বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া – First Assamese
Join Our Whatsapp Group :- Click Here
✍️সৰ্বপ্ৰথম অসমীয়া গদ্য লিখক: ভট্টদেৱ
✍️অসমৰ প্ৰথম গ্ৰেজুৱেট আৰু প্ৰথম আই. চি.এছ. : আনন্দৰাম বৰুৱা
✍️বিলাতলৈ পঢ়িব যোৱা প্ৰথম অসমীয়া: আনন্দৰাম ঢেকিয়াল ফুকন
✍️অসমৰ প্ৰথম চাহ খেতিয়ক: মণিৰাম দেৱান
✍️বিলাতত ইঞ্জনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া: বলি নাৰায়ন বৰা
✍️ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি: ফখৰুদ্দিন আলি আহমেদ
✍️ভাৰতৰ উচ্চ ন্যায়ালয় ৰ প্ৰথম প্ৰথম অসমীয়া ন্যায়াধীশ: পাৰ্বতী কুমাৰ গোস্বামী
✍️অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী: চৈয়দা আনোৱাৰা টাইমূৰ
✍️অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী: ৰেণুকা দেৱী বৰকটকী
✍️অসমৰ একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী: ড. ভূপেন হাজৰিকা
✍️অসমৰ প্ৰথম কথাছবি পৰিচালক: প্ৰমথেশ বৰুৱা
✍️সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী লিখক: হলিৰাম ঢেকিয়াল ফুকন
✍️সৰ্বপ্ৰথম অসমীয়া নাট্যকাৰ: ব্ৰজ শৰ্মা
✍️সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ আহুতি দিওতা: পিয়লি ফুকন
✍️সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি: দেৱকান্ত বৰুৱা
✍️অসম সাহিত্য সভাৰ প্ৰথম সভাপতি: পদ্মনাথ গোহাঞি বৰুৱা
✍️অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট দুগৰাকী: সুখলতা দুৱৰা আৰু সুধালতা দুৱাৰা
✍️প্ৰথম অসমীয়া ৰাজ্যপাল: বিষ্ণুৰাম মেধি (মাদ্ৰাছ ১৯৫৭)
✍️ আইন বিষয়ত ডক্তৰেট পোৱা প্ৰথম অসমীয়া: ড. জগদীশ মেধি
✍️ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া: গোপীনাথ বৰদলৈ
✍️প্ৰথম অসমীয়া নাট্যকাৰ: শ্ৰীমন্ত শংকৰদেৱ(চিহ্নযাত্ৰা)
✍️প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক: গণেশ ফুকন
✍️অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ: নলিনী বালা দেৱী
✍️প্ৰথম অসমীয়া মহিলা পাইলট: ধীৰা হাজৰিকা
✍️সৰ্বপ্ৰথম অসমীয়া ভাষাত ডক্তৰেট ডিগ্ৰী পোৱা ব্যক্তি জন: ড. বাণীকান্ত কাকতি
✍️প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা: জ্যোতিপ্ৰসাদ আগৰৱালা
✍️সৰ্বপ্ৰথম অসমীয়া পি. এইচ. দি: ময়দুল ইছলাম বৰা
✍️সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সদস্য: সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই
✍️এছিয়ান গেমছত স্বৰ্ণপদক পোৱা প্ৰথম অসমীয়া দৌৰবিদ: ভোগেশ্বৰ বৰুৱা
✍️গুৱাহাটী বিশ্ববিদ্যালয় ৰ প্ৰথম উপাচাৰ্য: কৃষ্ণকান্ত সন্দিকৈ
✍️প্ৰথম অসমীয়া মহিলা ডক্তৰেট: ড. লক্ষ্মী দেৱী
✍️পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা: নলিনী বালা দেৱী
✍️প্ৰথম মহিলা ডাক্তৰ: ডা. ৰজনী প্ৰভা শইকীয়া
✍️কলেজৰ প্ৰথম অসমীয়া মহিলা অধ্যক্ষা: ৰাজবালা দাস
✍️প্ৰথম অসমীয়া মহিলা আই. এ.এছ: শ্ৰীমতী পাৰুল দাস
✍️অসমৰ প্ৰথম মহিলা মন্ত্ৰী: মেডিচ ডান
✍️জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা: ড. মামনি ৰয়চম গোস্বামী
লগতে চাওঁক —— Assam GK
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।
(২) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া নাম কি?
উত্তৰ : ৰঞ্জন গগৈ ৷
(৩) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা কৰোতা ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
(৪) ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ: সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই ৷
(৫) প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া ?
উত্তৰ : আনন্দৰাম বৰুৱা।
(৬) অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া ?
উত্তৰ : ড° টালিমেৰেণ আও ৷
(৭) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
(৮) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।
(৯) সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।
(১০) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল ?
উত্তৰ : হলিৰাম ডেকা।
(১১) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল
উত্তৰ : বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত।
(১২) পি এইচ ডি লাভ কৰা প্ৰথমজন অসমীয়া নাম কি ?
