Assam Economics MCQ for Competitive Exams-অসমৰ অৰ্থনীতি-01

4.2/5 - (43 votes)

Assam Economics MCQ (Question-Answer) for Competitive Exams ( অসমৰ অৰ্থনীতি )

Assam Economics Question Answer for Competitive Exam In the Assamese Language

Assam Economy: For any state to develop, the economy of that state must be strong. Assam is a developing economy state. The economy of Assam is mainly dependent on agriculture. Below are some essential MCQs on Assam Economy.

Ask Any Question:- Click Here

Assam Economics -“অসমৰ অৰ্থনীতি”

Set-1 :- 

১) অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেলৰ সন্ধান পোৱা যায় ?
উত্তৰঃ ২৬ মাৰ্চ, ১৮৬৭ চনত

২) অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈ খনৰ নাম কি?
উত্তৰঃ বুঢ়ীদিহিং

৩) ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে ?
উত্তৰঃ ৩৫ শতাংশ ।

৪) অসমত ভূগৰ্ভত থকা প্ৰকৃতিক গেছৰ পৰিমাণ কিমান ?
উত্তৰঃ ২৩০০০ নিযুত টন

৫) অসমত পোন প্ৰথমে কিমান চনত কয়লাৰ সন্ধান ওলাই ?
উত্তৰঃ ১৮২৮ চনত

৬) অসমৰ চূণশীল থকা এখন ঠাইৰ নাম ?
উত্তৰঃ গৰমপানী

৭) অসমৰ কোনখন জিলাত “ভাৰতীয় চাহ বৰ্ড”ৰ পঞ্জীয়ণভূক্ত সৰ্বাধিক ক্ষুদ্ৰ চাহ উৎপাদনকাৰী উদ্যোগ আছে ?
উত্তৰঃ গোলাঘাট

৮) নুনমাটি তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৬২ চনত ।

৯) বঙাইগাও তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৭৯ চনত ।

১০) নুমলীগড় তেল শোধানগৰ কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৯৯ চনত

১১) অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰীটোৰ নাম কি ?
উত্তৰঃ বোকাজান

১২) বোকাজান চিমেণ্ট ফেক্টৰী কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৯৭৭ চনত

১৩) অসমৰ সৰ্ববৃহৎ সাৰ কাৰখানাটো ক’ত অৱস্থিত ?
উত্তৰঃ নামৰূপত ।

১৪) অসমৰ প্ৰথমটো চেনিকল কিমান চনত প্ৰতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৯৫৫ চনত ।

১৫) অসমত সৰ্বমুঠ কিমানটা প্লাইউড ফেক্টৰী আছে ?
উত্তৰঃ ৫৫ টা ।

১৬) অসমৰ প্ৰথমটো কাগজ উদ্যোগ কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৭১চনত ।

১৭) অসমৰ প্ৰথমটো কাগজ কল ক’ত স্থাপন কৰা হৈছিল ?
উত্তৰঃ যোগীঘোপাত ।

১৮) নগাঁও কাগজ কল কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত ।

১৯) অসমত কিমানটা পশুস্বাস্থ্য কেন্দ্ৰ আছে ?
উত্তৰঃ ৮০৪ টা ।

২০) অসমত কিমানখন পশু চিকিৎসালয় আছে ?
উত্তৰঃ ২২খন ।

২১) অসমৰ মানুহৰ উপাৰ্জনৰ প্ৰধান উৎস কি ?
উত্তৰঃ কৃষি আৰু পশু ।

২২) অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগ কি ?
উত্তৰঃ চাহ ।

২৩) অসম কিহৰ বাবে বিখ্যাত ?
উত্তৰঃ পাট-মুগা ।

২৪) অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় ?
উত্তৰঃ শুৱালকুছি ।

২৫) অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি ?
উত্তৰঃ মিকিৰ পাহাৰ ।

২৬) হাঁতীৰ দাতৰ কাৰখানা থকা ঠাইখনৰ নাম কি ?
উত্তৰঃ বৰপেটা ।

২৭) অসমৰ সৰ্বাধিক জাঁপি প্ৰস্তুত কৰা জিলাখনৰ নাম কি ?
উত্তৰঃ নলবাৰী

২৮) অসমত চাহ খেতি কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮৬০ চনত ।

