Indian Polity In Assamese Language -01

5/5 - (17 votes)

ভাৰতৰ ৰাজনীতি

Indian Polity In Assamese Language 

JOIN Telegram :- Click Here

Indian Polity In assamese & Governance: Check out your knowledge by solving 500+MCQs on Indian Polity & Governance that will help you in the preparation of competitive examinations. Topics covered in the practice sets are Features of Indian Constitution, Fundamental Rights, Fundamental Duties, Directive Principles of State Policy, System of Government, Central Government, State Government, Local Government, Union Territories, and Special Areas, etc.

JOIN Whatsapp Group :- Click Here



১) মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন?
উত্তৰঃ প্ৰধানমন্ত্ৰী ।

২) ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন?
উত্তৰঃ ৰাজ্যৰ ৰাজ্যপাল ।

৩) লোকসভাৰ অধ্যক্ষজন কোনে নিৰ্বাচন কৰে?
উত্তৰঃ লোকসভাৰ সদস্যসকলে ।

৪) লোকসভাৰ অধ্যক্ষই কাৰ ওচৰত পদত্যাগ কৰিব লাগে ?
উত্তৰঃ লোকসভাৰ উপাধ্যক্ষ ।

৫) লোকসভাত কোনখন ৰাজ্যৰ প্ৰতিনিধি অধিক আছে?
উত্তৰঃ বিহাৰ ।

৬) ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰঃ ১৯৫২ চনত ।

৭) ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ ডব্লিউ চি বেনাৰ্জী ।

৮) ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে?
উত্তৰঃ ১২ জন ।

৯) ৰাজ্যসভাৰ অধ্যক্ষতা কোনে কৰে ?
উত্তৰঃ উপৰাষ্ট্ৰপতিয়ে ।

১০) ১৯৭১ চনত সংঘটিত ভাৰত পাকিস্থানৰ যুদ্ধৰ পিছত কোনখন দেশ গঠন হৈছিল?
উত্তৰঃ বাংলাদেশ ।

১১) কোনটো মৌলিক অধিকাৰ ড° বি আৰ আম্বেদকাৰে সংবিধানৰ “Heart of Soul” বুলি অভিহিত কৰিছে?
উত্তৰঃ সাংবিধানিক অধিকাৰ ।

১২) সংবিধানৰ কোমটো অনুচ্ছেদত ছয়বিধ স্বাধীনতাৰ বিষয়ে উল্লেখ আছে?
উত্তৰঃ ১৯ নং অনুচ্ছেদত

১৩) সংসদৰ দুখন অধিৱেশনৰ মাজৰ ব্যৱধান কিমান সময়ৰ বেছি হব নোৱাৰে?
উত্তৰঃ ৬ মাহৰ বেছি হব নোৱাৰে ।

১৪) কেন্দ্ৰীয়শাসিত অঞ্চলৰ দৈনন্দিন প্ৰশাসন কোনে চোৱা-চিতা কৰে?
উত্তৰঃ ৰাষ্ট্ৰপতিয়ে ।

১৫) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ ?
উত্তৰঃ লোকসভা ।

১৬) জৰুৰীকালীন অৱস্থা ঘোষণাৰ ক্ষেত্ৰত চূড়ান্ত দায়িত্ব কাৰ?
উত্তৰঃ ৰাষ্ট্ৰপতি ।

১৭) কিমানচনৰ পৰা EVM ব্যৱহাৰ হৈছিল?
উত্তৰঃ ২০০২ চনৰ পৰা ।

১৮) ৰাজ্যপালক দৰমহা আৰু ভাট্টা কোনে দিয়ে?
উত্তৰঃ সংশ্লিষ্ট ৰাজ্য চৰকাৰে ।

১৯) কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল ?
উত্তৰঃ ভাৰতৰ

২০) সংবিধানৰ কোনটো অংশত নাগৰিকৰ মৌলিক অধিকাৰসমূহ আছে?
উত্তৰঃ তৃতীয় অংশত ।

 

1 thought on “Indian Polity In Assamese Language -01”

Leave a Comment

error: Content is protected !! ExamAssam