Assam Polity In Assamese Language-01

5/5 - (2 votes)

Assam Polity In the Assamese Language

Assam Polity In Assamese Language With Pdf. APSC, SSC, UPSC, ADRE All Assam Gov. Exam All Assam Polity Topic Included.

অসমৰ ৰাজনীতি

JOIN Telegram :- Click Here

Assam Polity In Assamese & Governance: Check out your knowledge by solving 500+ MCQs on Assam Polity & Governance that will help you in the preparation of competitive examinations. Topics covered in the practice sets are Features of the Indian Constitution, Fundamental Rights, Fundamental Duties, Directive Principles of State Policy, System of Government, Central Government, State Government, Local Government, Union Territories, Special Areas, etc.

Assam Polity In assamese

১) জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যটামূলক ?

উত্তৰঃ ৪০০০

২) স্বৰাজোত্বৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল ?

উত্তৰঃ ১৯৫২

৩ ) কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল পাচ বছৰৰ পৰিবৰ্তে ছয় বছৰ কৰা হৈছিল ?
উত্তৰঃ ১৯৭২-৭৬ চনত

৪ ) অসম বিধানসভা নিৰ্বাচনত অনুসুচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে ?
উত্তৰঃ ৮ খন

৫) অসম বিধানসভা নিৰ্বাচনত অনুসুচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে ?
উত্তৰঃ ১৬খন

৬) দেশৰ লোকসভালৈ অসমৰ পৰা কিমানগৰাকী সাংসদ নিৰ্বাচিত হয় ?
উত্তৰঃ ১৪ জন ।

৭) দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমানগৰাকী সাংসদ নিৰ্বাচিত হয় ?
উত্তৰঃ ৭ জন ।

৮) লোকসভা আসনৰ কিমানখন আসন অনুসুচিত জাতিৰ বাবে সংৰক্ষিত থাকে ?
উত্তৰঃ ১ খন

৯) লোকসভা আসনৰ কিমানখন আসন অনুসুচিত জনজাতিৰ বাবে সংৰক্ষিত থাকে ?
উত্তৰঃ ২খন

১০) অসমৰ প্ৰথনটো সমষ্টিৰ নাম কি ?
উত্তৰ ৰাটাবাৰী

১১) গুৱাহাটী পৌৰনিগম কোন চনত স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৭০ চনত ।

১২) পৌৰনিগমৰ সৰ্বোচ্চ সংখ্যা কিমান ?
উত্তৰঃ ৬০ খন

১৩) পৌৰনিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে ?
উত্তৰঃ ২০ খন

১৪) পৌৰসভাৰ সৰ্বোচ্চ সংখ্যা কিমান ?
উত্তৰঃ ২০

১৫ ) গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰিছিল ?
উত্তৰঃ ১৯৬৩ চনত

১৬) অসমৰ পঞ্চায়তীৰাজ আচঁনি কিমান চনত প্ৰৱৰ্তন কৰা হয়?
উত্তৰঃ ১৯৯৪ চনত

১৭) অসমৰ স্থানীয় স্বায়ত্ব শাসনক কেইটা ভাগত ভাগ কৰা হয় ?
উত্তৰঃ তিনিটা

১৮) অসমৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰঃ ২৪ গৰাকী

১৯) কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল ?
উত্তৰঃ ১৯৭৮ চনত

২০) অসমত চৰকাৰ গঠন কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি ?
উত্তৰঃ গোলাপ বৰবৰা

২১) বিধানসভাৰ অধ্যক্ষ কোনে নিৰ্বাচিত কৰে ?
উত্তৰঃ বিধানসভাৰ সদস্যসকলে

২২) কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভা অধিৱেশন অনুস্থিত কৰিব পাৰে ?
উত্তৰঃ এক দশমাংশ ।

২৩) কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিস্থিত হৈছিল ?
উত্তৰঃ দেৱকান্ত বৰুৱা ।

২৪) অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল ?
উত্তৰঃ ১৯৭৯ চনত ।

২৫) অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা উপাধক্ষ্য গৰাকীৰ নাম কি ?
উত্তৰঃ বনেলি খংমেন

২৬) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৫ আগষ্ট, ১৯৮৫ চনত

২৭) অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ?
উত্তৰঃ ৰাজীৱ গান্ধী

২৮) অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন ?
উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ

২৯) BTAD ত কিমানটা পৰিষদীয় সমষ্টি আছে ?
উত্তৰঃ ৪৬ টা

৩০) কিমান চনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ গঠন হৈছিল ?
উত্তৰঃ ২০১৫ চনত ।

Leave a Comment

error: Content is protected !! ExamAssam