২৯)অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ কোন ?
উত্তৰঃ প্ৰিয়ংকা চোপ্ৰা ।

৩০) কিমান চনত ভাৰতত বিমুদ্ৰাকৰণ আৰম্ভ হৈছিল ?
উত্তৰঃ ২০১৬ চনত ।

Assam Economics -“অসমৰ অৰ্থনীতি”

Set-2 :- 

Q1. When was Guwahati Tea Auction Center established – গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপিত হৈছিল
A. 1970✅
B. 1972
C. 1978
D. 1980

Q2. Which of the follow goods did Assam export in largest amount – নিম্নলিখিত বস্তুসমূহৰ ভিতৰত কোনটো বস্তু অসমে সকলোতকৈ বেছি ৰপ্তানি কৰে
A. Ginger
B. Tea✅
C. Coal
D. Boulder Stone

Q3. The Brahmaputra Cracker & Polymer Ltd. industry is located at – ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ অণ্ড পলিমাৰ লিমিটেড উদ্যোগ কত স্থিত আছে
A. Makum
B. Mariani
C. Lepetkata✅
D. Nagaon

Q4. In terms of GDP, the rank of Assam in India is – GDP মতে, ভাৰতৰ ভিতৰত অসমৰ স্থান ক’ত
A. Guwahati Town Club
B. Railway Sports Club✅
C. Mohun Bagan
D. Maharana Club

Q5. The Terracotta industry is located in – টেৰাকোটা উদ্যোগ কোনটো ঠাইত অৱস্থিত
A. Dhubri✅
B. Karimganj
C. Goalpara
D. Dhemaji

Q6. Assam has the _ rank in the production of crude oil in India – ভাৰতত খাৰুৱা তেলৰ উৎপাদনত অসমৰ ৰেংক _______নম্বৰত
A. Second
B. Third✅
C. Fourth
D. Fifth

Q7. The Assam silk industry is mainly centered in – অসম ৰেচম উদ্যোগ মূখ্য ৰূপত কোনটো ঠাইত কেন্দ্ৰিত
A. Hajo
B. Rangia
C. Batadrava
D. Sualkuchi✅

Q8. Which state ranks 1st in natural gas production in India – ভাৰতত প্ৰাকৃতিক গেছ উৎপাদনত কোনটো ৰাজ্য প্ৰথম স্থানত আছে
A. Assam✅
B. Gujarat
C. Rajasthan
D. Tamilnadu

Q9. The first sugar mill in Assam was established in – অসমৰ প্ৰথম চেনি মিল কত স্থাপিত কৰা হৈছিল
A. Barua Bamungaon✅
B. Bokajan
C. Chargola
D. Namrup

Q10. Which one is the epicenter of the Assam silk industry – অসম ৰেচম উদ্যোগৰ কেন্দ্ৰ কোনটো হয়
A. Majuli
B. Mongaldoi
C. Sualkuchi✅
D. Tangla

Q11. Which one City is also known as “Tea city of India” – কোনটো নগৰক “ভাৰতৰ চাহ নগৰ” হিচাপে জনা যায়
A. Dibrugarh✅
B. Sivasagar
C. Jorhat
D. Golaghat

Q12. Which place is well known for its bell metal craft – কোনটো স্থান কাঁহ শিল্পৰ বাবে প্ৰসিদ্ধ
A. Tangla
B. Hajo
C. Sarthebari✅
D. Sualkuchi

Q13. Assam is known for the production of – অসম তলৰ কোনটো উৎপাদনৰ কাৰণে জনা যায়
A. Red Tea
B. Green Tea
C. Black Tea✅
D. Yellow Tea

Q14. The Assam Co-operative jute mill is located in – অসম সমবায় মৰাপাট মিল কত অৱস্তিত
A. Cachar
B. Barpeta
C. Dhubri
D. Nagaon✅

Q15. What is the rank of Assam in the production of jute in India – ভাৰতত মৰাপাটৰ উৎপাদনত অসম কোনটো স্থানত
A. Second
B. Third✅
C. Fourth
D. Sixth

Q16. World’s biggest dry fish market is located in – বিশ্বৰ সকলোতকৈ ডাঙৰ শুকান মাছৰ বজাৰ কত স্থিত
A. Jagirod✅
B. Nambor
C. Nagaon
D. Dhubri

