো ঠাইৰ সমলতা পৰীক্ষা কৰিব পৰা যন্ত্ৰ।
১৮) ম্যান’মিটাৰ – গেছীয় পদাৰ্থৰ চাপ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰ।
১৯) ফেদ’মিটাৰ – সাগৰৰ গভীৰতা জোখা যন্ত্ৰ।
২০) অক্সেন’মিটাৰ – বৃষ্টিপাতৰ পৰিমাণ নিৰ্দেশক যন্ত্ৰ।
২১) ষ্টেথিস্কোপ – হাওঁফাওঁ, হৃদপিণ্ড আদিৰ ক্ৰিয়াৰ পৰীক্ষাৰ বাবে চিকিৎসক
সকলে ব্যৱহাৰ কৰা যন্ত্ৰ।
২২) কেথেটোমিটাৰ – দূৰত্বত থকা দুটা চিহ্নৰ মাজৰ ব্যৱধান নিৰ্ণয় কৰা যন্ত্ৰ।
২৩) কেল’ৰিমিটাৰ – কোনো বস্তুৰ তাপৰ পৰিমাণ জোখা যন্ত্ৰ।
২৪) চন’মিটাৰ – তাঁৰৰ কম্পনাংক উলিওৱা যন্ত্ৰ।
২৫) চলানুবীক্ষণ – তৰল পদাৰ্থৰ প্ৰতিসৰণাংক উলিওৱা যন্ত্ৰ।

Iam 12 pass.
Stream-science
Please give me a job.
Iam 12 pass.
Please give me a job.