The Name Of Scientific Instrument-কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম

4.9/5 - (18 votes)

The name of a scientific instrument In Assamese Language :

কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ

The name of a scientific instrument In Assamese Language :

JOIN Our Telegram Group :- Click Now

১) বেৰোস্কোপ – বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ।

২) বেৰোমিটাৰ – বায়ুৰ চাপ জোখা যন্ত্ৰ।

৩) এনিম’মিটাৰ – বায়ুৰ গতি পৰিমাপক যন্ত্ৰ।

৪) ক্ৰেস্কোগ্ৰাফ – উদ্ভিদৰ জীৱনী শক্তিৰ জ্ঞান পাব পৰা যন্ত্ৰ।

৫) থাৰ্ম’মিটাৰ – শৰীৰৰ তাপ জোখা যন্ত্ৰ।

৬) লেক্টোমিটাৰ – গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ।

৭) ওডোমিটাৰ – শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ।

৮) ইডিঅ’মিটাৰ – গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰ।

৯) স্পিৰ’স্কোপ – নোট জাল নে আচল বুজিব পৰা যন্ত্ৰ।

১০) ফেদম – পানীৰ গভীৰতা জোখা স্কেল।

১১) ডায়নামো – যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰিব পৰা যন্ত্ৰ।

১২) কম্পাছ – দিশ নিৰ্ণয় কৰা যন্ত্ৰ।

১৩) অল্টিমিটাৰ – কোনো ঠাইৰ উষ্ণতা মাপক যন্ত্ৰ।

১৪) চিচ্‌মোমিটাৰ – ভূমিকম্পৰ উৎপত্তি আৰু গতি নিৰ্ণয় কৰা যন্ত্ৰ।

১৫) এমিটাৰ – বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰ।

১৬) স্ক্ৰু-গজ – সৰু তাঁৰৰ ব্যাসাৰ্ধ জোখা যন্ত্ৰ।

১৭) স্পিৰিট-লেভেল – কোনো ঠাইৰ সমলতা পৰীক্ষা কৰিব পৰা যন্ত্ৰ।

১৮) ম্যান’মিটাৰ – গেছীয় পদাৰ্থৰ চাপ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰ।

১৯) ফেদ’মিটাৰ – সাগৰৰ গভীৰতা জোখা যন্ত্ৰ।

২০) অক্সেন’মিটাৰ – বৃষ্টিপাতৰ পৰিমাণ নিৰ্দেশক যন্ত্ৰ।

২১) ষ্টেথিস্কোপ – হাওঁফাওঁ, হৃদপিণ্ড আদিৰ ক্ৰিয়াৰ পৰীক্ষাৰ বাবে চিকিৎসক
সকলে ব্যৱহাৰ কৰা যন্ত্ৰ।

২২) কেথেটোমিটাৰ – দূৰত্বত থকা দুটা চিহ্নৰ মাজৰ ব্যৱধান নিৰ্ণয় কৰা যন্ত্ৰ।

২৩) কেল’ৰিমিটাৰ – কোনো বস্তুৰ তাপৰ পৰিমাণ জোখা যন্ত্ৰ।

২৪) চন’মিটাৰ – তাঁৰৰ কম্পনাংক উলিওৱা যন্ত্ৰ।

২৫) চলানুবীক্ষণ – তৰল পদাৰ্থৰ প্ৰতিসৰণাংক উলিওৱা যন্ত্ৰ।

Read Also :- Indian GK

2 thoughts on “The Name Of Scientific Instrument-কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম”

Leave a Comment

error: Content is protected !! ExamAssam