Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-07

4.9/5 - (46 votes)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-07

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language



১) অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম, ঠাই আৰু কিমান চনত গঠন হৈছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ , ডিচেম্বৰ, ১৯১৭ চনত ।

২) অসমৰ জাতীয় সংগীতটিৰ সুৰকাৰ কোন?
উত্তৰঃ কমলাপ্ৰসাদ আগৰৱালা ।

৩)জ্ঞানপীঠ বটাঁ বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰঃ মৃত্যুঞ্জয় ।

৪) জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰঃ মিৰি জীয়ৰী ।

৫) “নামঘোষা”ৰ অন্য নাম কি?
উত্তৰঃ হাজাৰী ঘোষা ।

৬) কোন ভূপেন হাজৰিকাক “সুধাকণ্ঠ” উপাধি প্ৰদান কৰিছিল?
উত্তৰঃ অতুল চন্দ্ৰ হাজৰিকাই ।

৭) প্ৰথম অসমীয়া আলোচনী কোনখন ?
উত্তৰঃ অৰুণোদয় ।

৮) ভাৰতীয় কাব্য পৰম্পৰাৰ বৈচিত্ৰময় ইতিহাস কৰ পৰা আৰম্ভ হৈছিল ?
উত্তৰঃ ঋগবেদৰ পৰা ।

৯) অসমীয়া গদ্য সংস্কৃতিৰ জনক কোন?
উত্তৰঃ ভট্টদেৱ ।

১০) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন?
উত্তৰঃ নলিনীবালা দেৱী ।

১১) কোন গৰাকী অসমীয়া কবিয়ে ২০২০ বৰ্ষত জ্ঞানপীঠ বঁটা লাভ কৰিছে?
উত্তৰঃ নীলমণি ফুকন

১২) ‘গুৰুদত্ত’ কোন গৰাকী কবিৰ ছদ্মনাম নাম ?
উত্তৰঃ গুণাভিৰাম বৰুৱা

১৩) ‘বাইবেল’ খন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰঃ আত্মাৰাম শৰ্মা

১৪) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান?
উত্তৰঃ ছয়

১৫) ‘শ্ৰীকৃষ্ণৰ কীৰ্তন’ কেইটা ভাগত বিভক্ত?
উত্তৰঃ ১৩ টকা

১৬) হেম সৰস্বতীৰ ‘হৰগৌৰী সংবাদ’ কিমানটা পদত ৰচিত?
উত্তৰঃ ৮৯৯ টা ।

১৭) মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?
উত্তৰঃ গঙ্গাধৰ কায়স্থ

১৮) কোনগৰাকী সাহিত্যিকে প্ৰথমে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা

১৯)প্ৰথম অসমীয়া অনাতাঁৰ নাটক খনৰ নাম কি?
উত্তৰঃ বীণ বৰাগী

২০) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উত্তৰঃ “মোৰ জীৱন সোঁৱৰণ”

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-07”

Leave a Comment

error: Content is protected !! ExamAssam