TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-02

3.6/5 - (5 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

JOIN NOW LIVE UPDATES :- CLICK HERE

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

কমনৱেলথ গেমছ ২০২২
অনুষ্ঠান – ২৮ জুলাইৰ পৰা ৮ আগষ্ট ২০২২লৈ
সংস্কৰণ – ২২ নং
আয়োজন কৰা হৈছে – ভাৰ্মিংহাম ইংলেণ্ড
মাস্কট – পেৰী দ্য বুল
মূলমন্ত্ৰ– “সকলোৰে বাবে খেল”
মুকলি সভাত ভাৰতৰ পতাকা বাহক –
পি ভি সিন্ধু আৰু মনপ্ৰীত সিং
কমনৱেলথ খেল আৰম্ভ ১৯৩০ হেমিল্টন কানাডা
কমনৱেলথ গেমছ ২০২৬ – ভিক্টোৰিয়া অষ্ট্ৰেলিয়া

কমনৱেলথ গেমছ ২০২২ত ভাৰতৰ পদক বিজয়ী

India’s medal winner at the 2022 Commonwealth Games In Assamese

১/ শংকেত মহাদেৱ- ৰূপালী পদক (ভাৰোত্তোলন ৫৫ কেজি)

২/ গুৰুৰাজ- ব্ৰঞ্জৰ পদক (ভাৰোত্তোলন ৬১ কেজি)

৩/ মিৰাবাই চানু- সোণৰ পদক (ভাৰ উত্তোলন ৪৯ কেজি)

৪) বিন্দিয়াৰনী দেৱী – ৰূপালী পদক (ভাৰোত্তোলন ৫৫ কেজি)

৫) জেৰেমি লালৰিন্নুংগা – সোণৰ পদক (৬৭ কেজি ভাৰোত্তোলন)

৬) অচিন্তা শ্বেউলি – সোণৰ পদক (৭৩ কেজি ভাৰোত্তোলন)

৭) সুশিলা দেৱী – ৰূপালী পদক (জুডো ৪৮ কেজি)

৮) বিজয় কুমাৰ যাদৱ – ব্ৰঞ্জৰ পদক (জুডো ৬০ কেজি)

৯) হৰজিন্দৰ কৌৰ- ব্ৰঞ্জৰ পদক (ভাৰোত্তোলন ৭১ কেজি)

১০) মহিলা দল- সোণৰ পদক (লন বল)

১১) পুৰুষৰ দল- সোণৰ পদক (টেবল টেনিছ)

১২) বিকাশ ঠাকুৰ – ৰূপালী পদক (ভাৰোত্তোলন ৯৬ কেজি) ১২।

১৩) মিশ্ৰিত দল – ৰূপালী পদক (বেডমিণ্টন)

১৪) লাভপ্ৰীত সিং – ব্ৰঞ্জৰ পদক (ভাৰোত্তোলন ১০৯ কেজি)

১৫) সৌৰভ ঘোষাল – ব্ৰঞ্জৰ পদক (স্কোয়াছ) ৷

১৬)তুলিকা মান – ৰূপালী পদক (জুডো) ৷

১৭) গুৰদ্বীপ সিং- ব্ৰঞ্জৰ পদক (ভাৰোত্তোলন ১০৯+ কেজি)

১৮) তেজস্বিনী শংকৰ- ব্ৰঞ্জৰ পদক (হাই জাম্প)

19. মুৰালি শ্ৰীশংকৰ- ৰূপালী পদক (দীঘল জাম্প)

২০) সুধীৰ- সোণৰ পদক (পাৰা পাৱাৰলিফটিং)

২১) অংশু মালিক – ৰূপালী পদক (মল্লযুঁজ ৫৭ কেজি)

২২) বজৰং পুনিয়া- সোণৰ পদক (মল্লযুঁজ ৬৫ কেজি)

২৩) সাক্ষী মালিক- সোণৰ পদক (মল্লযুঁজ ৬২ কেজি)

২৪) দীপক পুনিয়া- সোণৰ পদক (মল্লযুঁজ ৮৬ কেজি)

২৫) দিব্য কাক্ৰাণ – ব্ৰঞ্জৰ পদক (মল্লযুঁজ ৬৮ কেজি)

২৬) মোহিত গ্ৰেৱাল – ব্ৰঞ্জৰ পদক (মল্লযুঁজ ১২৫ কেজি)

২৭) প্ৰিয়ংকা গোস্বামী – ৰূপালী পদক (১০ কিলোমিটাৰ খোজকাঢ়ি)

২৮) অবিনাশ ছেবল – ৰূপালী পদক (ষ্টীপলচেজ) ৷

২৯) পুৰুষৰ দল – ৰূপালী পদক (লন বল)

৩০) জেচমিন লেম্বোৰিয়া – ব্ৰঞ্জৰ পদক (বক্সিং)

৩১) পূজা গেহলট – ব্ৰঞ্জৰ পদক (মল্লযুঁজ ৫০ কেজি)

৩২) ৰবি কুমাৰ দহিয়া- সোণৰ পদক (মল্লযুঁজ ৫৭কেজি)

৩৩) বিনেশ ফোগাট- সোণৰ পদক ( মল্লযুঁজ ৫৩ কেজি)

৩৪) নবীন- সোণৰ পদক (মল্লযুঁজ ৭৪ কেজি)
পূজা সিহাগ- ব্ৰঞ্জৰ পদক (মল্লযুঁজ) ৩৫.

ExamAssam.in

Leave a Comment

error: Content is protected !! ExamAssam