Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-01

5/5 - (3 votes)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-01

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important Assam GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

Join Telegram :- Click HERE

Part :-01

১) “বুৰঞ্জীবিৱেক ৰত্ন” কাৰ ৰচনা?
উত্তৰ :-মণিৰাম দেৱান।

 

২) কিমান চনলৈকে” অৰুণোদই” কাকত খন চলিছিল?
উত্তৰ :-১৮৮০

 

৩) ইংৰাজী”The pilgrim’s progress “ক “যাত্রিকৰ যাত্রা” নাম দি কোনে অনুবাদ কৰিছিল?
উত্তৰ :-ড°নাথান ব্ৰাউন

 

৪) “যোচেফৰ কাহিনী” আৰু যিশুখৃষ্টৰ জীৱনী” কোনে ৰচনা কৰিছিল?
উত্তৰ :-ড°নাথান ব্ৰাউন

 

৫) “ফুলমণি আৰু কৰুণা” অনুবাদক কোন?
উত্তৰ :-এ.কে গাৰ্ণী

 

৬) অল্ড টেষ্টামেন্টৰ ৰ অনুবাদক কোন?
উত্তৰ :-এ.কে গাৰ্ণী

 

৭) কি ভাষাৰ পৰা old testament খন অনুবাদ কৰা হৈছিল?
উত্তৰ :-হিব্ৰু ভাষাৰ

 

৮) “সৰগৰ বিৱৰণ”, “নৰকৰ বিৱৰণ” ,আৰু তীৰ্থৰ বিৱৰণ”- এই ৰচনাসমূহ কাৰ
উত্তৰ :- নিধিলিবাই ফাৰোৱেল

 

৯) “পদাৰ্থ-সাৰ” কি বিষয়ক ৰচনা?
উত্তৰ :-খৃষ্টধৰ্ম প্ৰচাৰ প্ৰত্রিকা।

 

১০) “ইংৰাজী অসমীয়া শব্দকোষ” কোনে লিখিছিল
উত্তৰ :-শ্ৰীমতী এচ.আৰ. ৱাৰ্ড ।

 

১১) “ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ” কাৰ ৰচনা
উত্তৰ :-Mrs.cutter(শ্ৰীমতী কাট্টাৰ)

Part :-02

১. “নটসূৰ্য” বুলি কাক কোৱা হয়?
ক) নৱকান্ত বৰুৱা
খ) ফণী শৰ্মা
গ) ডঃ ভূপেন হাজৰিকা
ঘ) জাহ্নু বৰুৱা

উত্তৰ:- খ) ফণী শৰ্মা

 

২. অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক’ত আছে?
ক) ডিব্ৰুগড়
খ) নগাওঁ
গ) গুৱাহাটী
ঘ) তেজপুৰ

উত্তৰ:- ঘ) তেজপুৰ

 

৩. কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল?
ক) আহোম
খ) মটক
গ) কাৰ্বি
ঘ) বড়ো

উত্তৰ:- ঘ) বড়ো

 

৪. বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত?
ক) কাবাদী
খ) ফুটবল
গ) ক্ৰিকেট
ঘ) হকী

উত্তৰ:- খ) ফুটবল

 

৫. অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি?
ক) তিনিচুকীয়া
খ) মানকাছাৰ
গ) কাৰ্বি-ৰ্বিআংলং
ঘ) হাইলাকান্দি

উত্তৰ:- ঘ) মানকাছাৰ

 

৬. অসম সাহিত্য সভা কেতিয়া স্হাপন কৰা হৈছিল?
ক) ১৯১২ চনত
খ) ১৯১৭ চনত
গ) ১৯২৬ চনত
ঘ) ১৯৪৮ চনত

উত্তৰ:- খ) ১৯১৭ চনত

 

৭. অসমৰ ৰাজ্যিক ফুল কি?
ক) পদুম
খ) গোলাপ
গ) কপৌ
ঘ) নাৰ্জী

উত্তৰ:- গ) কপৌ

 

৮. কোন ঠাইত অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে?
ক) মাকুম
খ) চৰাইদেউ
গ) দেৰগাওঁ
ঘ) মালিগাও

উত্তৰ:- গ) দেৰগাওঁ

 

৯. আহোম সকলৰ সৰ্বশ্ৰেৰ্ষ্ঠ ৰজাজন কোন আছিল ?
ক) স্বৰ্গদেউ জয়ধ্বজ সিংহ
খ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ
গ) স্বৰ্গদেউ পুৰন্দৰ সিংহ
ঘ) স্বৰ্গদেউ শিৱ সিংহ

উত্তৰ:- খ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ

 

১০. প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?
ক) বড়ো
খ) মৰাণ
গ) আহোম
ঘ) কছাৰী

উত্তৰ:- গ) আহোম

 

