ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ || Indian History MCQ

4.8/5 - (106 votes)

ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ || Indian History MCQ

Indian History GK in Assamese language – History in Assamese language – Indian History MCQ in Assamese language – History MCQ in Assamese language – India History MCQ in Assamese language – History of India in Assamese language – History of Indian in Assamese language – History of Assam in Assamese language – Assam History in Assamese language – Assam History MCQ in Assamese language.

JOIN Whatsapp Group :- Click Here

ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ || Indian History MCQ || Free PDF

Indian History In assamese Language Pdf (E-Book) Download For Free

তলৰ বুৰঞ্জী প্ৰশ্নোত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই বুৰঞ্জী প্ৰশ্ন আৰু উত্তৰ সমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ এই প্ৰশ্নোত্তৰ সমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

ভাৰতৰ কুইজ | ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ | Indian Quiz | Indian Quiz Questions and Answer Assamese |

PDF DOWNLOAD কৰিবলৈ তললৈ SCROLL কৰি গৈ থাকক।
Part :01

১/ পঞ্জাবৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল ?

উত্তৰ :- জেনেৰেল ডায়াৰ।

২/ ভাৰতীয় আৰ্য সকলৰ প্ৰাচীনতম গ্ৰন্থ কি ?

উত্তৰ :- ঋগবেদ।

৩/ সিন্ধু সভ্যতাৰ বাবে বিখ্যাত নগৰ দুখন কি কি ?

উত্তৰ :- হৰপ্পা আৰু মহেঞ্জোদাৰো।

৪/ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ অনুসন্ধান কৰা পুৰাতত্ত্ববিদ কোন আছিল ?

উত্তৰ :- ৰাখালদাস বেনাৰ্জী ।

৫/ ভাৰতত মৌৰ্য বংশৰ সংস্থাপক কোন আছিল ?

উত্তৰ :- চন্দ্ৰগুপ্ত মৌৰ্য।

৬/ মেগাস্থিনিছে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰ :- ইণ্ডিকা।

৭/ সম্ৰাট অশোকে ধৰ্ম প্ৰচাৰৰ বাবে বিদেশলৈ প্ৰতিনিধি পঠোৱা দেশ দুখনৰ নাম কি কি ?

উত্তৰ :- সিংহল (শ্ৰী লংকা) আৰু চীন দেশ।

৮/ যজ্ঞসেন ক’ৰ ৰজা আছিল ?

উত্তৰ :- বিদৰ্ভৰ।

৯/ কনিস্ক কোন বংশৰ ৰজা আছিল ?

উত্তৰ :- কুষাণ বংশৰ।

১০/ কণিস্কৰ ৰাজধানীৰ নাম কি ?

উত্তৰ :- পুৰুষপুৰ (বৰ্তমান পেছোৱাৰ ) ।

১১/ কালিদাস আৰু বৰাহ মিহিৰ কোন ৰজাৰ দৰবাৰৰ অন্যতম নৱৰত্ন আছিল ?

উত্তৰ :- দ্বিতীয় চন্দ্ৰগুপ্তৰ ।

১২/ দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসন কালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক কোন আছিল ?

উত্তৰ :- ফাহিয়ান।

১৩/ “অভিজ্ঞান শকুন্তলম ” গ্ৰন্থ খন কোনে প্ৰণয়ন কৰিছিল ?

উত্তৰ :- মহাকবি কালিদাস ।

১৪/ দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ :- কুতুবুদ্দিন আইবেক।

১৫/ চেঙ্গিচ খানে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ :- ১২২১ চনত।

১৬/ খিলিজী বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰ :- জালালুদ্দিন খিলিজী ।

১৭/ টোঘলক বংশৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰ :- গিয়াচুদ্দিন টোঘলক।

১৮/ ভাৰত বুৰঞ্জীত কাক জ্ঞানীমূৰ্খ ৰজা বোলা হয় ?

উত্তৰ :- মহম্মদ বিন টোঘলক।

১৯/ টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ :- ১৩৯৮ চনত।

২০/ বাহমনী ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ :- ইছমাইল বাহমনে ।

২১/ ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ :- বাবৰে ।

২২/ বাবৰৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ :- জাহিৰ উদ্দিন মহম্মদ বাবৰ ।

২৩/ বাবৰৰ মাকৰ নাম কি ?

