TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-07

2.9/5 - (23 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

TOP Indian GK In Assamese As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

JOIN NOW LIVE UPDATES :- CLICK HERE

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন : প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰ : 1914 চনত।

প্ৰশ্ন : সৰ্বপ্ৰথম কোন দেশত কিতাপ ছপা কৰা হৈছিল?
উত্তৰ : চীন দেশত।

প্ৰশ্ন : ভাৰতত কেতিয়া ক’ত প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়া হয়?
উত্তৰ : ১৯৮৬ চনৰ ৬ আগষ্টত এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালত ডা ইন্দিৰা হিন্দুজাৰ দ্বাৰা প্ৰথম টেষ্টটিউব বেবী ‘হৰ্ষ’ৰ জন্ম দিয়া হয়।

প্ৰশ্ন : কোন চনত, কোন ঠাইত পোন প্ৰথমবাৰৰ বাবে লিখিত পৰীক্ষাৰ প্ৰচলন হয়?
উত্তৰ : ১৭০২ চনত ; ইংলেণ্ডৰ কেম্ব্ৰিজ ট্ৰিনিটি কলেজত।

প্ৰশ্ন : ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল?
উত্তৰ : কলকাতা

প্ৰশ্ন : ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?
উত্তৰ : চি. ৰাজাগোপালচাৰী।

প্ৰশ্ন : স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন?
উত্তৰ : এইছ. জে. কেনিয়া।

প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন?
উত্তৰ : ইং ১২/০৪/১৯৬৯ তাৰিখে ভষ্টক -১ ৰে মহাকশলৈ যোৱা ৰুছ দেশৰ মহাকাশচাৰী মেজৰ ইউৰি গাগৰিণেই মহাকাশলৈ যোৱা প্ৰথম মানুহ।

প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন?
উত্তৰ : ৰুছ দেশৰ ভালেনটিনা টেৰেচকোভা।

প্ৰশ্ন : ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?
উত্তৰ : ৰাকেশ শৰ্মা।

প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।

প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : আনন্দৰাম বৰুৱা।

প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।

প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : অচ্যুত শইকীয়া।

প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা।

প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?
উত্তৰ : মহানন্দ দাস।

প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উত্তৰ : নাথান ব্ৰাউন।

প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?
উত্তৰ : ৰুক্মিণী হৰণ।

প্ৰশ্ন : কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?
উত্তৰ : দিলীপ কুমাৰ দত্ত।

প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা।

প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো?
উত্তৰ : ব’হাগ।

প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ।

প্ৰশ্ন : প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?
উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী।

প্ৰশ্ন : প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ : দৈনিক বাতৰি।

প্ৰশ্ন : প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি?
উত্তৰ : প্ৰহ্লাদ চৰিত।

প্ৰশ্ন : প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?
উত্তৰ : ভানুমতী।

প্ৰশ্ন : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
উত্তৰ : অসমীয়া পুথিৰ তালিকা।

প্ৰশ্ন : প্ৰথম অসমীয়া ছনেট (sonnet) পুথি খন কি?
উত্তৰ : মলাৰ।

প্ৰশ্ন : কোন চনত অসমত প্ৰথমবাৰ চাহৰ আৱিষ্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।

প্ৰশ্ন : কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে ‘এ’ চাৰ্টিফিকেট লাভ কৰিছিল?
উত্তৰ : মৰিচীকা।

প্ৰশ্ন : অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাট খনৰ নাম কি?
উত্তৰ : হৃদয়ৰ প্ৰয়োজন।

প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল?
উত্তৰ : নিপ বৰুৱাই।

প্ৰশ্ন : অনা-অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা প্ৰথ অসমীয়া পৰিচালক জন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ : প্ৰমথেশ বৰুৱা, দেৱদাস।

প্ৰশ্ন : ড° ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল?
উত্তৰ : মাহুত বন্ধুৰে।

প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি?
উত্তৰ : জয়মতী।

প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
উত্তৰ : আইদেউ সন্দিকৈ।

প্ৰশ্ন : প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোন খন?
উত্তৰ : ইটো সিটো বহুতো।

প্ৰশ্ন : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি?
উত্তৰ : অবুজ বেদনা।

প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ : জয়মতী।

প্ৰশ্ন : প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল?
উত্তৰ : মনীষা বৰুৱা।

ExamAssam.in

error: Content is protected !! ExamAssam