Indian History Gk in Assamese Language-ভাৰতৰ ইতিহাস-02

3/5 - (5 votes)

INDIAN HISTORY GK IN ASSAMESE LANGUAGE – অসমীয়া ইতিহাস কুইজ

Assamese originated in Old Indo-Aryan dialects, though the exact nature of its origin and growth is not clear yet. It is generally believed that Assamese and the Kamatapuri lects derive from the Kamarupi dialect of Eastern Magadhi Prakrit though some authors contest a close connection of Assamese with Magadhi Prakrit.Indian History GK in the Assamese language – History in the Assamese language – Indian History MCQ in the Assamese language – History MCQ in the Assamese language – India History MCQ in the Assamese language – History of India in the Assamese language – History of Indian in the Assamese language – History of Assam in the Assamese language – Assam History in the Assamese language – Assam History MCQ in the Assamese language.

ভাৰতৰ বুৰঞ্জী কুইজ – Indian History GK PDF in Assamese language

তলৰ বুৰঞ্জী প্ৰশ্নোত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই বুৰঞ্জী প্ৰশ্ন আৰু উত্তৰ সমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ এই প্ৰশ্নোত্তৰ সমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

JOIN Whatsapp Group :- Click HERE

ভাৰত কুইজৰ প্ৰশ্ন উত্তৰ :-



১) ঋকবেদৰ আনুমানিক ৰচনা কাল কিমান ?

উত্তৰঃ ১৪০০-২০০০ খৃঃ পূঃ।

 

২) অতি প্রাচীন বেদখন কি আছিল ?

উত্তৰঃ ঋকবেদ


৩) ঋকবেদত কিমান শ্লোক আছে ?

উত্তৰঃ ১০২৮


৪)ৰামায়ণ আৰু মহাভাৰতৰ ৰচক কোন ?

উত্তৰঃ ৰামায়ণ-বাল্মীকি, মহাভাৰত – বেদব্যাস


৫) প্রাচীনতম সংস্কৃত অভিধানখনৰ নাম কি ?

উত্তৰঃ ও অমৰ কোষ


৬) ভাৰতৰ ছেক্সপীয়েৰ বুলি কাক কোৱা হয় ?

উত্তৰঃ মহাকবি কালিদাসক


৭) জ্ঞানপীঠ বঁটা লাভ কৰা প্রথম লিখক গৰাকী কোন ?

উত্তৰঃ উট্টা কুজল নামৰ গ্ৰন্থৰ বাবে জি শংকৰ কুৰূপে


৮) পঞ্চতন্ত্রৰ ৰচক কোন ?

উত্তৰঃ বিষ্ণু শর্মা

৯) ডিভাইন কমেডিকাৰ ৰচনা ?

উত্তৰঃ ডাণ্টেৰ


১০) ছেক্সপীয়েৰৰ সৰ্ববৃহৎনাটকখনৰ নাম কি ?

উত্তৰঃ হেমলেট।

১১) হিটলাৰৰ আত্মজীবনী গ্রন্থখনৰ নাম কি ?

উত্তৰঃ মাইন কেল্ফ (Main Kemph)

১২) চাৰে জাঁহা চে আচ্ছা’–এই গীতটিৰ ৰচক কোন ?

উত্তৰঃ মহম্মদ ইকবাল

১৩) কাক ইতিহাসৰ পিতৃ বুলি গণ্য কৰা হয় ?

উত্তৰঃ হিৰডৈটাছ

১৪) পৃথিৱীৰ কোন কোন সেনাপতি কোনো যুদ্ধতে কেতিয়াও পৰাজিত হোৱা নাছিল ?

উত্তৰঃ আলেকজেণ্ডাৰ দি গ্রেট, জুলিয়াছ চিজাৰ আৰু ডিউক অব্ ৱেলিংটন।

১৫) ৰোম নগৰৰ পতন কেতিয়া হৈছিল ?

উত্তৰঃ৭৫৩ খৃঃ পূঃত

1 thought on “Indian History Gk in Assamese Language-ভাৰতৰ ইতিহাস-02”

Leave a Comment

error: Content is protected !! ExamAssam