উত্তৰ :- কুলচুম নিগাৰ খানম ।

২৪/ বাবৰৰ আত্মজীৱনীখনৰ নাম কি ?

উত্তৰ :- তুজুক ই বাবৰী ।

২৫/ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ :- ১৫২৬ চনত ।

২৬/ চেৰশ্বাহৰ জন্ম ক’ত হৈছিল ?

উত্তৰ :- নাৰ নৌলত ।

২৭/ চেৰশ্বাহৰ দেউতাকৰ নাম কি ?

উত্তৰ :- মহম্মদ হাচান ।

২৮/ ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল ?

উত্তৰ :- হুমায়ুন ।

২৯/ ভাৰতৰ তৃতীয় মোগল সম্ৰাট কোন আছিল ?

উত্তৰ :- মহামতি আকবৰ ।

৩০/ আকবৰৰ মাকৰ নাম কি ?

উত্তৰ :- বেগম হামিদা বানু ।

৩১/ আকবৰৰ অভিভাৱকৰ নাম কি ?

উত্তৰ :- বেইৰম খাঁ ।

৩২/ চুলতান আদিল চাহৰ প্ৰধানমন্ত্ৰীৰ নাম কি ?

উত্তৰ :- হেমচন্দ্ৰ ( হিমু )

৩৩/ আকবৰে হিমুক পৰাজিত কৰা ঠাইখনৰ নাম কি ?

উত্তৰ :- পানিপথ ।

৩৪/ আকবৰে ৰানা প্ৰতাপ সিংহক যুদ্ধত পৰাজিত কৰা ঠাইখনৰ নাম কি ?

উত্তৰ :- চিকন্দৰা (আগ্ৰা) ।

৩৫/ আবুল ফজল আৰু বীৰবল কাৰ ৰাজসভাৰ অন্যতম শ্ৰেষ্ঠ সভাসদ ?

উত্তৰ :- সম্ৰাট আকবৰ ।

৩৬/ “আকবৰনামা” আৰু “আইন ই আকবৰী ” কোনে ৰচনা কৰিছিল ?

উত্তৰ :- আবুল ফজল ।

৩৭/ আকবৰৰ পিছত কোনে দিল্লীৰ মোগল সিংহাসনত উঠে ?

উত্তৰ :- জাহাঙ্গীৰ ।

৩৮/ জাহাঙ্গীৰৰ ল’ৰা কালৰ নাম কি ?

উত্তৰ :- চেলিম ।

৩৯/ যৌৱনকালত চেলিমে প্ৰেমত পৰা ছোৱালীজনীৰ নাম কি ?

উত্তৰ :- আনাৰকলি ।

৪০/ জাহাঙ্গীৰ সম্ৰাজ্ঞীৰ নাম কি ?

উত্তৰ :- নুৰজাহান ।

৪১/ জাহাঙ্গীৰৰ পিছত কোনে মোগল সিংহাসনত আৰোহণ কৰে ?

উত্তৰ :- চাহ জাহানে ।

৪২/ চাহ জাহানৰ ল’ৰাকালৰ নাম কি ?

উত্তৰ :- খুৰৰুম ।

৪৩/ ছাহজাহানৰ পিছত কোনে মোগল সিংহাসনত আৰোহণ কৰে ?

উত্তৰ :- ঔৰংজেৱ।

৪৪/ শিৱাজীৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ :- ১৬২৭ চনত।

৪৫/ তুলসী দাস আৰু সুৰদাস কোন যুগৰ হিন্দী ভক্ত কবি ?

উত্তৰ :- মোগল যুগৰ ।

৪৬/ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতলৈ আহে ?

উত্তৰ :- ১৬০০ চনত ।

৪৭/ ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ভাৰতলৈ আহে ?

উত্তৰ :- ১৬৬৪ চনত ।

৪৮/ বঙ্গদেশৰ শেষ স্বাধীন নবাব কোন আছিল ?

উত্তৰ :- চিৰাজউদ্দুলা ।

৪৯/ হায়দৰ আলী ক’ৰ শাসক আছিল ?

উত্তৰ :- মহীশূৰৰ ।

৫০/ বৰ্তমান ভাৰতীয় শিক্ষা পদ্ধতি কাৰ অবদান ?

