Inventions and inventors(আৱিষ্কাৰ আৰু আৱিষ্কাৰক )in Assamese language

3.4/5 - (10 votes)
Inventions and inventors in Assamese language

Inventions and inventors(আৱিষ্কাৰ আৰু আৱিষ্কাৰক )in Assamese language

JOIN Our Telegram Group :- Click Now
  • ১। চেণ্টিগ্ৰেড স্কেল ( Centigrade scale) – এণ্ডাৰ্ছ চেলচিয়াছ (Anders Celsius)
  • ২। ঘড়ী (Watch)- পিটাৰ হেনলিন (Peter Henlein)
  • ৩।ৰেডিঅ (Radio) -গুগ্লিএলমো মাৰ্কনি (Guglielmo Marconi)
  • ৪। টেলিফোন (Telephone)  -আলেকজেণ্ডাৰ গ্ৰাহাম বেল (Alexander Graham Bell)
  • ৫। বিদ্যুৎ (Electricity) -বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Franklin)
  • ৬। বৈদ্যুতিক লাইট বাল্ব (Electric Light Bulb) -থমাছ এডিচন (Thomas Edison)
  • ৭। থাৰ্মোমিটাৰ (Thermometer)  -গেলিলিঅ গেলিলি (Galileo Galilei)
  • ৮। টেলিস্কোপ (Telescope)- হান্স লিপাৰছে আৰু জাকাৰিয়াছ জেনছেন (Hans Lippershey and Zacharias Janssen); পিছত গেলিলিঅ (Galileo)
  • ৯। টেলিগ্ৰাফ (Telegraph) -চেমুৱেল মৰ্চ (Samuel Morse)
  • ১০। মহাজাগতিক ৰশ্মি (Cosmic Rays)- ভিক্টৰ হেচ (Victor Hess) (কিন্তু ৰবাৰ্ট মিলিকান(Robert Millikan) ৰ দ্বাৰা প্ৰথমে ব্যৱহৃত ‘মহাজাগতিক ৰশ্মি’ শব্দটো
  • ১১। অটোমোবাইল (Automobile) – কাৰ্ল বেঞ্জ (Karl Benz)
  • ১২। মেগনেটিক টেপ (Magnetic Tape) – ফ্ৰিটজ পিফ্লিউমাৰ (Fritz Pfleumer)
  • ১৩। ট্ৰেন্সফৰ্মাৰ (Transformer) -মাইকেল ফেৰাডে(Michael Faraday) (পিছত Ottó Titusz Bláthy)
  • ১৪। বিদ্যুতচুম্বকীয় অন্তৰ্ভুক্তি (Electromagnetic Induction)- মাইকেল ফেৰাডে (Michael Faraday)
  • ১৫। ৱেভ- মেকানিক্স (Wave mechanics)-  এৰউইন স্কৰোডিংগাৰ (Erwin Schrödinger)
  • ১৬। নিউক্লিয়াৰ ৰিএক্টৰ (Nuclear Reactor) -এনৰিকো ফাৰ্মি (Enrico Fermi)
  • ১৭। ফুয়েল চেল (Fuel Cell)- উইলিয়াম গ্ৰোভ (William Grove)
  • ১৮। উৰাজাহাজ (Airplane)- ৰাইট ব্ৰাদাৰ্ছ (Wright Brothers)
  • ১৯। বেৰোমিটাৰ (Barometer)- ইভাঞ্জেলিষ্টা টৰিচেলি (Evangelista Torricelli)
  • ২০। কেমেৰা (Camera) – নিকেফোৰ নিপেক (Nicéphore Niépce)
  • ২১। ডিজেল ইঞ্জিন (Diesel Engine)-  ৰুডলফ ডিজেল (Rudolf Diesel)
  • ২২। হেলিকপ্টাৰ (Helicopter)-  ইগৰ চিকোৰ্স্কি (Igor Sikorsky)
  • ২৩। ডায়নামাইট (Dynamite)- আলফ্ৰেড নবেল (Alfred Nobel)
  • ২৪। লিফ্ট (Lift)-  এলিছা অটিছ (Elisha Otis)
  • ২৫। লেজাৰ প্ৰিণ্টাৰ (Laser Printer)-  গেৰী ষ্টাৰ্কৱেদাৰ (Gary Starkweather)
  • ২৬। ম’বাইল ফোন (Mobile Phone)- মাৰ্টিন কুপাৰ (Martin Cooper)
  • ২৭। প্ৰিণ্টিং প্ৰেছ (Printing Press)- জোহানেছ গুটেনবাৰ্গ (Johannes Gutenberg)
  • ২৮। ভিডিঅ’ গেম (Video Games)- ৰাল্ফ বেয়াৰ (Ralph Baer)
  • ২৯। ষ্টীম ইঞ্জিন (Steam engine) -থমাছ নিউকোমেন (Thomas Newcomen)
  • ৩০। ৰেলৱে ইঞ্জিন (Railway Engine)- জৰ্জ ষ্টিফেনচন (George Stephenson)
  • ৩১। জেট ইঞ্জিন (Jet Engine)-  ফ্ৰেংক হুইটল (Frank Whittle)
  • ৩২। চিচমোগ্ৰাফ (Seismograph)-  জন মিলনে (John Milne)
  • ৩৩। বৈদ্যুতিক জেনেৰেটৰ (Electric Generator)- মাইকেল ফেৰাডে (Michael Faraday)
  • ৩৪। টেলিভিছন (Television)-  জন লগী বেয়াৰ্ড (John Logie Baird)
  • ৩৫। ৰেফ্ৰিজেৰেটৰ (Refrigerator)- উইলিয়াম কুলেন (William Cullen) [পিছত অলিভাৰ ইভান্স(Oliver Evans)]
  • ৩৬। কাৰ্বুৰেটৰ (Carburetor) – লুইগি ডি ক্ৰিষ্টোফৰিছ আৰু এনৰিকো বাৰ্নাৰ্ডি (Luigi De Cristoforis & Enrico Bernardi)
  • ৩৭। এয়াৰ ব্ৰেক (Air Brake)- জৰ্জ ৱেষ্টিংহাউচ (George Westinghouse)
  • ৩৮। পাৰমাণৱিক বোমা (Atomic bomb)- ৰবাৰ্ট অপেনহাইমাৰ, এডৱাৰ্ড টেলাৰ এট এল (Robert Oppenheimer, Edward Teller et al)
  • ৩৯। এয়াৰ কণ্ডিচনাৰ (Air conditioner) – উইলিছ কেৰিয়াৰ (Willis Carrier)
  • ৩৯। মেচিন গান (Machine Gun)- ছাৰ হিৰাম মেক্সিম (Sir Hiram Maxim)
  • ৪০। ৰাডাৰ (Radar)-  ছাৰ ৰবাৰ্ট আলেকজেণ্ডাৰ ৱাটচন-ৱাট (Sir Robert Alexander Watson-Watt)

( সংগ্ৰহীত)

Read Also :- Indian GK

error: Content is protected !! ExamAssam