TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-01

3.9/5 - (8 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

JOIN NOW LIVE UPDATES :- CLICK HERE

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

1. ভাৰতৰ প্ৰথমখন ভূ – বৈজ্ঞানিক পাৰ্ক (India’s first Geological park) ক’ত নিৰ্মাণ কৰা হব?
উত্তৰ : জব্বলপুৰ, মধ্যপ্ৰদেশ

2. স্পিতুক গোচটৰ উৎসৱ 2022 ভাৰতৰ ক’ত আৰম্ভ কৰা হৈছে?
উত্তৰ : লাডাখ

3. মহিলা এছিয়া কাপ 2022 ৰ খিতাপ কোনে দখল কৰিছে?
উত্তৰ : জাপান

4. কোনখন ৰাজ্য চৰকাৰে কন্যা তথা মহিলাসকলক আত্মনিৰ্ভৰ কৰি তুলিবলৈ ‘পঙ্খ অভিযান’ (PANKH abhiyan) আৰম্ভ কৰিছে?
উত্তৰ : মধ্যপ্ৰদেশ

5. জানুৱাৰী 2022 ত কোনখন দেশে প্ৰথমবাৰৰ বাবে যোগ মহোৎসৱৰ আয়োজন কৰে?
উত্তৰ : ছৌদি আৰব

6. কোনখন ৰাজ্যত অৱস্থিত ৰামগড় বন্যপ্ৰাণী অভয়াৰণ্যক চতুৰ্থ বাঘ সংৰক্ষিত অঞ্চল হিচাপে জাননী দিয়া হৈছে?
উত্তৰ : ৰাজস্থান

7. শেহতীয়াকৈ কোন কেন্দ্ৰীয় মন্ত্ৰণালয়ে ‘স্বচ্ছতা ষ্টাৰ্ত- আপ চেলেঞ্জ’ আৰম্ভ কৰিছে?
উত্তৰ : গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়

8. ভাৰতৰ কোনটো কোম্পানীয়ে ভাৰতৰ প্ৰথম বুদ্ধিমান বাৰ্তাবাহক (intelligent messenger) পপছ মুকলি কৰিছে?
উত্তৰ : Paytm money

9. কোন মন্ত্ৰণালয়ে দুৰ দুৰণি পৰিভ্ৰমণ কৰা বাছসমূহত ফায়াৰ এলাৰ্ম লগোৱা বাধ্যতামূলক কৰিছে?
উত্তৰ : Ministry of road transport & highways

10. ৱৰ্ল্ড গেমছ এথলীট অব দি ইয়েৰ 2021 পুৰস্কাৰ কোনে লাভ কৰিছে?
উত্তৰ : ভাৰতীয় হকী গ’লকীপাৰ পি আৰ শ্ৰীজেছ

11. কোন মন্ত্ৰণালয়ে স্বাস্থ্য আচঁনিৰ দ্বাৰা দৰবৰ হোম দেলিভাৰী আৰম্ভ কৰিছে?
উত্তৰ : প্ৰতিৰক্ষা মন্ত্ৰালয়

12. ভাৰত আৰু কোনখন দেশে নতুন দিল্লীত UNSC বিষয়সমূহৰ ওপৰত আলোচনা কৰিছে?

উত্তৰ : ৰাছিয়া

13. বিশ্ব আদ্ৰভূমি দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : 2 ফেব্ৰুৱাৰী

14. বিশ্বত ষ্টীলৰ আটাইতকৈ বেছি উৎপাদক দেশ কোনখন হৈছে?
উত্তৰ : প্ৰথম স্থানত চীন, দ্বিতীয় স্থানত ভাৰত

15. কোনে ব্ৰিটানিয়াৰ অতিৰিক্ত নিৰ্দেশক পদৰ পৰা পদত্যাগ কৰিলে?
উত্তৰ : ঊৰ্জিত পেটেল

16. Skill Development ৰ বাবে কোনটো পৰ্টেল মুকলি কৰা হব?
উত্তৰ : ডিজিটেল দেশ ই – পৰ্টেল

17. Defence intelligence agency ৰ নতুন প্ৰমুখ হিচাপে কোনে নিযুক্তি লাভ কৰিছে?
উত্তৰ : জী এ বি ৰেড্ডী

18. ভাৰতৰ কোনগৰাকী খেলুৱৈক Laureus World Sports award ৰ বাবে মনোনীত কৰা হৈছে?
উত্তৰ : নীৰজ চোপ্ৰা

19. প্ৰতিৰক্ষা মন্ত্ৰালয় অনুসৰি কোনটো ৰক্ষা বলত মহিলা ফাইটাৰ পাইলটক স্থায়ীভাৱে চামিল কৰা হব?
উত্তৰ : ভাৰতীয় বায়ু সেনা