১১. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয়?
ক) জ্যোতিপ্ৰসাদ আগৰৱালা
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) বিষ্ণুপ্ৰসাদ ৰাভা
ঘ) ডঃ ভূপেন হাজৰিকা

উত্তৰ:- গ) বিষ্ণুপ্ৰসাদ ৰাভা

 

১২. অসমৰ প্ৰথম বিশ্ববিদ্যালয় খনৰ নাম কি?
ক) গুৱাহাটী বিশ্ববিদ্যালয়
খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়
গ) তেজপুৰ বিশ্ববিদ্যালয়
ঘ) শিলচৰ বিশ্ববিদ্যালয়

উত্তৰ:- ক) গুৱাহাটী বিশ্ববিদ্যালয়

 

১৩. অসম সাহিত্য সভাৰ আৰম্ভণি গীতটি কোনে ৰচনা কৰিছিল?
ক) ডঃ ভূপেন হাজৰিকা
খ) জ্যোতিপ্ৰসাদ আগৰৱালা
গ) বিষ্ণুপ্ৰসাদ ৰাভা
ঘ) মিত্ৰ দেৱ মহন্ত

উত্তৰ:- ঘ) মিত্ৰ দেৱ মহন্ত

 

১৪. শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰ ক’ত অবস্থিত?
ক) চৰাইদেউ
খ) গুৱাহাটি
গ) তেজপুৰ
ঘ) জাগীৰোড

উত্তৰ:- খ) গুৱাহাটীত

 

১৫. অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈৰ নাম কি?
ক) শিৱ থাপা
খ) মনালিচা বৰুৱা
গ) ভোগেশ্বৰ বৰুৱা
ঘ) জয়ন্ত তালুকদাৰ

উত্তৰ:- গ) ভোগেশ্বৰ বৰুৱা

 

১৬. অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত অৱস্হিত?
ক) দুলীয়াজান
খ) লিডু
গ) ডিগবৈ
ঘ) নুনমাটি

উত্তৰ:- গ) ডিগবৈ

 

১৭. জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ প্ৰথম গৰাকী সাহিত্যিকৰ নাম কি?
ক) মামণি ৰয়চম গোস্বামী
খ) ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
গ) ডঃ ভূপেন হাজৰিকা
ঘ) নৱকান্ত বৰুৱা

উত্তৰ:- খ) ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচায

 

১৮. অসম সাহিত্য সভাৰ আৰম্ভণি গীতটি কি?
ক) অ’ মোৰ আপোনাৰ দেশ
খ) জন গণ মন
গ) বন্দে মাতাৰাম
ঘ) চিৰ চেনেহী মোৰ ভাষা জননী

উত্তৰ:- ঘ) চিৰ চেনেহী মোৰ ভাষা জননী

 

১৯. ডঃ ভূপেন হাজৰিকাদেৱক ‘সুধাকন্ঠ’ উপাধি কোনে দিছিল?
ক) বিষ্ণুপ্ৰসাদ ৰাভা
খ) ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
গ) আনন্দ চন্দ্ৰ বৰুৱা
ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰ:- গ) আনন্দ চন্দ্ৰ বৰুৱা

 

২০. অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষৰ নাম কি?
ক) হিতেন্দ্ৰ নাথ গোস্বামী
খ) বসন্ত দাস
গ) পদ্মনাথ গোহাঞিবৰুৱা
ঘ) যতীন্দ্ৰ নাথ দুৱৰা

উত্তৰ:- খ) বসন্ত দাস

 

২১. সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
ক) মামৰে ধৰা তৰোৱাল
খ) সাগৰলৈ বহুত দূৰদূ
গ) বনফুল
ঘ) হালধীয়া চৰায়ে বাওধান খায়

উত্তৰ:- গ) বনফুল

 

২২. অসমৰ কাগজ কল ক’ত অৱস্হিত?
ক) শুৱালকুছি
খ) নুনমাটি
গ) হাজো
ঘ) জাগীৰোড

উত্তৰ:- ঘ) জাগীৰোড

 

২৩. গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্হাপন কৰা হৈছিল?
ক) ১৯২৬ চনত
খ) ১৯৪২ চনত
গ) ১৯৪৭ চনত
ঘ) ১৯৪৮ চনত

উত্তৰ:- ঘ) ১৯৪৮ চনত

 

২৪. প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি?
ক) সঁফুৰা
খ) পাতালপুৰী
গ) মৌচাক
ঘ) টেটুন তামুলী ভাওনা

উত্তৰ:- খ) পাতালপুৰী

 

২৫. ৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰা প্ৰথম অসমীয়া কথাছবি খনৰ নাম কি?
ক) হালধীয়া চৰায়ে বাওধান খায়
খ) তেজীমলা
গ) পিয়লি ফুকন
ঘ) সন্ধ্ৰাৰাগ

উত্তৰ:- গ) পিয়লি ফুকন

 

error: Content is protected !! ExamAssam