উত্তৰ : মঃ ময়িদুল ইছলাম বৰা ৷
(১৩) স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰ: গোপীনাথ বৰদলৈ ৷
(১৪) ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : গোপীনাথ বৰদলৈ ৷
(১৫) অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন) ৷
(১৬) দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : ড০ ভূপেন হাজৰিকা ৷
(১৭) পদ্মভূষণ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল
উত্তৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ৷
(১৮) অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল?
উত্তৰ : আইদেউ সন্দিকৈ।
(১৯) কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
(২০) প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : অচ্যুত শইকীয়া।
(২১) প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল ?
উত্তৰ : সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা
(২২) সংগীত নাটকঅকাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : মিত্ৰদেৱ মহন্ত (১৯৬১ চন) ৷
(২৩) ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮ চন) ৷
(২৪) বিলাতত শিক্ষা লাভ প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : আনন্দৰাম ঢেকিয়ালফুকন ৷
(২৫) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া নাম কি ?
উত্তৰ : ৰাধানাথ ফুকন ৷
(২৬) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
(২৭) অসমৰ প্ৰথম গৰাকী মহিলা বিমান পাইলত কোন আছিল ?
উত্তৰ : ধীৰা চলিহা (১৯৬১ চনত ২১ বছৰতে বিমান চলাইছিল) ৷
(২৮) অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : নুৰুল আমিন ৷
(২৯) প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল ?
উত্তৰ : প্ৰমথেশ বৰুৱা ৷
(৩০) চৰকাৰী হাইস্কুলৰ প্ৰথম হেডমাষ্টৰ কোন আছিল ?
উত্তৰ : কেশৱ নাথ ফুকন ৷
(৩১) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল ?
উত্তৰ :কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ চন) ৷
(৩২) জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : দেৱকান্ত বৰুৱা (১৯৭৫ চনত) ৷
(৩৩) অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া মহিলাৰ নাম কি ?
উত্তৰ : লাভলিনা বৰগোহাঁই ৷
(৩৪) মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া বডীবিল্ডাৰ নাম কি ?
উত্তৰ : হৰকান্ত বৰগোহাঁই ৷
(৩৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ হোৱা প্ৰথমজন অসমীয়া কোন ?
উত্তৰ : পিয়লি ফুকন।
(৩৬) ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন আছিল ?
উত্তৰ : জাভেদ জামান।
(৩৭) অসমৰ প্ৰথম গৰাকী মহিলা আই.এ.এছ.(I.A.S.) কোন আছিল ?
উত্তৰ : পাৰুল দাস(১৯৭৪) ৷
(৩৮) সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি ?
উত্তৰ : নলিনীবালা দেৱী ( অলকানন্দা ১৯৬৮)
(৩৯) অসমৰ প্ৰথম গৰাকী মহিলা আই.পি.এছ.(I.P.S) কোন আছিল ?
উত্তৰ : য়ামিন হাজৰিকা ৷
(৪০) অসমৰ প্রথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমানচালক কোন আছিল ?
উত্তৰ : মহানন্দ দাস।
(৪১)প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী কোন আছিল ?
উত্তৰ : বাবুল বাৰ্মিজ।
(৪২) প্রথম অসমীয়া চাহ খেতিয়ক কোন আছিল ?
উত্তৰ : জগন্নাথ বৰুৱা।
(৪৩) ব্যৱসায়ীকভাৱে চাহখেতি কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল ?
উত্তৰ : মণিৰাম দেৱান ৷
(৪৪) প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি আছিল ?
উত্তৰ : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
(৪৫) অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?
উত্তৰ : বসন্ত দাস।
(৪৬) ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথমজন অসমীয়া বোলছবি পৰিচালক কোন আছিল ?
উত্তৰ : নিপ বৰুৱা।
(৪৭) প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল ?
উত্তৰ : ভট্টদেৱ ৷
(৪৮) প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল ?
উত্তৰ : টেঙাই মহণ পণ্ডিত ৷
(৪৮) অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা ৷
(৪৯)অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰ : শৰৎ চন্দ্ৰ গোস্বামী ৷
(৫০) পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিল ?
উত্তৰ : ডা° মথুৰা দাস আৰু অমলপ্ৰভা দাস ( ১৯৫৪) ৷
(৫১) ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি আছিল ?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা।
(52) প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি আছিল ?
উত্তৰ : পদ্মাৱতী দেৱফুকননী।
(৫৩) ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তিজন কোন আছিল ?
উত্তৰ : বিজয় চৌধুৰী।
(৫৪) অসমীয়া চলচ্চিত্ৰৰ প্ৰথমজন কেমেৰামেন গৰাকী কোন আছিল ?
উত্তৰ : প্ৰতাপ বৰুৱা।
(৫৫) বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল ?
উত্তৰ : সাউদ ভোলানাথ বৰুৱা ৷
(৫৬)অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া কোন আছিল ?
উত্তৰ : ৰেণু দত্ত বৰফুকন ৷
(৫৭) অসমৰ প্ৰথম মহিলা উপ আৰক্ষী মহা পৰিদৰ্শক (বিশেষ শাখা) তথা DIG কোন আছিল ?
উত্তৰ : ভায়লেট বৰুৱা ৷
(৫৮) এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল ?
উত্তৰ : তৰুণ শইকীয়া( ২০১৩ চনৰ ১৮ মে )