TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-05

3/5 - (2 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

TOP Indian GK In Assamese As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

JOIN NOW LIVE UPDATES :- CLICK HERE

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ


১) পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কি ?

উত্তৰঃ অলিম্পিক ।



২) অলিম্পিক খেলৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ গ্ৰীচত ।


৩) বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি ?

উত্তৰঃ ধনুৰ্বিদ্যা বা আৰ্চাৰি ।



৪) ভাৰতে বৰ্তমানলৈ কি খেলত সৰ্বাধিক পদক লাভ কৰিছে ?

উত্তৰঃহকী ।



৫) সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল ?

উত্তৰঃ ১৯৩০ চনত ।



৬) ভাৰতৰ ”উৰন্ত শিখ” বুলি কাক কোৱা হয় ?

উত্তৰঃ মিলখা সিং ক ।



৭) প্ৰথন এছিয়ান গেমছ ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ দিল্লী ।


৮) বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ (পাঁচ) চেম্পিয়ন হোৱা দেশখনৰ নাম কি ?

উত্তৰ:- ব্ৰাজিল।



৯) ৰাজ্যসভালৈ মনোনীত প্ৰথমগৰাকী ভাৰতীয় খেলুৱকৈ কোন ?

উত্তৰঃ শশীন তেণ্ডুলকাৰ ।



১০) পৃথিৱীৰ দ্ৰুততম মানৱ (খেলুৱৈ) কোন ?

উত্তৰঃ উছেইন বল্ট ।



১১) “দবা” খেলৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ ভাৰতত ।

 

১২) অলিম্পিক খেলৰ পতাকাত থকা বৃত্ত পাঁচটাই কি বুজায় ?

উত্তৰঃ পাঁচখন মহাদেশ ।



১৩) পৃথিৱীৰ ভিতৰত সৰ্বাধিক গ’ল দিয়া ফুটবলাৰজনৰ নাম কি ?

উত্তৰঃ পেলে ।



১৪) এখন ফুটবল খেল সাধাৰনতে কিমান সময়ত শেষ হয় ?

উত্তৰঃ ৯০ মিনিট ।


১৫) ফুটবলৰ “ক’লা মুকুটা” বুলি কোনজন খেলুৱৈক কোৱা হয় ?

উত্তৰঃ পেলে ।


১৬) ‘দবা খেল’ৰ ব’ৰ্ডখনত কিমানটা বৰ্গ থাকে ?

উত্তৰ:- ৬৪



১৭) বিশ্বকাপ ক্ৰিকেটত ‘ভাৰত’ কিমান বাৰ চেম্পিয়ন হৈছে ?

উত্তৰ:-২



১৮) ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছে ?

উত্তৰ:- দক্ষিণ ইংলেণ্ডত



১৯) ‘ডেভিছ’ কাপ কি খেলৰ লগত জড়িত ?

উত্তৰ:- টেনিছ



২০) ফুটবল খেলৰ আন এটা নাম কি ?

উত্তৰ:- চকাৰ

Thanks ❤️

ExamAssam.in

Leave a Comment

error: Content is protected !! ExamAssam