Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-04

5/5 - (2 votes)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-04

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language

১) অসমত কিমান শতিকাৰ পৰা লিপিৰ প্ৰচলন হৈছিল ?
উত্তৰঃ পঞ্চম শতিকা

২) আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন কৰিছিল?
উত্তৰঃ ত্ৰিয়োদশ শতিকা ।

৩) প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮৩৪ চনত

৪) অসমত স্থাপন হোৱা প্ৰথমখন ইংৰাজী বিদ্যালয়ৰ নাম কি?
উত্তৰঃ গৌহাটী চেমিনাৰী ।

৫) অসমত প্ৰথমবাৰৰ বাবে কিমান চনত প্ৰৱেশিকা পৰীক্ষা আৰম্ভ কৰিছিল?
উত্তৰঃ ১৮৫৮ চনত ।

৬) কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিছিল ?
উত্তৰঃ ১ জুন, ২০১৭ চনত ।

৭) স্বাধীন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় কোনখন?
উত্তৰঃ সন্দিকৈ ছোৱালী মহাবিদ্যালয় ।

৮) অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল ?
উত্তৰঃ ১৯২৬ চনত

৯) অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি?
উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ।

১০) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ।

১১) অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি?
উত্তৰঃ যোৰহাট কৃষি বিশ্ববিদ্যালয় ।

১২) অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৬৮চনত ।

১৩) মাধ্যমিক শিক্ষা আয়োগ কিমান চনত গঠন হৈছিল ?
উত্তৰঃ ১৯৭২ চনত ।

১৪) অসমত থকা মুঠ বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান?
উত্তৰঃ ১৩ খন ।

১৫) অসমত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান ?
উত্তৰঃ ৩ খন ।

১৬) অসমৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় ক’ত অৱস্থিত ?
উত্তৰঃ গুৱাহাটী ।

১৭) অসমত থকা অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সংখ্যা কিমান ?
উত্তৰঃ ১০ খন ।

১৮) অসমৰ প্ৰথমটো পুথিভঁৰাল কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ ১৮৫৪ চনত ।

১৯) অসমত থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা কিমান ?
উত্তৰঃ ৩৬২৬২ খন

২০) অসমত কিমানখন জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে ?
উত্তৰঃ ২৭ খন ।

২১) অসমত কিমানখন আইন মহাবিদ্যালয় আছে ?
উত্তৰঃ ২৬ খন

২২) অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক ?
উত্তৰঃ ধুবুৰী ।

২৩) অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট কোন ?
উত্তৰঃ জগন্নাথ বৰুৱা ।

২৪) অসমৰ মুঠ সাক্ষৰতা হাৰ কিমান?
উত্তৰঃ ৭২.১৯ শতাংশ

২৫) অসমৰ প্ৰথমজন ডক্টৰেট কোন?
উত্তৰঃ ড° ময়দুল ইচলাম বৰা ।

২৬) অসমৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰঃ ৭৮.৮৫ শতাংশ

২৭) অসমৰ মুঠ শিক্ষিত লোকৰ কিমান শতাংশ মহিলা ?
উত্তৰঃ ৬৩ শতাংশ ।

২৮) অসমৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম কি?
উত্তৰঃ কামৰূপ ।

২৯) ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত শিক্ষাৰ দিশত অসমৰ স্থান কিমান ?
উত্তৰঃ ত্ৰয়োদশ স্থান ।

৩০) ২০২০ চনৰ শিক্ষা নীতিৰ পদ্ধতি কেনেকুৱা ?
উত্তৰঃ ৫+৩+৩+৪

৩১) অসমত কিমানখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে ?
উত্তৰঃ ৪৩০৯ খন ।

Leave a Comment

error: Content is protected !! ExamAssam