Q17. Which is the major crop grown in Assam – অসমত প্ৰধানকৈ খেতি কৰা শস্য কি
A. Wheat
B. Rice✅
C. Maize
D. Soyabean

Assam Economics -“অসমৰ অৰ্থনীতি”

Set-3 :-

1. The first tea company established in Assam was:

a) Jorhat Tea Company
b) Assam Company
c) Assam-Bengal Tea Company
d) None of the above

Answer: b) Assam Company


2. Which of the following cottage industry workers in Assam suffer most due to the paucity of raw materials ?

a) Brass-smiths
b) Beii metal-smiths
c) Ivory artists
d) Potters and blacksmiths

Asnwer: c) Ivory artists


3. The terra-cotta industry in Assam has developed in which district ?

a) Goalpara District
b) Barak Valley
c) Dhubri District
d) Tinsukia District

Answer: c) Dhubri District


4. The Assam Gas Cracker Project at Tengakhat does not have the proposal to produce:
a) Oxo-alcohols
b) Portland cement and hollow bricks
c) Ethylene and propylene
d) Polyethylene

Answer: b) Portland cement and hollow bricks

5. Gauhati Tea Auction Centre was established in:
a) 1995
b) 1985
c) 1975
d) 1970

Answer: d) 1970


6. The Brahmaputra Cracker & Polymer Ltd. industry is located at:
a) Mariani
b) Lepetkata
c) Tezpur
d) Makum

Answer: b) Lepetkata


7. The Assam Silk Industry is mainly located in:

a) Sualkuchi
b) Dhubri
c) Barak Valley
d) None of the above

Answer: a) Sualkuchi


8. The first sugar mill of Assam was established in:

a) Sualkuchi
b) Baruabamun Gaon
c) Namrup
D) None of the above

Answer: b) Barua Bamungaon


9. Which of the following city of Assam is also known as the “Tea Centre of India”?

a) Jorhat
b) Sivasagar
c) Dibrugarh
d) Tezpur

Answer: c) Dibrugarh


10. Which place in Assam is known for its bell and metal craft?

a) Sarthebari
b) Sualkuchi
c) Dhubri
d) Jorhat

Answer: a) Sarthebari


11. Which Indian State ranks first in the production of natural Gas?

a) Gujarat
b) Assam
c) Rajasthan
d) Jarkhand

Answer: b) Assam


12. Where is the Assam Co-Operative Jute Mill is located?

a) Tezpur
b) Jorhat
c) Nagaon
d) Jagiroad

Asnwer: c) Nagaon


13. Assam is famous worldwide for the production of:

a) Black Tea
b) Green Tea
c) Yellow Tea
d) Silk Tea

Answer: a) Black Tea


14. The world’s largest dry fish market is located in which place in Assam?

a) Nagaon
b) Jorhat
c) Jagiroad
d) Sualkuchi

Answer: c) Jagiroad


15. In which place in Assam the first oil well in Asia was drilled?

a) Digboi
b) Jagiroad
c) Lakwa
d) Makum

Answer: a) Digboi


16. Which city is known as the Manchester of Assam?

a) Majuli
b) Jorhat
c) Sualkuchi
d) Sivasgar

Asnwer: c) Sualkuchi


17. When does the East India Company establish the First Tea Garden in Assam?

a) 1837
b) 1832
c) 1888
d) 1812

Answer: a) 1837


18. Which of the following is the largest coal mine in Assam?

a) Makum coal fields
b) Namdang coal fields
c) Dilli-Jeypore coal fields
d) Rangit Valley coal fields

Answer: a) Makum coal fields


19. Which among the following mineral is found in Assam?

a) Gypsum
b) Coal
c) Copper
d) All of the above

Answer: d) All of the above


20. Which of the following is the major crop of Assam?

a) Rice
b) Wheat
c) Maize
d) Jowar

Answer: a) Rice

Assam Economy Question Answer for Competitive Exam In the Assamese Language

Disclaimer: The above MCQs on Assam Economy is given as per the information available in Books, Google and other mediums. Contact us if there is any mistake in the question and answer.

Leave a Comment

error: Content is protected !! ExamAssam