TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-08

3.5/5 - (2 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

Click Here :- Download

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

(১) গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল?
উত্তৰ:- ১৯৪৮ চনত।

(২) ভাৰতৰ সৰু ৰাজ্যখনৰ নাম কি?
উত্তৰ:- গোৱা।

(৩) ভাৰতৰ দীৰ্ঘতম ৰাজ্য কি?
উত্তৰ:- মধ্য প্ৰদেশ।

(৪) ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল-
উত্তৰ:- লাক্ষাদ্বীপ।

(৫) বছৰৰ আটাইতকৈ সৰু দিন কোনটো?
উত্তৰ:- ২১ ডিচেম্বৰ।

(৬) কেতিয়া ভাস্কো-ডি-গামাই ভাৰত আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ১৪৯৮ ত।

(৭) চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:- ১৮৫৭ চনত।

(৮) চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল?*
উত্তৰ:- মংগল পাণ্ডে।

(৯) কেতিয়া স্বদেশী আন্দোলন হৈছিল?
উত্তৰ:- ১৯০৫ চনত।

(১০) স্বাধীন ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী কোন আছিল?
উত্তৰ:- বল্লভ ভাই পেটেল।

(১১) অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৯২০ চনত।

(১২) পলাশীৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৫৭ চনত।

(১৩) ক’ত সংস্কৃত ভাষাৰ আটাইতকৈ পুৰণি খোদিত লিপি উদ্ধাৰ হৈছে?
উত্তৰ:- লুম্বিনীত।

(১৪) বুদ্ধ চৰিতৰ ৰচক কোন?
উত্তৰ:- বাণ ভট্ট।

(১৫) অৰ্থ শাস্ত্ৰৰ লেখক কোন?
উত্তৰ:- কৌটিল্য।

(১৬) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?
উত্তৰ:- ৰিষভনাথ।

(১৭) ক’ত আটাইতকৈ পুৰণি স্তম্ভ আছে?
উত্তৰ:- সাৰনাথত।

(১৮) সম্ৰাট অশোকে কোনখন চহৰ স্থাপন কৰিছিল?
উত্তৰ:- কলিংগ।

(১৯) বুদ্ধ দেৱে প্ৰথম ক’ত ধৰ্ম বাণী প্ৰচাৰ কৰিছিল?
উত্তৰ:- সাৰনাথত।

(২০) বুদ্ধ দেৱৰ ক’ত মৃত্যু হৈছিল?
উত্তৰ:- কুশীনগৰ।

(২১) বুদ্ধ দেৱৰ ক’ত জন্ম হৈছিল?
উত্তৰ:- লুম্বিনি।

(২২) বুদ্ধ দেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ৫৬৬ ত।

(২৩) ক’ত জৈন ধৰ্মৰ প্ৰথম মেলা অনুষ্ঠিত হৈছিল?
উত্তৰ:- পাতলিপুত্ৰ।

(২৪) আটাইতকৈ বেছি ঘন বসতি থকা ৰাজ্য কি?
উত্তৰ:- বিহাৰ।

(২৫) কম ঘন বসতি থকা ৰাজ্য কি?
উত্তৰ:- অৰুণাচল প্ৰদেশ।

(২৬) আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কি?
উত্তৰ:- উত্তৰ প্ৰদেশ।

(২৭) কম জনসংখ্যা থকা ৰাজ্য কি?
উত্তৰ:- ছিকিম।

(২৮) বৰ্তমান ভাৰতৰ লোক সভাৰ অধ্যক্ষ কোন?
উত্তৰ:- ওম বিৰলা।

(২৯) বৰ্তমান ভাৰতৰ ৰাজ্য সভাৰ অধ্যক্ষ কোন?
উত্তৰ:- এম ভেংকায়া নাইডু।

(৩০) বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন?
উত্তৰ:- ৰাজনাথ সিং।

(৩১) বৰ্তমান ভাৰতৰ মুখ্য সেনাধ্যক্ষ কোন?*
উত্তৰ:- বিপিন ৰাৱাট।

(৩২) বৰ্তমান অসমৰ ৰাজ্যপাল কোন?
উত্তৰ:- জগদীশ মুখী।

(৩৩) বৰ্তমান অসমৰ গৃহমন্ত্ৰী কোন?
উত্তৰ:- সৰ্বানন্দ সোণোৱাল।

(৩৪) বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?
উত্তৰ:- সৰ্বানন্দ সোণোৱাল।

(৩৫) বৰ্তমান অসমৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী জনৰ নাম কি?
উত্তৰ:- হিমন্ত বিশ্ব শৰ্মা।

(৩৬) অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান (DGP) কোন?
উত্তৰ:- ভাস্কৰ জ্যোতি মহন্ত।

(৩৭) অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিজন কোন?
উত্তৰ:- কুলধৰ শ‌ইকীয়া।

(৩৮) বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন?
উত্তৰ:- হিতেন্দ্ৰ নাথ গোস্বামী।

(৩৯) অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ:- আডাম স্মিথ।

(৪০) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ প্ৰধান কোন?
উত্তৰ:- ক্ৰিষ্টিন লেগাৰ্ড।

(৪১) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ:- ৱাশ্বিংটন।

(৪২) বিশ্ব বেংকৰ প্ৰধান বিষয়া কোন?
উত্তৰ:- জিম ইয়ং কিং।

(৪৩) বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৪৫ চনত।

(৪৪) বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ:- ৱাশ্বিংটন।

(৪৫) নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮২ চনত।

(৪৬) ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হয়?
উত্তৰ:- ১৯৩৫ চনত।

(৪৭) ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক’ত আছে?
উত্তৰ:- দিল্লীত।

(৪৮) কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ:- চাৰ্লচ বেবেজ।

(৪৯) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
উত্তৰ:- এছিয়া মহাদেশ।

(৫০) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
উত্তৰ:- প্ৰশান্ত মহাসাগৰ।

ExamAssam.in

Leave a Comment

error: Content is protected !! ExamAssam