Assam History GK In Assamese language SET-02

5/5 - (1 vote)

Assam History GK In Assamese language

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assam History GK In Assamese Language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসম বুৰঞ্জী কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the all the Assam History MCQ questions & Answers. Specially the toppers of APSC recommend that aspirant start their preparation with the most important topics of syllabus such as Assam History for the upcoming exams.

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ ExamAssam.in ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN TELEGRAM :- Click Here 

অসম বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ :-


১) কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল?
উত্তৰঃ দশম শতিকাত ।

২) প্ৰচীন অসম কেইটা ভাগত বিভক্ত?
উত্তৰঃ চাৰিটা ।

৩) নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
উত্তৰঃ ভৌম বংশ ।

৪) নৰকাসুৰৰ ৰাজধানী ক’ত আছিল ?
উত্তৰঃ প্ৰাগজ্যোতিষপুৰত

৫) অগ্নিগড় কোনে সজাইছিল?
উত্তৰঃ বাণ ৰজাই ।

৬) পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন?
উত্তৰঃ ব্ৰক্ষ্মপাল ।

৭) শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল?
উত্তৰঃ ত্যাগ সিংহ ।

৮) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ ভাস্কৰ বৰ্মণ ।

৯) কোচ ৰাজ্য কোনে স্থাপন কৰিছিল?
উত্তৰঃ বিশ্বসিংহই ।

১০) কোচ শব্দৰ উৎপত্তি কি?
উত্তৰঃ কুৱাজ ।

১১) চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল?
উত্তৰঃ নিত্যপাল ।

১২) সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?
উত্তৰঃ নীলধ্বজ ।

১৩) আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল?
উত্তৰঃ চৰাইদেউ ।

১৪) শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল ?
উত্তৰঃ উদয়াদিত্য সিংহ

১৫) আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰঃ ছশবছৰ ।

১৬) “বুৰঞ্জী” শব্দটো কি ভাষাৰ শব্দ ?
উত্তৰঃ টাই ভাষাৰ ।

১৭) আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেৱৰ নাম কি আছিল?
উত্তৰঃ চুকাফা ।

১৮) আহোমসকল অসমলৈ কেতিয়া আহিছিল ?
উত্তৰঃ ১২২৮ খ্ৰষ্টাব্দত ।

১৯) চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ শুক্লধ্বজ ।

২০) নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ মল্লদেৱ ।

২১) কছাৰীসকল কোন জনগোষ্ঠীয় লোক?
উত্তৰঃ মংগোলীয় ।

২২) চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল?
উত্তৰঃ বীৰপাল ।

২৩) বাল্যবিবাহ কৰোৱা একমাত্ৰ ৰজা কোন আছিল?
উত্তৰঃ ল’ৰাৰজা ।

২৪) মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল?
উত্তৰঃ ৰজা পৃথু ।

২৫) বাঘ হাজৰিকা কোন আছিল?
উত্তৰঃ ইছমাইল ছিদ্দিক ।

২৬) মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল?
উত্তৰঃ ৰাজেশ্বৰ সিংহ ।

২৭) মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ ১৭ বাৰ ।

২৮) অসমলৈ মান মাতি অনা ব্যক্তিগৰাকী কোন?
উত্তৰঃ বদন বৰফুকন ।

২৯) মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ ৩ বাৰ ।

৩০) ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ?
উত্তৰঃ ১৬৮২ চনত ।

ধন্যবাদ ♥️

Leave a Comment

error: Content is protected !! ExamAssam