Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-08

5/5 - (1 vote)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-08

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language



১) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰঃ খ্ৰীষ্টীয় নৱম দশম শতিকা মানত ।

২) অসমত মুঠ চাহ বাগিচাৰ সংখ্যা কিমান?
উত্তৰঃ ৮৪৮ খন ।

৩) অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপন্ন হয়?
উত্তৰঃ কামৰূপ ।

৪) অসমৰ বৃহত্তম চাহ বাগিছা কোনখন?
উত্তৰঃ মোনাবাড়ী চাহ বাগিছা ।

৫) ভাৰতৰ দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ ক’ত অৱস্থিত?
উত্তৰঃ নাহৰকটীয়া ।

৬) অসমৰ ক’ত কফি গৱেষণা কেন্দ্ৰ আছে ?
উত্তৰঃ বুঢ়াপাহাৰ আৰু ডিপুত ।

৭) অসমৰ মুঠ মাটিকালিৰ পৰিমান কিমান?
উত্তৰঃ ৭৮,৪৩৮ কিঃমিঃ ।

৮) বিশেষজ্ঞসকলৰ মতে অসমত কিমান নিযুত টন কয়লা আছে?
উত্তৰঃ ১০০০ নিযুত টন ।

৯) অসমৰ প্ৰথম তেল শোধানাগাৰ কোনটো?
উত্তৰঃ ডিগবৈ ।

১০) অসমৰ মুঠ মাটিকালিৰ কিমান পৰিমাণ (শতাংশ) ত কৃষিকাৰ্য কৰা হ’য় ?
উত্তৰঃ ৫.৪% ।

১১) কোনটো চান নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে?
উত্তৰঃ গুৱাহাটী ।

১২) অসমৰ জাতীয় পক্ষী কি?
উত্তৰঃ ডেওহাঁহ ।

১৩) বৃটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথমগৰাকী অসমীয়া কোন?
উত্তৰঃ গোমধৰ কোঁৱৰ ।

১৪) অসমৰ কোনখন বিশ্ববিদ্যালয়ত প্ৰথমে ৰেডিঅ’ ৰ প্ৰচলন হৈছিল?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ।

১৫) শ্ৰীমন্ত শংকৰদেৱ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি আছিল?
উত্তৰঃ গুণমালা ।

১৬) “অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে” – বিখ্যাত উক্তিটো কাৰ ?
উত্তৰঃ মহাত্মা গান্ধীৰ ।

১৭) কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলত হোৱা বুলি জনা যায়?
উত্তৰঃ নুমলীগড় ।

১৮) অলিম্পিকত প্ৰথম ব্ৰঞ্জৰ পদক বিজয়ী অসমীয়া খেলুৱৈ কোন?
উত্তৰঃ লাভলীনা বৰগোঁহাই ।

১৯) অসমৰ সৰ্বাধিক ব্যস্ত ৰাজপথ কোনটো?
উত্তৰঃ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

২০) অসমত সৰ্বপ্ৰথম ৰে’লপথ কিমান চনত স্থাপন হৈছিল?
উত্তৰঃ ১৮৮২ চনত ।

২১) অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ হৈছিল?
উত্তৰঃ ১৮২২-২৩ চনত ।

২২) অসমৰ আন এক বৃহৎ নদী বৰাকৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ৯০০ কিলোমিটাৰ ।

২৩) অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি?
উত্তৰঃ গুৱাহাটী ।

২৪) অসমৰ আটাইতকৈ কম আয়তনৰ (মাটিকালি) জিলাখনৰ নাম কি?
উত্তৰঃ কামৰূপ (মহানগৰ) ।

২৫) কেতিয়া অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছিল?
উত্তৰঃ ১৯৬০ চনত ।

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-08”

Leave a Comment

error: Content is protected !! ExamAssam