Complete Assam History GK অসম বুৰঞ্জী MCQ-11

4.9/5 - (9 votes)

Assam History GK In Assamese language

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assam History GK In Assamese Language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসম বুৰঞ্জী কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the all the Assam History MCQ questions & Answers. Specially the toppers of APSC recommend that aspirant start their preparation with the most important topics of syllabus such as Assam History for the upcoming exams.

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ ExamAssam.in ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN TELEGRAM :- Click Here 

অসম বুৰঞ্জীৰ প্ৰশ্ন-উত্তৰ :-

1. Who was the earliest kind of Pragiyotishpur ?

( প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল ? )

A. Bhaskar Varman / ভাস্কৰ বৰ্মন

B. Mahiranga Danava /  মহিৰংগ দানৱ

C. Narakasure / নৰকাসুৰ

D. Banasura / বানাসুৰ

Answer :  B. Mahiranga Danava .

 

2 . What was  the Ancient Name of Assam mentioned in Ramayana and Mahabharata ?

( ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল ? )

A. Kamrupa / কামৰূপ

B. Indrapuastha / ইন্দ্ৰপ্ৰস্থ

C. Pragiyotishpura / প্ৰাগজ্যোতিষপুৰ

D. Assam / অসম

Answer : C. Pragiyotishpura .

 

3. According to Ramayana, Amurtyaraja was the founder of the Kingdom of ?

( ৰামায়ণৰ মতে অমুৰ্ত্যৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল )

A. Pragiyotisha / প্ৰাগজ্যোতিষ

B. Kamarupa / কামৰূপ

C. Harupeswar / সৰুপেশ্বৰ

D. Cooch Behar / কোচবিহাৰ

Answer: A. Pragiyotisha.

 

4. Narakasure founded Which Dynasty ?

( নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল ? )

A. Pala Dynasty / পালবংশ

B. Varma Dynasty / বৰ্মন বংশ

C. Salasthamba Dynasty / শলাস্তম্ভবংশ

D. Bhauma Dynasty/ ভৌমা বংশ ।

Answer : D. Bhauma Dynasty .

 

5.  Ghatakasura was killed by-

( ঘটকাসুৰক কোনে হত্যা কৰিছিল ? )

A. Narakasura / নৰকাসুৰ

B. BanaRaja / বানৰজা

C. MahirangaDanava / মহিৰংগ দানৱ

D. Bhasakarvarman / ভাস্কৰ বৰ্মন

Answer : A. Narakasura.

 

6. According to pre-History sources the mother of Narakasura was –

( প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ আছিল – )

A. Dharitri / ধৰিত্ৰী

B. Hidimba/ হিড়িম্বা

C. Usha /ঊষা

D. Uiupi / উলুপি।

Answer : A. Dharitri.

 

7.Who was killed by the first Naraka kind Narakasura and established the Bhauma Dynasty ?

( প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। )

A. Pushya Varman / পূষ্য বৰ্মন

B. Ghatakasura /  ঘটকাসুৰ

C. Bhaskar Varman / ভাস্কৰ বৰ্মন

D. Gopala / গোপাল

Answer — B. Ghatakasura.

 

8. Name the two medieval texts that were compiled in the region of Assam —

( অসমত সংকলিত হোৱা মধ্যযুগৰ দুখন গ্ৰন্থ হ’ল – )

A. Ved and Puram/ বেদ আৰু পূৰাণ

B. Kalika purana and yogini tantra /  কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ

C. Kaunji khel and yogini tantra /  কৌজ্ঞী খেল আৰু যোগিনী তন্ত্ৰ

D. Namghosa and kirtan / নামঘোষা আৰু কীৰ্তন

Answer — B. Kalika Purana and Yogini Tantra .

 

9. Hinduism was established in Pragiyotishpura by the king-

( কোন ৰজাই হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। )

A. Narakasur / নৰকাসুৰ

B. Sri Krishna / শ্ৰীকৃষ্ণ

C. Bhaga datta./ ভগদত্ত

D . Banasur / বানাসুৰ

Answer — A. Narakasur.

 

10. Narakasur was killed by-

( নৰকাসুৰক কোনে হত্যা কৰিছিল ? )

A. Shiva / শিৱ

B Krishna / শ্ৰীকৃষ্ণ

C. Bhaga datta / ভগদত্ত

D. Banasur / বানাসুৰ

Answer — B. Sri Krishna.

 

11. According to the epic Maha Bharata, who ruled the pragiyotishpura Kingdom during the kurukshetra War ?

( মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল। )

A. Bhaskar Varman / ভাস্কৰ বৰ্মন

B. Bhuti Varman /  ভুতিবৰ্মন

C. Narakasur / নৰকাসুৰ

D. Bhaga datta / ভগদত্ত

Answer — D. Bhaga datta.

 

12. Which kamrupa kind took part in the Battle of kurukshetra.

( কোন জন কামৰূপ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল ? )

A. Narakasur

B. Bhaga datta

C. Bhaskar Varman

D. Vajra Datta

Answer — B. Bhaga datta.

 

13. In ancient times who was the king of vidarbha ?

( প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল। )

A. Bhishmaka / ভীষ্মক

B. Narakasur / নৰকাসুৰ

C . Bhaga datta / ভগদত্ত

D. Marichi / মাৰিচি

Answer — A. Bhishmaka.

