Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-06

3.3/5 - (3 votes)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-06

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language


১) ম’হযুঁজ কিহক কেন্দ্ৰ কৰি উদযাপন কৰা হয় ?
উত্তৰঃ মাঘবিহু ।

২) নাওখেল কি সংস্কৃতিৰ অৱদান ?
উত্তৰঃ বৈষ্ণৱ সংস্কৃতিৰ ।

৩) প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলক নেতৃত্ব দি অলিম্পিক খেলা অসমীয়াজন কোন ?
উত্তৰঃ ডাঃ টালিৰেন আও

৪) বেংকক এচিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন?
উত্তৰঃ ভোগেশ্বৰ বৰুৱা ।

৫)প্ৰথম অসম অলিম্পিক কিমান চনত গঠন হৈছিল ?
উত্তৰঃ ১৯৪০চনত ।

৬) মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন ?
উত্তৰঃ ছুচান দাস চৌধুৰী

৭) আৰ্ছাৰীৰ বিশ্ব চেম্পিয়ণশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন?
উত্তৰঃ জয়ন্ত তালুকদাৰ ।

৮) ১৮৮৫ চনত ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত মহিলাৰ শাখাত খিতাপ জয় কৰা অসমীয়া খেলুৱৈগৰাকী কোন?
উত্তৰঃ মনালিছা বৰুৱা ।

৯) ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক পোৱা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ কোন ?
উত্তৰঃ তৈবুননিছা ।

১০) ভাৰতীয় ছিনিয়ৰ ভলীবল দলক নেতৃত্ব দিয়া একমাত্ৰ অসমীয়া কোন?
উত্তৰঃ অভিজিৎ ভট্টাচাৰ্য

১১) বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৫২ চনত ।

১২) ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী খেলুৱৈ কোন?
উত্তৰঃ ফ্ৰান্সিচ বৰুৱা ।

১৩) নেহৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৬২ চনত ।

১৪) অসম ফুটবল সন্থা কিমান চনত গঠন হৈছিল?
উত্তৰঃ ১৯৪৬ চনত ।

১৫) অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল?
উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ ।

১৬) অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হৈছিল?
উত্তৰঃ ১৯৪৭ চনত ।

১৭) অসমত কিমান চনত প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুস্থিত হৈছিল?
উত্তৰঃ ১৯৮৩ চনত ।

১৮) অসম বেডমিণ্টন সন্থা কিমান চনত গঠন হৈছিল ?
উত্তৰঃ ১৯৫২ চনত ।

১৯) অসম টেবুল টেনিচ সন্থা কিমান চনত গঠন হৈছিল ?
উত্তৰঃ ১৯৪৮ চনত ।

২০) ভোগেশ্বৰ বৰুৱালৈ কিমান চনত ভাৰত চৰকাৰে অৰ্জুন বটাঁ আগবঢ়ায় ?
উত্তৰঃ ১৯৬৭ চনত ।

২১) অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া বক্সাৰ কোন?
উত্তৰঃ লাভলিনা বৰগোহাঁই ।

২২) কোনগৰাকী অসমীয়া বক্সাৰে বক্সিংৰ বাবে অৰ্জুন বটাঁ পাৱলৈ সক্ষম হৈছে ?
উত্তৰঃ শিৱ থাপা ।

২৩) ২০১৮ বৰ্ষৰ এচিয়ান গেমছত সৰ্বাধিক পদক লাভ কৰা খেলুৱৈ গৰাকী কোন?
উত্তৰঃ হিমা দাস ।

২৪) অসম ভলীবল সন্থা কিমান চনত গঠন হৈছিল ?

উত্তৰঃ ১৯৫৫ চনত

২৫) কিমান চনত অসম কাবাদী সন্থা গঠন হৈছিল ?
উত্তৰঃ ১৯৭৭ চনত ।

1 thought on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-06”

Leave a Comment

error: Content is protected !! ExamAssam