Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-12

5/5 - (1 vote)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-12

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language

১) গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ লুম্বিনি (নেপাল)

২) আহোমৰ প্ৰথমগৰাকী ৰজা কোন আছিলে ?
উত্তৰঃ চুকাফা ।

৩) “জীয়াভৰালী” নদী অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ শোনিতপুৰ ।

৪) মাধৱদেৱৰ জন্ম ক’ত হৈছিলে?
উত্তৰঃ লেটেকু পুখুৰী ।

৫) আহোমৰ শেষৰখন ৰাজধানী কি আছিল?
উত্তৰঃ যোৰহাট ।

৬) কাক দিহিঙ্গীয়া ৰজা বুলি জনা যায়?
উত্তৰঃ চুহুংমুং ।

৭) অসমৰ প্ৰথমখন দৈনিক বাতৰি কোন খন?
উত্তৰঃ দৈনিক বাতৰি ।

৮) ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল?
উত্তৰঃ ২৬ নৱেম্বৰ, ১৯৪৯চনত ।

৯) পলাশী কেতিয়া যুদ্ধ হৈছিল?
উত্তৰঃ ১৭৫৭ চনত ।

১০) ছাইনা নেহৱাল কোনটো খেলৰ লগত জড়িত?
উত্তৰঃ বেডমিণ্টন ।

১১) “প্ৰহ্লাদ চৰিত্ৰ” গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰঃ হেম সৰস্বতী ।

১২) “অসম সাহিত্য সভা” কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯১৭ চনত ।

১৩) ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ

১৪) ভাৰত-পাকিস্তান সীমান্তক কি বুলি জনা যায়?
উত্তৰঃ ৰেডক্লিফ লাইন ।

১৫) অসমত কোনে চাহ আৱিস্কাৰ কৰিছিলে?
উত্তৰঃ ৰবাৰ্ট ব্ৰুচ ।

১৬) কোন খনত ৰবীন্দ্ৰনাথ ঠাকুৰক নবেল বটাঁ প্ৰদান কৰা হৈছিল?
উত্তৰঃ ১৯১৩ চনত ।

১৭) ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল?
উত্তৰঃ ১৯৪২ চনত ।

১৮) “নামঘোষা” কোনে ৰচনা কৰিছিল?
উত্তৰঃ মাধৱদেৱে ।

১৯) অসমত বৰ্তমান কিমানটা লোকসভা সমষ্টি আছে?
উত্তৰঃ ১৪ টা ।

২০) “অৰ্জুন বঁটা” কিহৰ বাবে প্ৰদান কৰা হয়?
উত্তৰঃ ক্ৰীড়া ।

অজানিতে টাইপিং ভুল হব পাৰে, তাৰ বাবে দুঃখিত ।

Leave a Comment

error: Content is protected !! ExamAssam