 

14. Rukmini was the princess of-

( ৰুক্মিণী ক’ৰ ৰাজকুমাৰী আছিল । )

A. Kundil Nagar /  কুণ্ডিল নগৰ

B. Kamrupa / কামৰূপ

C. Tezpur / তেজপুৰ

D. Sadiya / শদিয়া

Answer —-  A. Kundil Nagar, Sadiya.

 

15. Rukmini was the daughter of-

( ৰুক্মিণী কাৰ কন্যা আছিল । )

A. Marichi / মাৰিচি

B. Narakasur/ নৰকাসুৰ

C. Bhaga datta / ভগদত্ত

D. Bhishmaka / ভীষ্মক

Answer – D . Bhishmaka .

 

16.  Asura Kingdom ( sonit pura kingdom ) was established by –

অসুৰ ৰাজ্য (শোণিতপুৰ ৰাজ্য ) কোনে প্ৰতিষ্ঠা কৰিছিল –

A. Bhishmaka / ভীষ্মক

B. Narakasur / নৰকাসুৰ

C. Bhaga datta / ভগদত্ত

D. Marichi / মাৰিচি

Answer.  – D. Marichi.

 

17. Who was the Contemporary of Narakasur in the middle Assam .

( মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল । )

A. Pushya Varman

B. Salastambha

C. Bhaga datta.

D. Banasur

Answer  — D . Banasur.

 

18. Sonitpur was the capital of which king-

( শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল । )

A. Narakasur/

B. Bana Raja

C. Mahiranga Danava

D. Bhaskar Varman

Answer.   B. Bana Raja.

 

19.  Who was the daughter of BanaRaja ?

( বান ৰজাৰ কন্যা কোন আছিল। )

A. Usha / ঊষা

B. Radha/ ৰাধা

C. Rukmini / ৰুক্মিণী

D. Srimaya / শ্ৰীমায়া।

Answer … A. Usha .

 

20. Who married Usha , the daughter of Asura King Bana ?

( অসুৰ ৰজা বানৰ কন্যা ঊষাক কোনে বিয়া কৰাইছিল ? )

A. Krishna / কৃষ্ণ

B. Bhaga datta / ভগদত্ত

C. Aniruddha / অনিৰুদ্ধ

D. Rukamabir / ৰুকমবীৰ

Answer .. C. Aniruddha.

 

21. The Ancient city Bengmara is presently  known as-

( প্ৰাচীন নগৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত । )

A. Diphu / ডিফু

B. Sodiya / শদিয়া

C. Tinsukia / তিনিচুকীয়া

D. Dibrugarh

Answer … C. Tinsukia.

 

22. Which of the following place was famous for astrology ?

( তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল। )

A. Pragiyotishpura / প্ৰাগজ্যোতিষপুৰ

B. Kamarupa / কামৰূপ

C. Charaideo / চৰাইদেউ

D. Saumara

Answer — A.  Pragiyotishpura.

 

12.  Which City is called ‘ the city of Eastern Astrology ?

( কোনখন চহৰক ” পূৰ্বৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয় )

A. Pragiyotishpura

B. Harupeswar

C. Sri Durya

D. Tezpur

Answer … A. Pragiyotishpura.

 

24. One of the Following books is the most  important literary source for the study of early history of Assam. Which is the book ?

( অসমৰ প্ৰাগঐতিহাসিক অধ্যয়নৰ বাবে  তলৰ  কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস ? )

A. The Mahabharata / মহাভাৰত

B. The Harshacharita / হৰ্ষচৰিত

C. The kalika purana / কালিকাপুৰাণ

D. The Arthashastra / অৰ্থশাস্ত্ৰ

Answer …. C. The kalika purana.

 

25. The Buranji is are ?

( বুৰজ্ঞী হ”ল—)

A. Autobiographical Writing of the Ahom rulers

B. Diaries written by the monaruchs

C. Chronicles

D. None of the above .

Answer — c. Chronicles.

 

26. In the 4th century which Dynasty marked the beginning of Ancient Assam ?

( চতুৰ্থ  শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল ? )

A.  Pala dynasty

B. Varman dynasty

C. Mlechchha dynasty

D. Danava dynasty

Answer — B. Varman dynasty.

 

27. Which region of Assam is mentioned in the Allahabad pillar inscription.

( এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে। )

A. Davaka / দবকা

B. Kamarupa / কামৰূপ

C. Kamatapur / কমতাপুৰ

D. Cooch Behar / কোচবিহাৰ

Answer – A. Davaka

 

28. Who was the founder of the Varman Dynasty?

( বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল । )

A. Bhaskar Varman

B. Naraka Varman

C. Pushya Varman

D. Mahiranga Danava

Ans – C. Pushya Varman .

 

29. Which Gupta rulers pillar first mentioned the term kamarupa ?

( কোনজন গুপ্ত শাসকৰ স্তম্ভত প্ৰথম কামৰূপ শব্দৰ কথা উল্লেখ আছে । )

A. Samudra agupta

B. Kumargupta

C. Sakan dagupta

D. Srigupta .

Ans — A. Samudra agupta.

Assam History GK In Assamese language

আশা কৰোঁ আপুনি আমাৰ Post টো পঢ়ি ভাল পালে। লগতে যদি কিবা আসোঁৱাহ / ভূল দেখা পাই, আমাক জনাবলৈ নাপাহৰিব।

Leave a Comment

error: Content is protected !! ExamAssam