উত্তৰ :- লৰ্ড ডেলহাউচিৰ ।

৫১/ ভাৰতত আৰ্যসমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ :- ১৮৭৫ চনত ।

৫২/ ভাৰতত প্ৰাথনা সমাজ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ :- ১৮৬৭ চনত ।

৫৩/ গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল ?

উত্তৰ :- ১৯২০ চনত ।

৫৪/ ” স্বাধীনতাৰ আমাৰ জন্মসিদ্ধ অধিকাৰ ” এই কথাষাৰ কোনে কৈছিল ?

উত্তৰ :- বাল গংগাধৰ তিলক।

৫৫/ ভাৰতত মুছলিম লীগৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰ :- নৱাব চেলিম উল্লাহ খান ।

৫৬/ ঐতিহাসিক ” ভাৰত ত্যাগ আন্দোলন ” কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ :- ১৯৪২ চনত ।

৫৭/ ” মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম ” । এইটো কাৰ উক্তি ?

উত্তৰ :- নেতাজী সুভাষ চন্দ্ৰ বসুৰ ।

৫৮/ জম্মু কাশ্মীৰক কেতিয়া ভাৰতীয় গণ ৰাজ্যত চামিল কৰা হয় ?

উত্তৰ :- ১৯৫৪ চনত ।

৫৯/ ভাৰতত আনৱিক শক্তি আয়োগ কেতিয়া গঠন কৰা হয় ?

উত্তৰ :- ১৯৭৪ চনত ।

৬০/ পঞ্চশীল নীতিৰ প্ৰৱৰ্তক কোন ?

উত্তৰ :- জৱাহৰলাল নেহৰু।

৬১/ ভাৰতৰ কোন ৰাজ্যৰ নিজস্ব সংবিধান আছে ?

উত্তৰ :- জম্মু কাশ্মীৰ।

৬২/ ভাৰতৰ কোনটো বেংকৰ শাখা আটাইতকৈ বেছি ?

উত্তৰ :- ষ্টেট বেংকৰ ।

৬৩/ ব্ৰিটিছৰ শাসনকালত দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হয় ?

উত্তৰ :- ১৯১১ চনৰ পৰা ।

৬৪/ ভাৰতত কেতিয়াৰ পৰা নিয়মিতভাৱে লোক – গণনা কৰিবলৈ লোৱা হৈছে ?

উত্তৰ :- ১৮৮১ চনৰ পৰা ।

৬৫/ মুছলমানসকলে কেতিয়া সৰ্ব প্ৰথমে ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ :- ৭১২ চনত ।

৬৬/ চিৰি (খটখটি) ৰ পৰা বাগৰি পৰি ভাৰতৰ কোন সম্ৰাটে পৰলোক গমন কৰে ?

উত্তৰ :- হুমায়ুন ।

ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ

Join Telegram Group : Click Here
Part : 02

১. ভগত সিঙক মৃত্যুদণ্ড দিয়া বিচাৰক কোন আছিল?
উত্তৰ:- জি. চি হিল্টন

২. মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল?
উত্তৰ:- গোপাল কৃষ্ণ গোখলে।

৩. কোনআইনক আপীল অবিহনে, উকীল অবিহনে আৰু তৰ্ক-বিল অবিহনে আইন বুলি কোৱা হৈছিল?
উত্তৰ:- ৰ’লেট আইন।

৪. দণ্ড ফৌজ কোনে গঠন কৰিছিল?
উত্তৰ:- চামাণ্ডিয়েভ (পঞ্জাৱ)।

৫. নিৰংকাৰী আন্দোলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- দয়ালদাস।

৬. মৃত্যুদণ্ড পোৱা আটাইতকৈ কম বয়সীয়া বিপ্লৱী কোন আছিল?
উত্তৰ:- খুদিৰাম বসু।

৭. জালিয়ানৱালা বাগ গণহত্যাৰ প্ৰতিবাদত কাইজাৰ-ই-হিন্দ উপাধি ল’বলৈ কোনে অস্বীকাৰ কৰিছিল?
উত্তৰ:- মহাত্মা গান্ধী।

৮. গদাৰ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- লালা হৰদয়াল, কাশীৰাম।

৯. ফৰৱাৰ্ড ব্লক ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- সুভাষ চন্দ্ৰ বসু।

১০. কংগ্ৰেছ কেতিয়া আৰু কোনবোৰ দলত বিভক্ত হৈছিল?
উত্তৰ:- ১৯০৭ চনত ছফ্ট পাৰ্টি আৰু হট পাৰ্টি (চুৰাট চেচন) দলত বিভক্ত হৈছিল।