20. প্ৰথম অসমীয়া ইষ্টাৰ্ণ আর্মীৰ কমাণ্ডাৰ – ইন – চীফ কোন হৈছে?
উত্তৰ : ৰাণা প্ৰতাপ কলিতা

21. Oil India – The Pipeline Saga নামৰ উন্মোচনী কিতাপখনৰ লেখক কোন?
উত্তৰ : অৰুপ কুমাৰ দত্ত

22. ‘তৌৰগ্য মহোৎসৱ’ 2022 কত আয়োজন কৰা হয়?
উত্তৰ : অৰুণাচল প্ৰদেশ

23. দেশৰ প্ৰথম বুলেট ট্ৰেইনৰ প্ৰথমটো ষ্টেচন ক’ত নিৰ্মাণ কৰা হব?
উত্তৰ : চুৰট

24. বিশ্বৰ প্ৰথমখন হাইড্ৰজেন চালিত flying boat ‘ The jet zero mission ‘ ক’ত আৰম্ভ কৰা হৈছে?
উত্তৰ : সংযুক্ত আৰৱ আমিৰাত

25. 2022 বৰ্ষত ভাৰতবৰ্ষৰ কিমানখন ৰামচৰ চাইট হৈছে?
উত্তৰ : 49 খন

26. ৰাষ্ট্ৰীয় ইলেকট্ৰনিক তথা সূচনা টেকনলজি সংস্থা (NIELIT) ৰ নতুন মহা নিৰ্দেশক কোন হৈছে?
উত্তৰ : মদন মোহন ত্ৰিপাঠী

27. ‘গোল্ডেন বয় নীৰজ চোপ্ৰা ‘ কিতাপখন কোনে লিখিছে?
উত্তৰ : নৱদীপ সিং গিল

28. ভাৰত আৰু কোনখন দেশৰ সীমাত নতুন Border Haat ৰ আধাৰশিলা স্থাপন কৰা হৈছে?
উত্তৰ : বাংলাদেশ

29. Statue of Equality কোনে উদ্ঘাটন কৰিছে?
উত্তৰ : নৰেন্দ্ৰ মোদী

30. NCERT ৰ নতুন নিৰ্দেশক (director) হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : দীনেশ প্ৰসাদ চকলানি

31. চন্দ্ৰযান 3 কেতিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে?
উত্তৰ : আগষ্ট 2022

32. U19 ক্ৰিকেট বিশ্বকাপ 2022 ৰ খিতাপ কোনে লাভ কৰে?
উত্তৰ : ভাৰত

33. ভাৰতীয় ক্ৰিকেট দলে কোনখন দেশৰ সৈতে 1000 তম এদিনীয়া আন্তৰ্জাতিক খেল খেলে?
উত্তৰ : ৱেষ্ট ইণ্ডিজ

34. কোনখন ৰাজ্যত দেশৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়?
উত্তৰ : অৰুণাচল প্ৰদেশ

35. দেশৰ তৃতীয় ‘Border Haat’ কোনখন ৰাজ্যত উদ্ঘাটন কৰা হৈছে?
উত্তৰ:- ত্ৰিপুৰা

36. কোনখন দেশে covid 19 ৰ বিৰুদ্ধে প্ৰথম DNA ভেকচিন প্ৰয়োগ কৰিছে?
উত্তৰ : ভাৰত

37. 2022 AFC মহিলা এছিয়া কাপৰ খিতাপ কোনে লাভ কৰিছে?
উত্তৰ : চীন

38. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU) ৰ প্ৰথম মহিলা Vice Chancellor কোন হৈছে?
উত্তৰ : শান্তি শ্ৰী ধুলিপুৰী

39. এছিয়ান বিকাশ বেংকে 2021 বৰ্ষত কোনখন দেশক ৰেকৰ্ড সংখ্যক 4.6 বিলিয়ন আমেৰিকান ডলাৰ ঋণ প্ৰদান কৰে?
উত্তৰ : ভাৰত

40. বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : ড. উন্নিকৃষ্ণন নায়াৰ

41. ভাৰত প্ৰেছ স্বতন্ত্ৰতা ৰিপোৰ্ট 2021 বৰ্ষত কোনখন ৰাজ্যই শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ : জম্মু কাশ্মীৰ

42. ৰাজ্যই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে CLAP অভিযান আৰম্ভ কৰিছে?
উত্তৰ : অন্ধ্ৰ প্ৰদেশ

ExamAssam.in

Leave a Comment

error: Content is protected !! ExamAssam