TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-06

2.3/5 - (13 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

TOP Indian GK In Assamese As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

JOIN NOW LIVE UPDATES :- CLICK HERE

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

১) নামঘোষাত কিমানটা ঘোষা আছে ?

উত্তৰ : ১০০০ টা

 

২) স্বাধীন অসমৰ প্ৰথম ৰাজ‍্যপাল কোন আছিল ?

উত্তৰ : আকবৰ হাইদৰী ।

 

৩) মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ : চন্দ্ৰ গুপ্ত মৌৰ্য ।

 

৪) কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি আছিল ?

উত্তৰ : পাল বংশ ।

 

৫) স্কটলেণ্ড অফ দা ইষ্ট বুলি কাক কোৱা হয় ?

উত্তৰ : শ্বিলং ।

 

৬) মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল ?

উত্তৰ : ১৭৬৯ চন ।

 

৭) পলাশী যুদ্ধ কিমান চনত হৈছিল ?

উত্তৰ : ১৭৫৭ চন ।

 

৮) বিত্তীয় নীতি কোন বেংকে চোৱা-চিতা কৰে ?

উত্তৰ : RBI ।

 

৯) সত্য মেৱ জয়তে বাক‍্যশাৰী ক’ৰপৰা লোৱা হৈছে ?

উত্তৰ : মুণ্ডক উপনিষদ ।

 

১০) উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ সকলক কোনে নিযুক্তি দিয়ে?

উত্তৰ : ৰাষ্ট্ৰপতি ।

 

১১) বাক স্বাধীনতা কোন অনুচ্ছেদৰ অন্তৰ্ভূক্ত?

উত্তৰ : অনুচ্ছেদ ১৯ (ক) ।

 

১২) ব্ৰহ্মপুত্ৰ নদীক চীন দেশত কি নামে জনা যায়?

উত্তৰ : Yarlung Zangbo Jiang

 

১৩) হত্যাৰ গোচৰৰ ধাৰা কিমান ?

উত্তৰ : ৩০২ ধাৰা ।

 

১৪) ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল?

উত্তৰ : চন্দ্ৰধৰ বৰুৱা ।

 

১৫) কোনটো নৃত্যশৈলীত ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনী বিৰাজমান?

উত্তৰ : মণিপুৰী ।

 

১৬) ৰেডক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা?

উত্তৰ : ভাৰত আৰু পাকিস্তান ।

 

১৭) জয় সাগৰ পুখুৰী কোনে খান্দিছিল?

উত্তৰ : ৰুদ্ৰ সিংহ ।

 

১৮) ভাৰতৰ কভিড ভেকচিন নিৰ্মাণ কাৰী সংস্থাটো কি?

উত্তৰ : ভাৰত বায়’টেক ।

 

১৯) লৰ্ড কৰ্ণৱালিছে ভুমি ৰাজহ সংগ্ৰহৰ বাবে কোনটো নীতি উদ্ভাৱন কৰিছিল?

উত্তৰ : Parmanent Settlement

 

২০) চুকাফা অসমলৈ অহাৰ সময়ত মৰাণ ৰজা কোন আছিল?

উত্তৰ : থামিখুমা ।

 

২১) ভোট দানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে?

উত্তৰ : অনুচ্ছে ৩২৬ ।

 

২২) ইয়াৰলুং চাংপু কোনখন নদীক জনা যায়?

উত্তৰ : ব্ৰহ্মপুত্ৰ ।

 

২৩) গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কোনে কৰিছিল ?

উত্তৰ : চন্দ্ৰগুপ্ত ।

 

২৪) বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হয় ?

উত্তৰ : ১৯৫২ চনৰ পৰা

 

২৫) যোৰহাট সাৰ্বজনীক সভাৰ প্ৰতিস্থাপক কোন আছিল ?

উত্তৰ : জগন্নাথ বৰুৱা ।

 

২৬) U-19 বিশ্ৱকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতে কোন দলক হৰুৱাই খিতাপ জয় কৰিছে?
উত্তৰ : ইংলেণ্ড ।

 

২৭) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি ?

উত্তৰ : বাঘ ।

 

২৮) উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : শিৱসিংহ ।

 

২৯ ) মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল?

উত্তৰ : কিয়ামিংগি (আলা মিংগি বৰগোহাঁই) ।

 

৩০) নাও খেলৰ লগত কি উৎসৱ সম্পৰ্কিত?

উত্তৰ : Onam

ExamAssam.in

Leave a Comment

error: Content is protected !! ExamAssam