১১. কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল?
উত্তৰ:- বদৰুদ্দিন তৈয়বজী।

১২. মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- শিৱাজী।

১৩. শিৱাজীয়ে আৰোপ কৰা দুটা কৰ কি আছিল?
উত্তৰ:- চৌথ আৰু সৰদেশমুখী।

১৪. কাক মূৰ্খ বুলি কোৱা হৈছিল?
উত্তৰ:- জাহান্দৰ শ্বাহ।

১৫. কাক ৰঙ্গিলাৰ ৰজা বুলি কোৱা হৈছিল?
উত্তৰ:- মুহাম্মাদ শ্বাহ।

১৬. কাক ইৰাণৰ নেপোলিয়ন বুলি কোৱা হৈছিল?
উত্তৰ:- নাদিৰ শ্বাহ।

১৭. মোগল আদালতলৈ অহা প্ৰথম ইংৰাজ কোন আছিল?
উত্তৰ:- কেপ্টেইন হকিন্স।

১৭. গুৰুমুখী লিপি কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- গুৰু অঙ্গদ।

১৯. খালচা সম্প্ৰদায় কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- গুৰু গোবিন্দ সিং।

২০. কোনে ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- লৰ্ড ৱেলেছলী।

২১. ভাৰতত প্ৰথমবাৰৰ বাবে ৰাজহুৱা নিৰ্মাণ বিভাগ কোনে স্থাপন কৰিছিল?
উত্তৰ:- লৰ্ড ডালহৌচি

২২. আজমেৰত কোনে মায়ো মহাবিদ্যালয় স্থাপন কৰিছিল?
উত্তৰ:- লৰ্ড মায়ো।

২৩. কাক ভাৰতৰ উদ্ধাৰকৰ্তাৰ নাম দিয়া হৈছিল?
উত্তৰ:- লৰ্ড ৰিপন।

২৪. চিমলা চুক্তি কেতিয়া হৈছিল?
উত্তৰ:- ১৯৪৫ এডি।

২৫. স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- লৰ্ড মাউণ্টবেটেন।

২৬. তাতিয়া টোপেৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ:- ৰামচন্দ্ৰ পাণ্ডুৰাং।

২৭. ইংলেণ্ডত ভাৰতীয় সংস্কাৰ সমিতি কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- দাদা ভাই নৰোজী।

২৮. জালিয়ানৱালা বাগ গণহত্যাত জেনেৰেল ডায়েৰৰ সৈতে সহযোগিতা কৰা ভাৰতীয়জনৰ নাম কি?
উত্তৰ:- হংসৰাজ।

২৯. মেৱাৰত ভিল আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ:- মতিলাল তেজাৱাত।

৩০. চাইমন কমিছনক আন কি নামেৰে জনা যায়?
উত্তৰ:- হোৱাইট মেন কমিছন।

৩১. প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৭ নৱেম্বৰ ১৯৩০ চনত।
সকলোৱে সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিয়ক !

Gk in Assamese.অসমীয়া জ্ঞান ভাণ্ডাৰ। মহৎ লোকৰ বাণী, কুইজ, বিশ্ব কুইজ, সাধাৰণ জ্ঞান, ভাৰতৰ ভূগোল, প্ৰাচীন ভাৰত, ভাৰতৰ ইতিহাস, ভাৰতৰ বুৰঞ্জী, বিশ্বৰ inসাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ, আধুনিক ভাৰত, অসমৰ জ্ঞান, ৰচনা, অসমীয়া ব্যাকৰণ, বিভিন্ন চৰকাৰী চাকৰিৰ বাবে আবেদন কৰা লিখিত পৰিক্ষাৰ প্ৰশ্নোত্তৰ, ইত্যাদি সকলো ধৰনৰ প্ৰশ্নোত্তৰ ইয়াত সন্নিৱিষ্ট কৰিব চেষ্টা কৰিছোঁ।

ভাৰতৰ কুইজ | ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ | Indian Quiz | Indian Quiz Questions and Answer Assamese

Download Pdf :-

ExamAssam.in
ExamAssam.in

3 thoughts on “ভাৰতৰ ইতিহাস সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ || Indian History MCQ”

Leave a Comment

error: Content is protected !! ExamAssam